১) কোকৰাঝাৰ নামটো ক'ৰ পৰা উৎপত্তি হৈছে?

i) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা

ii) খুংখ্ৰা পৰা

iii) খেংখ্ৰাই পৰা

Ans- i) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা

২) কোকৰাঝাৰ চাৰিসীমাত কি কি জিলা আছে?

i) বাকসা

ii) ধুবুৰী

iii) বঙাইগাঁও, চিৰাং, ধুবুৰী

Ans-iii) বঙাইগাঁও, চিৰাং, ধুবুৰী

৩) কোকৰাঝাৰ জিলা সদৰ ঠাই কি?

i) গুৱাহাতী

ii) গোৱালপাৰা

iii) কোকৰাঝাৰ

Ans-iii) কোকৰাঝাৰ

৪) কোকৰাঝাৰ জিলা মহকুমা কি?

i) মানকাচৰ

ii) চিৰাং

iii) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা

Ans-iii) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা

৫) কোকৰাঝাৰ জিলাত মুঠ জনসংখ্যা কিমান?

i) ৮,৮৬,৯৯০

ii) ৮,৮৭,৯৯৯

iii) ৮,৮৬,৯৯৯

Ans-iii) ৮,৮৬,৯৯৯

৬) কোকৰাঝাৰ জিলা মাটিকালি কিমান?

i) ৩,৩৪৫ বৰ্গ কিঃমিঃ

ii) ৫,৭৬৭ বৰ্গ কিঃমিঃ

iii) ৩,১২৯ বৰ্গ কিঃমিঃ

Ans- iii) ৩,১২৯ বৰ্গ কিঃমিঃ

৭) কোকৰাঝাৰ জিলা প্ৰধান উপনৈ কি কি?

i) গৌৰাং , সোণকোষ, চম্পাৱতি

ii) গদাধৰ

iii) জিঞ্জিৰাম

Ans- i) গৌৰাং , সোণকোষ, চম্পাৱতি

৮) কোকৰাঝাৰ জিলা প্ৰধান পাহাৰ কি কি?

i) চান্দৰডিঙা

ii) টোকোৰাবন্ধা

iii) ভূমেশ্বৰ, চোলপাৰা

Ans- iii) ভূমেশ্বৰ, চোলপাৰা

৯) কোকৰাঝাৰ জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?

i) ২২ নং  ৰাষ্ট্ৰীয়  ঘাইপথ

ii) ৩০ নং ৰাষ্ট্ৰীয়  ঘাইপথ

iii) ৩১ নং ৰাষ্ট্ৰীয়  ঘাইপথ

Ans-iii) ৩১ নং ৰাষ্ট্ৰীয়  ঘাইপথ

১০) কোকৰাঝাৰ জিলা প্ৰধান ঠাই কি কি?

i) বঙাইগাঁও

ii) চিৰাং

iii) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও

Ans-iii) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও