১. জোনৰ মৰম কবিতাটোৰ কবিগৰাকীৰ নাম কি?

(ক) নবীন চন্দ্ৰ বৰদলৈ

(খ) অৰ্পণা বণিক্য়

(গ) এটাও নহয়

উত্তৰ- (খ) অৰ্পণা বণিক্য় ।


২. ৰংমনে শব্দটোৰ অৰ্থ কি?

(ক) আঁতৰ;দূৰ

(খ) আনন্দমনে

(গ) এটাও নহয়

উত্তৰ- (খ) আনন্দমনে ।


৩. লুকাভাকু খেল পাতি  ………… লুকাওঁ

(ক) থিতাতে

(খ) ৰংমনে

(গ) এটাও নহয়

উত্তৰ- (ক) থিতাতে ।


৪. জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে?

(ক) ৰাতিপুৱা সময়ত

(খ) জোনালী নিশাত

(গ) এটাও নহয়

উত্তৰ- (খ) জোনালী নিশাত ।


৫. নিলগ শব্দৰ অৰ্থ কি?

(ক) জ্বলি-পকি মৰ

(খ) আঁতৰ; দূৰ

(গ) এটাও নহয়

উত্তৰ- (খ) আঁতৰ; দূৰ ।


৬. আকাশত ঘৰ …….. তৰাৰ মাজত

(ক) তোমাৰ

(খ) মোৰ

(গ) এটাও নহয়

উত্তৰ- (খ) মোৰ ।


৭. বালিৰে সজা ঘৰ =

(ক) বালিঘৰ

(খ) পাকঘৰ

(গ) এটাও নহয়

উত্তৰ- (ক) বালিঘৰ ।


৮. সৰু ছোৱালীজনীয়ে ……… কৈ হাঁহি আছে।

(ক) ৰিণিকি-ৰিণিকি

(খ) মিচিক্-মাচাক্

(গ) এটাও নহয়

উত্তৰ- (খ) মিচিক্-মাচাক্ ।


৯. জোনবাইৰ ক’ত ঘৰ?

(ক) আকাশত

(খ) মাটিত

(গ) এটাও নহয়

উত্তৰ- (ক) আকাশত ।


১০. জোনটোৱে আকাশত ডাৱৰৰ লগত …….. খেলিছে।

(ক) জুমিজুমি

(খ) লুকাভাকু

(গ) এটাও নহয়

উত্তৰ- (খ) লুকাভাকু