১) গঞ্জ শব্দৰ অৰ্থ কি ?
ক) বজাৰ
খ) ভাং
গ) লো
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) বজাৰ
২) কৰিমগঞ্জ জিলাৰ উওৰে কি আছে ?
ক) মৰিগাওঁ
খ) নলবাৰী
গ) মৰাণ
ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা
Ans-ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা
৩) এই জিলাৰ সদৰ ঠাই কি ?
ক) নলবাৰী
খ) মৰাণ
গ) তিনিচুকীয়া
ঘ) কৰিমগঞ্জ
Ans-ঘ) কৰিমগঞ্জ
৪) এই জিলাৰ মহকুমাৰ কি ?
ক) ৰামকৃষ্ণ নহৰ
খ) কাছাৰ
গ) এিপুৰা
ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ
Ans-ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ
৫) এই জিলাৰ মাটিকালি কিমান ?
ক) ১,৮০৯ বৰ্গ কিঃমিঃ
খ) ১,৯০৮ বৰ্গ কিঃমিঃ
গ) ২,৩০৩ বৰ্গ কিঃমিঃ
ঘ) ১,৯৯৯ বৰ্গ কিঃমঃ
Ans-ক) ১,৮০৯ বৰ্গ কিঃমিঃ
৬) এই জিলাৰ প্ৰধান নদী কি ?
ক) বৰাক
খ) গংগা
গ) ব্ৰহ্মপুত্ৰৰ
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) বৰাক
৭) এই জিলাৰ প্ৰধান বিল ?
ক) ৰাতাকান্দী
খ) সোণবিল
গ) ৰাতাকান্দী আৰু সোণবিল
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) ৰাতাকান্দী আৰু সোণবিল
৮) এই জিলাৰ ৰাষ্ট্ৰিয় ঘাইপথটো কি ?
ক) ৩৭ নং
খ) ৩২ নং
গ) ৪৩ নং
ঘ) ৪৪ নং
Ans-ঘ) ৪৪ নং
৯) এই জিলাৰ পূবে কি আছে ?
ক) হাইলাকান্দি জিলা
খ) মৰাণ
গ) নলবাৰী
ঘ) সোণখিৰা
Ans-ক) হাইলাকান্দি জিলা
১০) এই জিলাৰ দক্ষিণে কি জিলা আছে ?
ক) হাইলাকান্দি
খ) মিজোৰাম
গ) কাছাৰ
ঘ) এিপুৰা
0 Comments