১) কোকৰাঝাৰ নামটো ক'ৰ পৰা উৎপত্তি হৈছে?
i) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা
ii) খুংখ্ৰা পৰা
iii) খেংখ্ৰাই পৰা
Ans- i) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা
২) কোকৰাঝাৰ চাৰিসীমাত কি কি জিলা আছে?
i) বাকসা
ii) ধুবুৰী
iii) বঙাইগাঁও, চিৰাং, ধুবুৰী
Ans-iii) বঙাইগাঁও, চিৰাং, ধুবুৰী
৩) কোকৰাঝাৰ জিলা সদৰ ঠাই কি?
i) গুৱাহাতী
ii) গোৱালপাৰা
iii) কোকৰাঝাৰ
Ans-iii) কোকৰাঝাৰ
৪) কোকৰাঝাৰ জিলা মহকুমা কি?
i) মানকাচৰ
ii) চিৰাং
iii) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা
Ans-iii) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা
i) ৮,৮৬,৯৯০
ii) ৮,৮৭,৯৯৯
iii) ৮,৮৬,৯৯৯
Ans-iii) ৮,৮৬,৯৯৯
৬) কোকৰাঝাৰ জিলা মাটিকালি কিমান?
i) ৩,৩৪৫ বৰ্গ কিঃমিঃ
ii) ৫,৭৬৭ বৰ্গ কিঃমিঃ
iii) ৩,১২৯ বৰ্গ কিঃমিঃ
Ans- iii) ৩,১২৯ বৰ্গ কিঃমিঃ
৭) কোকৰাঝাৰ জিলা প্ৰধান উপনৈ কি কি?
i) গৌৰাং , সোণকোষ, চম্পাৱতি
ii) গদাধৰ
iii) জিঞ্জিৰাম
Ans- i) গৌৰাং , সোণকোষ, চম্পাৱতি
৮) কোকৰাঝাৰ জিলা প্ৰধান পাহাৰ কি কি?
i) চান্দৰডিঙা
ii) টোকোৰাবন্ধা
iii) ভূমেশ্বৰ, চোলপাৰা
Ans- iii) ভূমেশ্বৰ, চোলপাৰা
৯) কোকৰাঝাৰ জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?
i) ২২ নং ৰাষ্ট্ৰীয় ঘাইপথ
ii) ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথ
iii) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
Ans-iii) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
১০) কোকৰাঝাৰ জিলা প্ৰধান ঠাই কি কি?
i) বঙাইগাঁও
ii) চিৰাং
iii) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও
Ans-iii) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও