অৰণ্য়ঃ আমাৰ জীৱন ৰেখা
পাঠ - ১৭
১। উদ্ভিদে সূৰ্যৰ পোহৰ ,পানী আৰু কাবন-ডাই-অক্সাইডৰ উপস্থিতিত কি প্ৰস্তুত কৰে?
অক্সিজেন
নাইট্ৰ'জেন
খাদ্য়
Answer: খাদ্য়
২। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বোলে?
উদ্ভিদৰ প্ৰজনন
সালোকসংশ্লেষণ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সালোকসংশ্লেষণ
৩। শিপাবোৰৰ প্ৰধান শিপাডালক কি বোলে?
মুখ্য় মূল
মুখ্য় শিপা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: মুখ্য় মূল
৪। বেটুপাতৰ আন এটা নাম কি?
পাহী
মূল
বৃতি
Answer: বৃতি
৫। উদ্ভিদৰ আন সৰু সৰু শিপাবোৰক কি বোলে?
ক্ষাৰক
পাৰ্শ্বীয় শিপা
কাণ্ড শিপা
Answer: পাৰ্শ্বীয় শিপা
৬। উদ্ভিদৰ শিপাবোৰ একে হ'লে সেই বোৰক কি বোলে?
মুখ্য় মূল
গুচ্ছমূল
ইয়াৰ ভিতৰত এটাও নহয়
Answer: গুচ্ছমূল
৭। শিপা কেই প্ৰকাৰৰ?
২
৪
৬
Answer: ২
৮। সকলোবোৰ ফুলৰ বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ থাকেনে?
থাকে
নাথাকে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নাথাকে
৯। গৰ্ভাশয় ফুলৰ ক'ত থাকে?
ওপৰত
তলত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: তলত
১০। পাতৰ ৰেশা বোৰক কি বোলে?
চিন
ৰেখা
সিৰা
Answer: সিৰা
১১। যিবোৰ অণুজীৱই পচা উদ্ভিদ আৰু প্ৰণীক হিউমাছলৈ পৰিবৰ্তিত কৰে, তাক কি বোলে?
হিউমাছ
বিয়োজক
কেন'পি
Answer: বিয়োজক
১২। অৰণ্য়ক কি বুলি কোৱা হয়?
এবিধ গতিশীল জীৱ
এবিধ গতিশীল বায়
এবিধ গতিশীল জীৱিত সম্পদ
Answer: এবিধ গতিশীল জীৱিত সম্পদ
১৩। সিৰা বোৰে পাতত সৃষ্টি কৰা সজোনক কি বোলে?
সিৰা
সিৰা বিন্য়াস
মধ্য় সিৰা
Answer: সিৰা বিন্য়াস
১৪। পাতৰ মাজৰ ডাঠ সিৰা ডালক কি বোলে?
ডাঠ সিৰা
পাতল সিৰা
মধ্য় সিৰা
Answer: মধ্য় সিৰা
১৫। এডাল সিৰাই আন এডাল সিৰাৰ লগত সমান্তৰাল ভাবে থকা সিৰা বোৰক কি বোলে?
সমান্তৰাল সিৰা
সমান্তৰাল সিৰা বিন্য়াস
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সমান্তৰাল সিৰা বিন্য়াস
১৬। এটা নিৰ্দিষ্ট বৃদ্ধিৰ পিছত বেছি ভাগ উদ্ভিদে কি ধাৰণ কৰে?
ফুল
ফল
শিপা
Answer: ফুল
১৭। উদ্ভিদৰ ডালিৰ পৰা পোখা মোলা প্ৰক্ৰিয়াটো কি?
কলম শাখা
যৌন প্ৰক্ৰিয়া
অযৌন প্ৰক্ৰিয়া
Answer: অযৌন প্ৰক্ৰিয়া
১৮। পাতবোৰে উদ্ভিদৰ কি কাম সহায় কৰে?
শিপা গজাত
খাদ্য় প্ৰস্তুত কৰাত
প্ৰজননত
Answer: খাদ্য় প্ৰস্তুত কৰাত
১৯। ডাল বোৰ উদ্ভিদৰ কি?
অংশ
মূল
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অংশ
২০। উদ্ভিদে কিহৰ সহায়ত জীয়াই থাকে?
শিপাৰ সহায়ত
সূৰ্য পোহৰ ,পানী আৰু কাবন-ডাই-অক্সাইডৰ সহায়ত
বায়ুৰ সহায়ত
Answer: শিপাৰ সহায়ত
0 Comments