বিজ্ঞান আৰু আমাৰ মানসিকতা


১। ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?

ভ্ৰাম্যভাষৰ

মুখে মুখে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ভ্ৰাম্যভাষৰ


২। হাট শব্দৰ অৰ্থ কি?

চোতাল

বজাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বজাৰ


৩। বুধবাৰে ছাত্ৰ-ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল?

বৰষুণ পৰাৰ কাৰণে

বিদ্যালয়ৰ মাহেকীয়া মাচুল দিয়াৰ ভয়ত

ছিটা লোৱাৰ ভয়ত

Answer: ছিটা লোৱাৰ ভয়ত


৪। বিদ্যালয়ৰ প্ৰধান শিক্ষক জনৰ নাম কি আছিল?

বিনোদ ওৰাং

ৰতন পায়েং

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিনোদ ওৰাং


৫। বিদ্যালয়ৰ সহযোগী কৰ্মী জনৰ নাম কি?

ৰতন পায়েং

বিনোদ ওৰাং

হৰিধন

Answer: হৰিধন


৬। উৰাবাতৰি সমূহ সমাজৰ বাবে কি?

এক প্ৰকাৰ সোঁচৰা ৰোগ

এক প্ৰকাৰৰ বেক্টৰিয়া

ইয়াৰ ভিতৰত এটাও নহয়

Answer: এক প্ৰকাৰ সোঁচৰা ৰোগ


৭। পলিঅ' কি?

বেক্টেৰিয়া

এবিধ ৰোগ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: এবিধ ৰোগ


৮। পুস্তিকা শব্দৰ অৰ্থ কি?

সৰু কিতাপ

পুথি

বহী

Answer: সৰু কিতাপ


৯। যি একেলগে পঢ়ে তাক কি বুলি কয়?

বন্ধু

শত্ৰু

সহপাৰ্থী

Answer: সহপাৰ্থী


১০। গাৱঁৰ মুখিয়াল জনক কি বুলি কয়?

গাওঁবুঢ়া

মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰপতি

Answer: গাওঁবুঢ়া


১১। কলং নৈৰ ওপৰত কি আছে?

মানুহ

দলং

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: দলং


১২। এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰক কি বোলে?

সংক্ৰামক ৰোগ

 বীজাণু

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সংক্ৰামক ৰোগ


১৩। কাৰো পক্ষ নোলোৱা মানুহক কি বুলি কয়?

বিপক্ষ

পক্ষ

নিৰপেক্ষ

Answer: নিৰপেক্ষ


১৪। 'শংকৰ,তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়?' কথাষাৰ কোনে কৈছিল?

জংকীয়ে

কমলে

জেনিথে

Answer: জংকীয়ে


১৫। বিদ্যালয়ৰ খনৰ শিক্ষয়ত্ৰী গৰাকীৰ নাম কি?

পৰিস্মৃতা

নীলিমা খাতুন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নীলিমা খাতুন


১৬। যি জানিবলৈ ইচ্ছা কৰে?

ইচ্ছুক

ছাত্ৰী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ইচ্ছুক


১৭। যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাক কি বোলে?

উৰাবাতৰি

সামাজিক মাধ্যম

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সামাজিক মাধ্যম


১৮। জংকীৰ দুজন বন্ধুৰ নাম কি?

জ্ঞানম আৰু পলাশ

ৰাজদ্বীপ আৰু ৰাহুল

কমল আৰু জেনিথ

Answer: কমল আৰু জেনিথ


১৯। এই পাঠটোত থকা আদৰ্শ মাধ্যমিক বিদ্যালয়খন কোন গাঁৱত আছে?

ৰতনপুৰত

মৰিগাঁৱত

ডিব্ৰুগড়ত

Answer: ৰতনপুৰত


২০। কি বাৰে ৰতনপুৰত সাপ্তাহিক হাত বহে?

সোমবাৰে

বুধবাৰে

শনিবাৰে

Answer: বুধবাৰে