১) এই জিলা বড়োলেণ্ড আঞ্চলিক স্বায়ত্তশাসিত জিলা পৰিষদৰ কি অন্তৰ্গত?

i) বি টি এ ডি অন্তৰ্গত

ii) বাকসা জিলা অন্তৰ্গত

iii) বড়োলেণ্ড অন্তৰ্গত

Ans-i) বি টি এ ডি অন্তৰ্গত

২) বাকসা চাৰিসীমাত কি কি জিলা আছে?

i) ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ ।

ii) মৰিগাঁও, নগাঁও, নলবাৰী , কামৰূপ ।

iii) ওদালগুৰি , বৰপেটা ,নলবাৰী , কামৰূপ ।

Ans-i) ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ ।

৩) বাকসা জিলা মাটিকালি কিমান?

i) ১২৩৪.০৮ বৰ্গ

ii) ১৯৬১.০৮ বৰ্গ

iii) ৩৪২৫.০৮ বৰ্গ

Ans- ii) ১৯৬১.০৮ বৰ্গ

৪) বাকসা জিলা জনসংখ্যা কিমান?

i) ৩,৭৬,৯৮০ জন

ii) ৯,৮৭,৬৫৭ জন

iii) ৯,৫৩,৭৭৩ জন

Ans- iii) ৯,৫৩,৭৭৩ জন

৫) বাকসা জিলা সদৰ ঠাই কি?

i) বাকসা

ii) ওদালগুৰি

iii) মুছলপুৰ

Ans-iii) মুছলপুৰ

৬) বাকসা জিলা মহকুমা কি কি?

i) ওদালগুৰি , বৰপেটা , নলবাৰী ।

ii) ওদালগুৰি , বৰপেটা ,নলবাৰী ।

iii) তামুলপুৰ , মুছলপুৰ , শালবাৰী।

Ans-iii) তামুলপুৰ , মুছলপুৰ , শালবাৰী।

৭) বাকসা জিলা প্ৰধান উপনৈ কি কি?

i) বেঁকী

ii) বৰলীয়া

iii) পুঠিমাৰী, পাগলাদিয়া, পহুমাৰা ইত্যাদি।

Ans-iii) পুঠিমাৰী, পাগলাদিয়া, পহুমাৰা ইত্যাদি।

৮) বাকসা জিলা ৰাষ্ট্ৰীয় পথ কিমান  নং?

i) ৩২ নং

ii) ৩৭ নং

iii) ৩১ নং

Ans- iii) ৩১ নং

৯) বাকসা জিলা প্ৰধান ঠাইবোৰ কি কি?

i) জালাহ

ii) তামুলপুৰ

iii) শালবাৰী, কুমাৰীকাটা, গোৰেশ্বৰ ইত্যাদি।

Ans-iii) শালবাৰী, কুমাৰীকাটা, গোৰেশ্বৰ ইত্যাদি।