পোহৰ

পাঠঃ ১৫



১। লাইট হাউছক কি বুলি কোৱা হয়?

প্ৰতিফলন

আলোক স্তম্ভ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আলোক স্তম্ভ


২। সূৰ্যৰ দৰে নিজে পোহৰ দিব পৰা বস্তুবোৰক কি বোলে?  

অদীপ্তিমান বস্তু

স্বচ্ছ বস্তু

দীপ্তিমান বস্তু

Answer: দীপ্তিমান বস্তু


৩। পোহৰে কি ৰেখাত গতি কৰে?

সৰল ৰেখাত

দণ্ড ৰেখাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সৰল ৰেখাত


৪। কিহে পোহৰৰ দিশ সলনি কৰিব পাৰে?

বতাহে

নলীৰে

দাপোণে

Answer: দাপোণে



৫। নিজৰ ছবিখন ক'ত প্ৰতিফলন হয়?

এপাত চকচকীয়া চামুচত

কাঠট

কিতাপত

Answer: এপাত চকচকীয়া চামুচত


৬। দাপোণত যি দেখা পোৱা সেয়া তোমাৰ মূখৰ কি?

ছাঁ

প্ৰতিফলন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰতিফলন


৭। সমতল দাপোণত গঠিত প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য়বস্তুবোৰ সমাননে?

সমান

সমান নহয়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সমান


৮। এটা উজ্জল বিন্দুটো দৰাচলতে সূৰ্যৰ কি?

প্ৰতিবিম্ব

প্ৰতিফলন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰতিবিম্ব


৯। পৰ্দাত গঠন হোৱা প্ৰতিবিম্বক কি বোলে?

সৎ প্ৰতিবিম্ব

অসৎ প্ৰতিবিম্ব

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সৎ প্ৰতিবিম্ব


১০। পৰ্দাত পেলাব নোৱাৰা প্ৰতিবিম্বক কি বোলো?

সৎ প্ৰতিবিম্ব

অসৎ প্ৰতিবিম্ব

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অসৎ প্ৰতিবিম্ব


১১। লেন্ছ কিহত ব্য়ৱহাৰ কৰা হয়?

চছ্মাত

কাঠত

প্লাষ্টিকত

Answer: চছ্মাত


১২। লেন্ছ মাজেৰে সূৰ্যৰ পোহৰলৈ চাব পৰা যায়নে?

যায়

নাযায়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাযায়


১৩। লেন্ছ মাজেৰে পোহৰ পাৰ হৈ যায়নে?

যায়

নাযায়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: যায়


১৪। পৰ্দা বা বেৰত গঠন হোৱা সূৰ্যৰ প্ৰতিবিম্বৰ ফালে চাব পাৰিনে?

পাৰি

নোৱাৰি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাৰি


১৫। যিবোৰ পৰ্দাথৰ মাজেৰে পোহৰ পাৰহৈ যায় সেই বোৰ পৰ্দাথক কি বোলে?

স্বচ্ছ পৰ্দাথ

অস্বচ্ছ পৰ্দাথ

ঈষৎ স্বচ্ছ

Answer: স্বচ্ছ পৰ্দাথ


১৬। যিবোৰ পৰ্দাথৰ মাজেৰে পোহৰ পাৰহৈ নাযায় সেই বোৰ পৰ্দাথক কি বোলে?

অস্বচ্ছ পৰ্দাথ

স্বচ্ছ পৰ্দাথ

ঈষৎ স্বচ্ছ

Answer: অস্বচ্ছ পৰ্দাথ


১৭। যিবোৰ পৰ্দাথৰ মাজেৰে পোহৰ কমকৈ পাৰহৈ যায় সেই বোৰ পৰ্দাথক কি বোলে?

ঈষৎ স্বচ্ছ

অস্বচ্ছ পৰ্দাথ

স্বচ্ছ পৰ্দাথ

Answer: ঈষৎ স্বচ্ছ


১৮। প্ৰতিবিম্ব আৰু ছাঁ কি?

বহুত বেলেগ

একে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বহুত বেলেগ


১৯। পোহৰৰ পৰা কি সৃষ্টি হয়?

কাঠ

ছাঁ

লো

Answer: ছাঁ

 

২০। চন্দই কিহৰ পৰা পোহৰ লয়?

মঙ্গল গ্ৰহৰ পৰা

নেপচুনৰ পৰা

সূৰ্যৰ পৰা

Answer: সূৰ্যৰ পৰা