পানীঃ এক অমূল্য় সম্পদ
পাঠ : ১৬
১। ২২ মাৰ্চৰ দিনটো বিশ্বৰ কি দিৱস হিচাপে উদযাপন কৰা হয়?
মহাবিষুৱ দিৱস হিচাপে
জল দিৱস হিচাপে
জলবিষুৱ দিৱস হিচাপে
Answer: জল দিৱস হিচাপে
২। আমি প্ৰতি বছৰে জল দিৱস উদযাপন কৰা কাৰণ কি?
সকলোকে পানী সংৰক্ষণৰ বাবে আকৰ্ষণ কৰা
সকলোকে পানী সংৰক্ষণৰ নকৰাৰ বাবে আকৰ্ষণ কৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সকলোকে পানী সংৰক্ষণৰ বাবে আকৰ্ষণ কৰা
৩। ৰাষ্ট্ৰসংঘই খোৱা, ধোৱা, খাদ্য় প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰতিজন ব্য়ক্তিৰ কাৰণে প্ৰতিদিনে কিমান লিটাৰ পানী লাগে বুলি অনুমান কৰিছে?
১০০ লিটাৰ
৪০ লিটাৰ
৫০ লিটাৰ
Answer: ৫০ লিটাৰ
৪। প্ৰতিজন মানুহৰ প্ৰতিদিনৰ বাবে এই পৰিমাণৰ পানী হ'লে প্ৰায় কিমান বাল্টি পানী হব?
ছয় বাল্টি
পাচঁ বাল্টি
আঢ়ৈ বাল্টি
Answer: আঢ়ৈ বাল্টি
৫। বিশেষকৈ কি কালত পানীৰ অভাৱ হয়?
খৰালি
বসৎ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: খৰালি
৬। পানী কি?
জল সম্পদ
প্ৰাকৃতিক সম্পদ
অভাৱীয় সম্পদ
Answer: প্ৰাকৃতিক সম্পদ
৭। কিমান চনত আন্তঃৰাষ্ট্ৰীয় নিৰ্মল পানী বৰ্ষ হিচাপে পালন কৰা হৈছিল?
২০০৩
২০১৯
২০২০
Answer: ২০০৩
৮। মাটিৰ পৰা পোৱা পানীক কি বোলে?
জলপানী
ভূ-জল
মাটি-পানী
Answer: ভূ-জল
৯। সকলোবোৰ পানী পোনপটীয়াকি খাব পাৰিনে?
পাৰি
নোৱাৰি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নোৱাৰি
১০। মাটিৰ ফাঁক আৰু শিলৰ মাজত থকা ঠাইখিনি পানীৰে পৰিপূৰ্ণ হৈ থাকে, এই স্তৰৰ ওপৰৰ সীমাক কি বোলে?
ভূ-জলৰ সীমা
ভূ-গৰ্ভৰ জলপৃষ্ঠ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ভূ-গৰ্ভৰ জলপৃষ্ঠ
১১। পানীৰ স্তৰ ঠায়ে ঠায়ে কি হয়?
একে
বেলেগ বেলেগ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বেলেগ বেলেগ
১২। জুলীয় পানী কৰ পৰা পোৱা যায়?
মাটিৰ পৰা
সাগৰৰ পৰা
বৰফৰ পৰা
Answer: সাগৰৰ পৰা
১৩। আমাৰ চৌপাশৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প হ'ল পানীৰ কি অৱস্থা?
বাষ্প অৱস্থা
গেছীয় অৱস্থা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: গেছীয় অৱস্থা
১৪। পানী গোটা কেটিয়া হয়?
গৰম ভাপ পালে
ঠাণ্ডা ভাপ পালে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ঠাণ্ডা ভাপ পালে
১৫। পানী কিহৰ সহায়ত গেছীয় ভাপলৈ পৰিণত হয়?
ঠাণ্ডা সহায়ত
সূৰ্যৰ সহায়ত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সূৰ্যৰ সহায়ত
১৬। মাটি ভিতৰলৈ পানী নিগৰি সোমাই যোৱা প্ৰক্ৰিয়াটোক কি বোলে?
আন্তঃপৰিস্ৰাৱণ
ভূ- পৰিস্ৰাৱণ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: আন্তঃপৰিস্ৰাৱণ
১৭। কঠিন শিলাস্তৰৰ মাজত পানী সঞ্চিত হৈ থাকে ইয়াক কি বোলে?
আন্তঃপৰিস্ৰাৱণ
জলপক্ত
ভূ- পৰিস্ৰাৱণ
Answer: জলপক্ত
১৮। জল আহৰণৰ আন এটা নাম কি?
বৰষুণৰ পানী আহৰণ
ভূ- পৰিস্ৰাৱণ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বৰষুণৰ পানী আহৰণ
১৯। পানীৰ পৰা কি প্ৰস্তুত কৰা হয়?
বিদ্য়ুৎ
সূৰ্যৰ ৰশ্মি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিদ্য়ুৎ
২০। পানী কি?
অমূল্য় সম্পদ
প্ৰাকৃতিক সম্পদ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অমূল্য় সম্পদ
0 Comments