বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজল
১। বায়ুত থকা জলায় বাষ্পৰ পৰিমাণৰ জোখক কি বোলে?
অম্ল
আৰ্দ্ৰতা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: আৰ্দ্ৰতা
২। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক কি বোলে?
পৰিৱৰ্তন
সম্পদ
বতৰৰ উপাদান
Answer: বতৰৰ উপাদান
৩। এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা ২৫ বছৰৰ, গড় বতাহৰ নমুনাকে সোই ঠাই খনৰ কি বোলে?
স্থলবায়ু
জলবায়ু
বতাহ
Answer: জলবায়ু
৪। প্ৰত্য়েকটো মাহৰ উষ্ণতাৰ মধ্য়ক কেইটা স্তৰত উলিওৱা হয়?
তিনিটা
পাচঁটা
দুটা
Answer: দুটা
৫। উত্তৰ-পূব ভাৰতৰ জলবায়ু কেনেকুৱা?
সেমেকা
গৰম
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সেমেকা
৬। বায়ুত বেছি পৰিমাণে থকা গেছ বিধৰ নাম কি?
অক্সিজেন
নাইট্ৰ'জেন
কাবৰ্ন-ডাই- অক্সাইড
Answer: নাইট্ৰ'জেন
৭। মেৰু অঞ্চল কেনেকুৱা?
অতিশয় শীতল
অতিশয় গৰম
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অতিশয় শীতল
৮। বগা ভালুকৰ হাত বোৰে সিহতক কি কি কৰাত সহায় কৰে?
চিকাৰ ধৰাত
বৰফত খোজ কঢ়া আৰু সাঁতোৰাত
ইয়াৰ ভিতৰত এটা নহয়
Answer: বৰফত খোজ কঢ়া আৰু সাঁতোৰাত
৯। বগা ভালুকে কিহৰ সহায়ত উসাহ লয়?
ফুলৰ সহায়ত
নাসাৰন্ধ্ৰৰ সহায়ত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নাসাৰন্ধ্ৰৰ সহায়ত
১০। পেংগুইনৰ ভৰি বোৰত কি থকাৰ বাবে সাঁতুৰিব পাৰে?
আঁহ
ফুল
পতাযুক্ত
Answer; পতাযুক্ত
১১। পৰিভ্ৰমণৰ আন এটা নাম কি?
অম্ল
প্ৰব্ৰজন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰব্ৰজন
১২। বৰ্ষাৰণ্য় অসমত পোৱা যায় নে?
যায়
নাযায়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: যায়
১৩। হাতীৰ কাণ দুখনে সিহতক কি কৰাত সহায় কৰে?
শীতল
গৰম
ইয়াৰ ভিতৰত এটাও নহয়
Answer: শীতল
১৪। জীৱই বাস কৰা চৌপাশক কি বোলে?
আৱাসস্থলী
অভিযোজন
ইয়াৰ ভিতৰত এটাও নহয়
Answer; আৱাসস্থলী
১৫। ভেকুঁলি বোৰে বাস কৰা বাসস্থানক কি বোলে?
স্থলজ আৱাসস্থলী
জলজ আৱাসস্থলী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: জলজ আৱাসস্থলী
১৬। বাসস্থানৰ আন এটা নাম কি?
অম্ল
আৱাসস্থলী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: আৱাসস্থলী
১৭। মৰুভূমিত থকা কোন বিধ গছৰ পাতৰ সলনি কাইত থাকে?
সূচক
কেকটাছ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: কেকটাছ
১৮। মাছবোৰে কিহৰ সহায়ত উসাহ লয়?
ফুলৰ সহায়ত
নাসাৰন্ধ্ৰৰ সহায়ত
ইয়াৰ ভিতৰত এটাও নহয়
Answer; ফুলৰ সহায়ত
১৯। বৰ্জিত পদাৰ্থ বোৰ আঁতৰাই পেলোৱাক কি বোলে?
সূচক
ৰেচন ক্ৰিয়া
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৰেচন ক্ৰিয়া
২০। আৱাসস্থলী কেই প্ৰকাৰৰ?
২ প্ৰকাৰৰ
৩ প্ৰকাৰৰ
৫ প্ৰকাৰৰ
Answer: ২ প্ৰকাৰৰ