মধ্যযুগত ভাৰতবৰ্ষ

১) আুমানিক কিমান খ্ৰীঃত চুলতান মামুদ গজনীৰ সিংহাসনত বহে?

৮৭৬ খ্ৰীঃত।

৯৯৮ খ্ৰীঃত।

৫৪০ খ্ৰীঃত।

Answer: ৯৯৮ খ্ৰীঃত।


২) কাৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হয়।

আকবৰৰ মৃত্যুৰ পিছত।

ঔৰংজেৱৰ মৃত্যুৰ পিছত।

মহম্মদ ঘোৰীৰ মৃত্যুৰ পিছত।

Answer: ঔৰংজেৱৰ মৃত্যুৰ পিছত।


৩) মহম্মদ ঘোৰীৰ সেনাপতি কোন আছিল?

বীৰবল।

কুতুবুদ্দিন আইবাক।

খিজি্ৰ খান।

Answer: কুতুবুদ্দিন আইবাক।


৪) তুৰ্কী-আফগানৰ কেইটা ৰাজবংশই ভাৰতত শাসনকাৰ্য চলািছিল?

পাঁচটা ৰাজবংশই।

তিনিটা ৰাজবংশই।

নটা ৰাজবংশই।

Answer: পাঁচটা ৰাজবংশই।


৫) কিমান খ্ৰীঃত মোগল শাসন আৰম্ভ হৈছিল?

১৪৩৬ খ্ৰীঃত।

১৫২৬ খ্ৰীঃত।

৯৮১ খ্ৰীঃত।

Answer: ১৫২৬ খ্ৰীঃত।


৬) গজনীৰ চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ  কৰিছিল?

১২ বাৰ।

১৭ বাৰ।

৮ বাৰ।

Answer; ১৭ বাৰ।


৭) প্ৰাচীন যুগ কাক কোৱা হয়?

পূৰণি যুগক প্ৰাচীন যুগ বুলি কোৱা হয়।

প্ৰাগৈতিহাসিক যুগৰ পৰা চুলতানসকলৰ আগমনলৈ প্ৰাচীন যুগ বোলা হয়।

ওপৰৰ এটাও নহয়।

Answer: প্ৰাগৈতিহাসিক যুগৰ পৰা চুলতানসকলৰ আগমনলৈ প্ৰাচীন যুগ বোলা হয়।


৮) মধ্যযুগক কি বুলি কোৱা হয়?

হিন্দু যুগ।

মুছলমান যুগ।

আধুনিক যুগ।

Answer: মুছলমান যুগ।


৯) আলাউদ্দিন খিলজিয়ে ক'ত নিজৰ নাম খোদিত কৰাছিল?

দেৱালত।

মুদ্ৰাত।

চিত্ৰত।

Answer: মুদ্ৰাত।


১০) কিমান খ্ৰীঃত লোডী বংশৰ পতন হৈছিল?

১৩২৪ খ্ৰীঃত।

১১৯৪ খ্ৰীঃত।

১৫২৬ খ্ৰীঃত।

Answer: ১৫২৬ খ্ৰীঃত।


১১) শেষ মোগল সম্ৰাট গৰাকী কোন আছিল?

দ্বিতীয় বাহাদুৰ ছাহ।

হুমায়ুন।

চুলতানা ৰেজিয়া।

Answer: দ্বিতীয় বাহাদুৰ ছাহ।


১২) মহম্মদ ঘোৰীয়ে কিমান খ্ৰীঃত পঞ্জাৱ দখন কৰে 

১১০০ খ্ৰীঃত।

১১৮৯ খ্ৰীঃত।

৮৬৭ খ্ৰীঃত।

Answer: ১১৮৯ খ্ৰীঃত।


১৩) মধ্যযুগৰ বিষয় কেনেকৈ জানিব পাৰি।

বিভিন্ন সমলৰ পৰা।

মধ্যযুগৰ সামাজিক অৱস্থাৰ পৰা।

ওএপৰৰ এটাও নহয়।

Answer: বিভিন্ন সমলৰ পৰা।


১৪) আগ্ৰাৰ জামে মছজিদ কাৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল?  

ফিৰোজ ছাহ টোগলকৰ পৃষ্ঠপোষকতাত।

ছাহজানৰ পৃষ্ঠপোষকতাত।

জাহাংগীৰৰ পৃষ্ঠপোষকতাত।

Answer: ছাহজানৰ পৃষ্ঠপোষকতাত।

 


১৫) প্ৰত্নতাত্তিক সমলবোৰৰ ভিতৰত আন এক নিৰ্ভৰযোগ্য সমল কি?

বিদেশী পৰিব্ৰাজকৰ টোকা।

মুদ্ৰা।

স্মৃতিচিহ্নসমূহ।

Answer: মুদ্ৰা।


১৬) দাসবংশৰ প্ৰতিষ্ঠাতা কোন?

খিজি্ৰ খান।

কুতুবুদ্দিন আইবাক।

ওপৰৰ এটাও নহয়।

Answer: কুতুবুদ্দিন আইবাক।


১৭) গিয়াছুদ্দিনৰ ভায়েক চাহাবুদ্দিন আছিল।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৮) খিলিজি বংশ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ আছিল?  

১৩২০ ৰ পৰা ১৪১৪ খ্ৰীঃলৈ।

১৩৫১ ৰ পৰা ১৩৮৮ লৈ।

১২৯০ ৰ পৰা ১৩২০ লৈ।

Answer: ১২৯০ ৰ পৰা ১৩২০ লৈ।


১৯) চুলতাম মামুদে বাবে বাৰে কৰা আক্ৰমণৰ বাবে উত্তৰ-পশ্চিম ভাৰত কি হৈ পৰিছিল?

সাহসী।

দুৰ্বল।

শক্তিশালী।

Answer: দুৰ্বল।


২০) তৰাইনৰ দ্বিতীয় যুদ্ধত কাক হৰুৱাই মহম্মদ ঘোৰীয়ে উত্তৰ-পশ্চিম ভাৰতবৰ্ষত খোপনি পুতে।

বাবৰক।

ঔৰংগজেৱক।

ৰাজপুত ৰজা পৃথ্বীৰাজক।

Answer: ৰাজপুত ৰজা পৃথ্বীৰাজক।