১। কি ধৰ্মত দান দি আনন্দ-উপভোগ কৰা এটা দিন আছে?ন

(ক) বৌদ্ধ ধৰ্ম

(খ) ইছলাম ধৰ্মমৃ

(গ) এটাও নহয়

উত্তৰ- (খ) ইছলাম ধৰ্মত ।


২। আৰবী ৰমজান মাহটো কি সকলৰ বাবে বৰ পৱিত্ৰ মাহ?

(ক) মুছলমানসকলৰ বাবে

(খ) অসমীয়াসকলৰ বাবে

(গ) এটাও নহয়

উত্তৰ- (ক) মুছলমানসকলৰ বাবে ।


৩। ৰোজা পালন কৰাৰ অৰ্থ কি?

(ক) দুখীয়াক দান কৰা

(খ) উপবাসে থকা

(গ) এটাও নহয়

উত্তৰ- (খ) উপবাসে থকা ।


৪। দৈনিক কেইবাৰকৈ প্ৰত্য়েক মুছলমানে নামাজ পঢ়াটো বাধ্য়তামূলক?

(ক) তিনি বাৰকৈ

(খ) পাঁচবাৰকৈ

(গ) এটাও নহয়

উত্তৰ- (খ) পাঁচবাৰকৈ ।


৫। নামাজলৈ যোৱাৰ আগতে কি কৰাটো এটা প্ৰয়োজনীয় কাম?

(ক) মিষ্টান্ন ভোজন

(খ) দান কৰা

(গ) এটাও নহয়

উত্তৰ- (ক) মিষ্টান্ন ভোজন ।


৬। নিজৰ সম্পত্তিৰ কিমান ভাগ দুখীয়া লোকসকলৰ মাজত ৰমজান মাহত দান দিবলগীয়া হয়

(ক) চাৰি ভাগৰ এভাগ

(খ) চল্লিছ ভাগৰ এভাগ

(গ) এটাও নহয়

উত্তৰ- (খ) চল্লিছ ভাগৰ এভাগ ।


৭। ঈদৰ দিনা পৰম ভক্তিৰে কাক মনত পেলোৱা হয়?

(ক) জীৱিত ব্য়ক্তিসকলক

(খ) মৃত ব্য়ক্তিসকলক

(গ) এটাও নহয়

উত্তৰ- (খ) মৃত ব্য়ক্তিসকলক ।


৮। ৰহণ শব্দৰ অৰ্থ কি?

(ক) ৰং

(খ) মিঠা আাহাৰ

(গ) এটাও নহয়

উত্তৰ- (ক) ৰং ।


৯। মৰিষণ শব্দৰ অৰ্থ কি?

(ক) ক্ষমা কৰা কাৰ্য

(খ) পৱিত্ৰ

(গ) এটাও নহয়

উত্তৰ- (ক) ক্ষমা কৰা কাৰ্য ।


১০। সংযমিত শব্দৰ অৰ্থ কি?

(ক) সন্তুষ্ট কৰা কাৰ্য্য়

(খ) সংযম ৰক্ষা কৰা

(গ) এটাও নহয়

উত্তৰ- (খ) সংযম ৰক্ষা কৰা ।