পোহৰ
পাঠঃ ১৫
১। লাইট হাউছক কি বুলি কোৱা হয়?
প্ৰতিফলন
আলোক স্তম্ভ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: আলোক স্তম্ভ
২। সূৰ্যৰ দৰে নিজে পোহৰ দিব পৰা বস্তুবোৰক কি বোলে?
অদীপ্তিমান বস্তু
স্বচ্ছ বস্তু
দীপ্তিমান বস্তু
Answer: দীপ্তিমান বস্তু
৩। পোহৰে কি ৰেখাত গতি কৰে?
সৰল ৰেখাত
দণ্ড ৰেখাত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সৰল ৰেখাত
৪। কিহে পোহৰৰ দিশ সলনি কৰিব পাৰে?
বতাহে
নলীৰে
দাপোণে
Answer: দাপোণে
৫। নিজৰ ছবিখন ক'ত প্ৰতিফলন হয়?
এপাত চকচকীয়া চামুচত
কাঠট
কিতাপত
Answer: এপাত চকচকীয়া চামুচত
৬। দাপোণত যি দেখা পোৱা সেয়া তোমাৰ মূখৰ কি?
ছাঁ
প্ৰতিফলন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰতিফলন
৭। সমতল দাপোণত গঠিত প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য়বস্তুবোৰ সমাননে?
সমান
সমান নহয়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সমান
৮। এটা উজ্জল বিন্দুটো দৰাচলতে সূৰ্যৰ কি?
প্ৰতিবিম্ব
প্ৰতিফলন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰতিবিম্ব
৯। পৰ্দাত গঠন হোৱা প্ৰতিবিম্বক কি বোলে?
সৎ প্ৰতিবিম্ব
অসৎ প্ৰতিবিম্ব
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সৎ প্ৰতিবিম্ব
১০। পৰ্দাত পেলাব নোৱাৰা প্ৰতিবিম্বক কি বোলো?
সৎ প্ৰতিবিম্ব
অসৎ প্ৰতিবিম্ব
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অসৎ প্ৰতিবিম্ব
১১। লেন্ছ কিহত ব্য়ৱহাৰ কৰা হয়?
চছ্মাত
কাঠত
প্লাষ্টিকত
Answer: চছ্মাত
১২। লেন্ছ মাজেৰে সূৰ্যৰ পোহৰলৈ চাব পৰা যায়নে?
যায়
নাযায়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নাযায়
১৩। লেন্ছ মাজেৰে পোহৰ পাৰ হৈ যায়নে?
যায়
নাযায়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: যায়
১৪। পৰ্দা বা বেৰত গঠন হোৱা সূৰ্যৰ প্ৰতিবিম্বৰ ফালে চাব পাৰিনে?
পাৰি
নোৱাৰি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাৰি
১৫। যিবোৰ পৰ্দাথৰ মাজেৰে পোহৰ পাৰহৈ যায় সেই বোৰ পৰ্দাথক কি বোলে?
স্বচ্ছ পৰ্দাথ
অস্বচ্ছ পৰ্দাথ
ঈষৎ স্বচ্ছ
Answer: স্বচ্ছ পৰ্দাথ
১৬। যিবোৰ পৰ্দাথৰ মাজেৰে পোহৰ পাৰহৈ নাযায় সেই বোৰ পৰ্দাথক কি বোলে?
অস্বচ্ছ পৰ্দাথ
স্বচ্ছ পৰ্দাথ
ঈষৎ স্বচ্ছ
Answer: অস্বচ্ছ পৰ্দাথ
১৭। যিবোৰ পৰ্দাথৰ মাজেৰে পোহৰ কমকৈ পাৰহৈ যায় সেই বোৰ পৰ্দাথক কি বোলে?
ঈষৎ স্বচ্ছ
অস্বচ্ছ পৰ্দাথ
স্বচ্ছ পৰ্দাথ
Answer: ঈষৎ স্বচ্ছ
১৮। প্ৰতিবিম্ব আৰু ছাঁ কি?
বহুত বেলেগ
একে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বহুত বেলেগ
১৯। পোহৰৰ পৰা কি সৃষ্টি হয়?
কাঠ
ছাঁ
লো
Answer: ছাঁ
২০। চন্দই কিহৰ পৰা পোহৰ লয়?
মঙ্গল গ্ৰহৰ পৰা
নেপচুনৰ পৰা
সূৰ্যৰ পৰা
Answer: সূৰ্যৰ পৰা
0 Comments