আনন্দৰাম বৰুৱা


১. সংস্কৃতক কি ভাষা বুলিও কোৱা হয় ?

(ক) অসমীয়া ভাষা

(খ) দেৱভাষা

(গ) এটাও নহয়

উত্তৰ- (খ) দেৱভাষা ।


২. আমাৰ অসমতো অতীজৰে পৰা কি ভাষাৰ চৰ্চা চলি আহিছে?

(ক) ইংৰাজী ভাষা

(খ) সংস্কৃত ভাষা

(গ) এটাও নহয়

উত্তৰ- (খ) সংস্কৃত ভাষা ।


৩. আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

(ক) ডিব্ৰুগড়ত

(খ) উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত

(গ) এটাও নহয়

উত্তৰ- (খ) উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ।


৪. কিমান বছৰ বয়সত তেওঁ মাতৃহীন হৈছিল?

(ক) বাৰ-তেৰ বছৰ বয়সত

(খ) সাত-আঠ বছৰ বয়সত

(গ) এটাও নহয়

উত্তৰ- (খ) সাত-আঠ বছৰ বয়সত ।


৫. আনন্দৰাম বৰুৱাৰ কি কি বিষয়ত ৰাপ আছিল?

(ক) অংক আৰু বিজ্ঞান

(খ) অংক আৰু সংস্কৃত

(গ) এটাও নহয়

উত্তৰ- (খ) অংক আৰু সংস্কৃত ।


৬. উচ্চ শিক্ষাৰ বাবে তেওঁ ক’লৈ গৈছিল?

(ক) শ্বিলঙলৈ

(খ) কলিকতালৈ

(গ) এটাও নহয়

উত্তৰ- (খ) কলিকতালৈ ।


৭. নিজ প্ৰতিভা শক্তিৰে তেওঁ কি নামে দুটা বৃত্তি লাভ কৰিছিল?

(ক) অমৰকোষ আৰু ডাফ্ স্ক’লাৰশ্বিপ

(খ) ষ্টেইট স্ক’লাৰশ্বিপ আৰু গিলক্ৰাইষ্ট স্ক’লাৰশ্বিপ

(গ) এটাও নহয়

উত্তৰ- (খ) ষ্টেইট স্ক’লাৰশ্বিপ আৰু গিলক্ৰাইষ্ট স্ক’লাৰশ্বিপ ।


৮. বিলাতত গৈ তেওঁ পঢ়াৰ প্ৰথম উদ্দেশ্য় কি আছিল?

(ক) তেওঁ ভালকৈ সকলো কথা জনা

(খ) আই চি এছ পৰীক্ষা পাছ কৰা

(গ) এটাও নহয়

উত্তৰ- (খ) আই চি এছ পৰীক্ষা পাছ কৰা ।


৯. বিলাতৰ পৰা আই চি এছ পৰীক্ষাত সন্মানেৰে উৰ্ত্তীৰ্ণ হৈ আহি তেওঁ ক’ত সহকাৰী উপায়ুক্ত হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল?

(ক) শিৱসাগৰত

(খ) গুৱাহাটীত

(গ) এটাও নহয়

উত্তৰ- (ক) শিৱসাগৰত ।


১০. আনন্দৰাম বৰুৱাৰ কিমান বছৰ বয়সত মৃত্য়ু হৈছিল?

(ক) চল্লিছ বছৰ বয়সত

(খ) ঊনচল্লিছ বছৰ বয়সত

(গ) এটাও নহয়

উত্তৰ- (খ) ঊনচল্লিছ বছৰ বয়সত ।