১. জোনৰ মৰম কবিতাটোৰ কবিগৰাকীৰ নাম কি?
(ক) নবীন চন্দ্ৰ বৰদলৈ
(খ) অৰ্পণা বণিক্য়
(গ) এটাও নহয়
উত্তৰ- (খ) অৰ্পণা বণিক্য় ।
২. ৰংমনে শব্দটোৰ অৰ্থ কি?
(ক) আঁতৰ;দূৰ
(খ) আনন্দমনে
(গ) এটাও নহয়
উত্তৰ- (খ) আনন্দমনে ।
৩. লুকাভাকু খেল পাতি ………… লুকাওঁ
(ক) থিতাতে
(খ) ৰংমনে
(গ) এটাও নহয়
উত্তৰ- (ক) থিতাতে ।
৪. জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে?
(ক) ৰাতিপুৱা সময়ত
(খ) জোনালী নিশাত
(গ) এটাও নহয়
উত্তৰ- (খ) জোনালী নিশাত ।
৫. নিলগ শব্দৰ অৰ্থ কি?
(ক) জ্বলি-পকি মৰ
(খ) আঁতৰ; দূৰ
(গ) এটাও নহয়
উত্তৰ- (খ) আঁতৰ; দূৰ ।
৬. আকাশত ঘৰ …….. তৰাৰ মাজত
(ক) তোমাৰ
(খ) মোৰ
(গ) এটাও নহয়
উত্তৰ- (খ) মোৰ ।
৭. বালিৰে সজা ঘৰ =
(ক) বালিঘৰ
(খ) পাকঘৰ
(গ) এটাও নহয়
উত্তৰ- (ক) বালিঘৰ ।
৮. সৰু ছোৱালীজনীয়ে ……… কৈ হাঁহি আছে।
(ক) ৰিণিকি-ৰিণিকি
(খ) মিচিক্-মাচাক্
(গ) এটাও নহয়
উত্তৰ- (খ) মিচিক্-মাচাক্ ।
৯. জোনবাইৰ ক’ত ঘৰ?
(ক) আকাশত
(খ) মাটিত
(গ) এটাও নহয়
উত্তৰ- (ক) আকাশত ।
১০. জোনটোৱে আকাশত ডাৱৰৰ লগত …….. খেলিছে।
(ক) জুমিজুমি
(খ) লুকাভাকু
(গ) এটাও নহয়
উত্তৰ- (খ) লুকাভাকু
0 Comments