পানীঃ এক অমূল্য় সম্পদ

পাঠ : ১৬


১। ২২ মাৰ্চৰ দিনটো বিশ্বৰ কি দিৱস হিচাপে উদযাপন কৰা হয়?

মহাবিষুৱ দিৱস হিচাপে

জল দিৱস হিচাপে

জলবিষুৱ দিৱস হিচাপে

Answer: জল দিৱস হিচাপে


২। আমি প্ৰতি বছৰে জল দিৱস উদযাপন কৰা কাৰণ কি?

সকলোকে পানী সংৰক্ষণৰ বাবে আকৰ্ষণ কৰা

সকলোকে পানী সংৰক্ষণৰ নকৰাৰ বাবে আকৰ্ষণ কৰা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সকলোকে পানী সংৰক্ষণৰ বাবে আকৰ্ষণ কৰা


৩। ৰাষ্ট্ৰসংঘই খোৱা, ধোৱা, খাদ্য় প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰতিজন ব্য়ক্তিৰ কাৰণে প্ৰতিদিনে কিমান লিটাৰ পানী লাগে বুলি অনুমান কৰিছে?

১০০ লিটাৰ

৪০ লিটাৰ

৫০ লিটাৰ

Answer: ৫০ লিটাৰ


৪। প্ৰতিজন মানুহৰ প্ৰতিদিনৰ বাবে এই পৰিমাণৰ পানী হ'লে প্ৰায় কিমান বাল্টি পানী হব?

ছয় বাল্টি

পাচঁ বাল্টি

আঢ়ৈ বাল্টি

Answer: আঢ়ৈ বাল্টি


৫। বিশেষকৈ কি কালত পানীৰ অভাৱ হয়?

খৰালি

বসৎ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: খৰালি


৬। পানী কি?

জল সম্পদ

প্ৰাকৃতিক সম্পদ

অভাৱীয় সম্পদ

Answer: প্ৰাকৃতিক সম্পদ


৭। কিমান চনত আন্তঃৰাষ্ট্ৰীয় নিৰ্মল পানী বৰ্ষ হিচাপে পালন কৰা হৈছিল?

২০০৩

২০১৯

২০২০

Answer: ২০০৩


৮। মাটিৰ পৰা পোৱা পানীক কি বোলে?                                                                                            

জলপানী

ভূ-জল

মাটি-পানী

Answer: ভূ-জল


৯। সকলোবোৰ পানী পোনপটীয়াকি খাব পাৰিনে?

পাৰি

নোৱাৰি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নোৱাৰি


১০। মাটিৰ ফাঁক আৰু শিলৰ মাজত থকা ঠাইখিনি পানীৰে পৰিপূৰ্ণ হৈ থাকে, এই স্তৰৰ ওপৰৰ সীমাক কি বোলে?

ভূ-জলৰ সীমা

ভূ-গৰ্ভৰ জলপৃষ্ঠ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ভূ-গৰ্ভৰ জলপৃষ্ঠ


১১। পানীৰ স্তৰ ঠায়ে ঠায়ে কি হয়?

একে

বেলেগ বেলেগ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বেলেগ বেলেগ

 


১২। জুলীয় পানী কৰ পৰা পোৱা যায়?

মাটিৰ পৰা

সাগৰৰ পৰা

বৰফৰ পৰা

Answer: সাগৰৰ পৰা


১৩। আমাৰ চৌপাশৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প হ'ল পানীৰ কি অৱস্থা?

বাষ্প অৱস্থা

গেছীয় অৱস্থা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গেছীয় অৱস্থা


১৪। পানী গোটা কেটিয়া হয়?

গৰম ভাপ পালে

ঠাণ্ডা  ভাপ পালে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ঠাণ্ডা  ভাপ পালে


১৫। পানী কিহৰ সহায়ত গেছীয় ভাপলৈ পৰিণত হয়?

ঠাণ্ডা সহায়ত

সূৰ্যৰ সহায়ত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সূৰ্যৰ সহায়ত


১৬। মাটি ভিতৰলৈ পানী নিগৰি সোমাই যোৱা প্ৰক্ৰিয়াটোক কি বোলে?

আন্তঃপৰিস্ৰাৱণ

ভূ- পৰিস্ৰাৱণ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আন্তঃপৰিস্ৰাৱণ


১৭। কঠিন শিলাস্তৰৰ মাজত পানী সঞ্চিত হৈ থাকে ইয়াক কি বোলে?

আন্তঃপৰিস্ৰাৱণ

জলপক্ত

ভূ- পৰিস্ৰাৱণ

Answer: জলপক্ত


১৮। জল আহৰণৰ আন এটা নাম কি?

বৰষুণৰ পানী আহৰণ

ভূ- পৰিস্ৰাৱণ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বৰষুণৰ পানী আহৰণ


১৯। পানীৰ পৰা কি প্ৰস্তুত কৰা হয়?

বিদ্য়ুৎ

সূৰ্যৰ ৰশ্মি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিদ্য়ুৎ

 

২০। পানী কি?

অমূল্য় সম্পদ

প্ৰাকৃতিক সম্পদ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অমূল্য় সম্পদ