১) চিৰাংৰ চাৰিসীমাত কি কি জিলা আছে?

i) মৰিগাঁও , গোৱালপাৰা

ii) নগাওঁ , বাকসা

iii) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ

Ans-iii) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ

২) চিৰাং জিলা মাটিকালি কিমান?

i) ১,৪৪৪,৬৭

ii) ১,০৯৯,৮৫

iii) ১,০৯৯,৫৪

Ans-iii) ১,০৯৯,৫৪

৩) চিৰাং জিলা  জনসংখ্যা কিমান?

i) ৪,৮২,১৬২

ii) ৭,৮৯,৫৬৭

iii) ৮,৯৮,২১২

Ans-i) ৪,৮২,১৬২

৪) চিৰাং জিলা  সদৰ ঠাই  কি?

i) চিৰাং

ii) মৰিগাঁও

iii) কাজল

Ans-iii) কাজল

৫) চিৰাং জিলা মহকুমা কি?

i) কাজলগাঁও , বিজনী

ii) চিৰাং

iii) কাজল

Ans-i) কাজলগাঁও , বিজনী

৬) চিৰাং জিলা প্ৰধান নৈ কি?

i) আই, চম্পাৱতী, মানাহ

ii) গৌৰাং , চম্পাৱতী

iii) গদাধৰ , মানাহ

Ans-i) আই, চম্পাৱতী, মানাহ

৭) চিৰাং জিলাত কি কি ৰে'ল ষ্টেছন?

i) বিজনী, ডাংতল

ii) ধূপধৰা , দৰংগিৰি

iii) দুধনৈ ,ডাংতল

Ans-i) বিজনী, ডাংতল

৮) চিৰাং জিলা প্ৰধান শস্য কি কি?

i) ধান, মাহ , সৰিয়হ , মৰাপাটল

ii) সৰিয়হ

iii) ধান

Ans-i) ধান, মাহ , সৰিয়হ , মৰাপাটল

৯) চিৰাংৰ যাতায়াত ব্যৱস্থা কি কি?  

i) স্থল পথৰ ব্যৱস্থা

ii) ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা

iii) অন্য কিৱা ব্যৱস্থা

 Ans-ii) ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা

১০) চিৰাং জিলা কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ?

i) ৩৩ নং

ii) ৩০ নং

iii) ৩১ নং

Ans-iii) ৩১ নং