বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজল


১। বায়ুত থকা জলায় বাষ্পৰ পৰিমাণৰ জোখক কি বোলে?

অম্ল

আৰ্দ্ৰতা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আৰ্দ্ৰতা


২। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক  কি বোলে?

পৰিৱৰ্তন

সম্পদ

বতৰৰ উপাদান

Answer: বতৰৰ উপাদান


৩। এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা ২৫ বছৰৰ, গড় বতাহৰ নমুনাকে সোই ঠাই খনৰ কি বোলে?

স্থলবায়ু

জলবায়ু

বতাহ

Answer: জলবায়ু


৪। প্ৰত্য়েকটো মাহৰ উষ্ণতাৰ মধ্য়ক কেইটা স্তৰত উলিওৱা হয়?

তিনিটা

পাচঁটা

দুটা

Answer: দুটা


৫। উত্তৰ-পূব ভাৰতৰ জলবায়ু কেনেকুৱা?

সেমেকা

গৰম

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সেমেকা


৬। বায়ুত বেছি পৰিমাণে থকা গেছ বিধৰ নাম কি?

অক্সিজেন

নাইট্ৰ'জেন

কাবৰ্ন-ডাই- অক্সাইড

Answer: নাইট্ৰ'জেন


৭। মেৰু অঞ্চল কেনেকুৱা?

অতিশয় শীতল

অতিশয় গৰম

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অতিশয় শীতল


৮। বগা ভালুকৰ হাত বোৰে সিহতক কি কি কৰাত সহায় কৰে?

চিকাৰ ধৰাত

বৰফত খোজ কঢ়া আৰু সাঁতোৰাত

ইয়াৰ ভিতৰত এটা নহয়

Answer: বৰফত খোজ কঢ়া আৰু সাঁতোৰাত


৯। বগা ভালুকে কিহৰ সহায়ত উসাহ লয়?

ফুলৰ সহায়ত

নাসাৰন্ধ্ৰৰ সহায়ত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাসাৰন্ধ্ৰৰ সহায়ত


১০। পেংগুইনৰ ভৰি বোৰত কি থকাৰ  বাবে সাঁতুৰিব পাৰে?

আঁহ

ফুল

পতাযুক্ত

Answer; পতাযুক্ত


১১। পৰিভ্ৰমণৰ আন এটা নাম কি?

অম্ল

প্ৰব্ৰজন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰব্ৰজন


১২। বৰ্ষাৰণ্য় অসমত পোৱা যায় নে?

যায়

নাযায়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: যায়


১৩। হাতীৰ কাণ দুখনে সিহতক কি কৰাত সহায় কৰে?

শীতল

গৰম

ইয়াৰ ভিতৰত এটাও নহয়

Answer: শীতল


১৪। জীৱই বাস কৰা চৌপাশক কি বোলে?

আৱাসস্থলী

অভিযোজন

ইয়াৰ ভিতৰত এটাও নহয়

Answer; আৱাসস্থলী


১৫। ভেকুঁলি বোৰে বাস কৰা বাসস্থানক কি বোলে?

স্থলজ আৱাসস্থলী

জলজ আৱাসস্থলী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: জলজ আৱাসস্থলী

 

১৬। বাসস্থানৰ আন এটা নাম কি?

অম্ল

আৱাসস্থলী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আৱাসস্থলী


১৭। মৰুভূমিত থকা কোন বিধ গছৰ পাতৰ সলনি কাইত থাকে?

সূচক

কেকটাছ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কেকটাছ


১৮। মাছবোৰে কিহৰ সহায়ত উসাহ লয়?

ফুলৰ সহায়ত

নাসাৰন্ধ্ৰৰ সহায়ত

ইয়াৰ ভিতৰত এটাও নহয়

Answer; ফুলৰ সহায়ত


১৯। বৰ্জিত পদাৰ্থ বোৰ আঁতৰাই পেলোৱাক কি বোলে?

সূচক

ৰেচন ক্ৰিয়া

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: ৰেচন ক্ৰিয়া


২০। আৱাসস্থলী কেই প্ৰকাৰৰ?

২ প্ৰকাৰৰ

 ৩ প্ৰকাৰৰ

৫ প্ৰকাৰৰ

Answer: ২ প্ৰকাৰৰ