১) গঞ্জ শব্দৰ অৰ্থ কি ? 

ক) বজাৰ

খ) ভাং

গ) লো

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) বজাৰ

২) কৰিমগঞ্জ জিলাৰ উওৰে কি আছে ?

ক) মৰিগাওঁ

খ) নলবাৰী

গ) মৰাণ

ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা

Ans-ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা

৩) এই জিলাৰ সদৰ ঠাই কি ? 

ক) নলবাৰী

খ) মৰাণ

গ) তিনিচুকীয়া

ঘ) কৰিমগঞ্জ

Ans-ঘ) কৰিমগঞ্জ

৪) এই জিলাৰ মহকুমাৰ কি ? 

ক) ৰামকৃষ্ণ নহৰ

খ) কাছাৰ

গ) এিপুৰা

ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ

Ans-ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ

৫) এই জিলাৰ মাটিকালি কিমান ? 

ক) ১,৮০৯ বৰ্গ কিঃমিঃ

খ) ১,৯০৮ বৰ্গ কিঃমিঃ

গ) ২,৩০৩ বৰ্গ কিঃমিঃ

ঘ) ১,৯৯৯ বৰ্গ কিঃমঃ

Ans-ক) ১,৮০৯ বৰ্গ কিঃমিঃ

৬) এই জিলাৰ প্ৰধান নদী কি ? 

ক) বৰাক

খ) গংগা

গ) ব্ৰহ্মপুত্ৰৰ

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) বৰাক

৭) এই জিলাৰ প্ৰধান বিল ? 

ক) ৰাতাকান্দী

খ) সোণবিল

গ) ৰাতাকান্দী আৰু সোণবিল

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) ৰাতাকান্দী আৰু সোণবিল

৮) এই জিলাৰ ৰাষ্ট্ৰিয় ঘাইপথটো কি ? 

ক) ৩৭ নং

খ) ৩২ নং

গ) ৪৩ নং

ঘ) ৪৪ নং

Ans-ঘ) ৪৪ নং

৯) এই জিলাৰ পূবে কি আছে ? 

ক) হাইলাকান্দি জিলা

খ) মৰাণ

গ) নলবাৰী

ঘ) সোণখিৰা

 Ans-ক) হাইলাকান্দি জিলা

১০) এই জিলাৰ দক্ষিণে কি জিলা আছে ? 

ক) হাইলাকান্দি

খ) মিজোৰাম

গ) কাছাৰ

ঘ) এিপুৰা

Ans-খ) মিজোৰাম