১) চিৰাংৰ চাৰিসীমাত কি কি জিলা আছে?
i) মৰিগাঁও , গোৱালপাৰা
ii) নগাওঁ , বাকসা
iii) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ
Ans-iii) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ
২) চিৰাং জিলা মাটিকালি কিমান?
i) ১,৪৪৪,৬৭
ii) ১,০৯৯,৮৫
iii) ১,০৯৯,৫৪
Ans-iii) ১,০৯৯,৫৪
৩) চিৰাং জিলা জনসংখ্যা কিমান?
i) ৪,৮২,১৬২
ii) ৭,৮৯,৫৬৭
iii) ৮,৯৮,২১২
Ans-i) ৪,৮২,১৬২
৪) চিৰাং জিলা সদৰ ঠাই কি?
i) চিৰাং
ii) মৰিগাঁও
iii) কাজল
Ans-iii) কাজল
৫) চিৰাং জিলা মহকুমা কি?
i) কাজলগাঁও , বিজনী
ii) চিৰাং
iii) কাজল
Ans-i) কাজলগাঁও , বিজনী
৬) চিৰাং জিলা প্ৰধান নৈ কি?
i) আই, চম্পাৱতী, মানাহ
ii) গৌৰাং , চম্পাৱতী
iii) গদাধৰ , মানাহ
Ans-i) আই, চম্পাৱতী, মানাহ
৭) চিৰাং জিলাত কি কি ৰে'ল ষ্টেছন?
i) বিজনী, ডাংতল
ii) ধূপধৰা , দৰংগিৰি
iii) দুধনৈ ,ডাংতল
Ans-i) বিজনী, ডাংতল
৮) চিৰাং জিলা প্ৰধান শস্য কি কি?
i) ধান, মাহ , সৰিয়হ , মৰাপাটল
ii) সৰিয়হ
iii) ধান
Ans-i) ধান, মাহ , সৰিয়হ , মৰাপাটল
৯) চিৰাংৰ যাতায়াত ব্যৱস্থা কি কি?
i) স্থল পথৰ ব্যৱস্থা
ii) ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা
iii) অন্য কিৱা ব্যৱস্থা
Ans-ii) ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা
১০) চিৰাং জিলা কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ?
i) ৩৩ নং
ii) ৩০ নং
iii) ৩১ নং
0 Comments