নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া                                              


১) নিৰ্বাচনী প্ৰক্ৰিয়া কেইপ্ৰকাৰৰ?

৫ প্ৰকাৰৰ।

৪ প্ৰকাৰৰ।

২ প্ৰকাৰৰ।

Answer: ২ প্ৰকাৰৰ।


২) ভাৰতবৰ্ষত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কি গঠন কৰি দিয়ে?

নীতি আয়োগ।

নিৰ্বাচনী আয়োগ।

ওপৰৰ এটাও নহয়।

Answer: নিৰ্বাচনী আয়োগ।


৩) নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কি আছে?

কিছমান নীতি-নিয়ম।

কিছুমান বিশেষ প্ৰক্ৰিয়া।

ওপৰৰ এটাও নহয়।

Answer: কিছুমান বিশেষ প্ৰক্ৰিয়া।


৪) অসমৰ বিধান সভাৰ সদস্যৰ সংখ্যা কিমান জন?

২৫৬ জন।

১২৬ জন।

৯০ জন।

Answer: ১২৬ জন।


৫) নেতাজনক ৰাজ্যপালে কি গঠন কৰিবলৈ আহ্বান জনায়?

পঞ্চায়ত।

চৰকাৰ।

সমাজ।

Answer: চৰকাৰ।


৬) কাৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন হয়?

প্ৰধানমন্ত্ৰীৰ।

ৰাজ্যপালৰ।

বিধায়কৰ।

Answer: প্ৰধানমন্ত্ৰীৰ।


৭) চৰকাৰ গঠন কৰা দলটোক আমি কি বুলি কওঁ?

শাসক দল।

ছাত্ৰসন্থা দল।

ওপৰৰ এটাও নহয়।

Answer: শাসক দল।


৯) বিৰোধী দলে কি কৰে?

চৰকাৰৰ বিপক্ষে হয়।

সমাজখনৰ অহিত সাধন কৰে।

জনসাধাৰণক সচেতন কৰি আইন প্ৰণয়নত সহায় কৰে।

Answer: জনসাধাৰণক সচেতন কৰি আইন প্ৰণয়নত সহায় কৰে।


১০) মুখ্য নিৰ্বাচনী আয়োক্তজনক কোনে নিয়োগ কৰে?

প্ৰধানমন্ত্ৰীয়ে।

ৰাষ্ট্ৰপতিয়ে।

ৰাজ্যপালে।

Answer: ৰাষ্ট্ৰপতিয়ে।


১১) কাৰ নেতৃত্বত ৰাজ্যিক মন্ত্ৰী পৰিষদ গঠন হয়?

স্বাস্থ্য মন্ত্ৰীৰ নেতৃত্বত।

কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত।

মুখ্যম্নত্ৰীৰ নেতৃত্বত।

Answer: মুখ্যম্নত্ৰীৰ নেতৃত্বত।


১২) ৰাজ্যচৰকাৰৰ কাৰ্যকাল কিমান বছৰৰ বাবে সীমিত?

পাঁচবছৰৰ বাবে সীমিত।

সাতবছৰৰ বাবে সীমিত।

ওপৰৰ এটাও নহয়।

Answer: পাঁচবছৰৰ বাবে সীমিত।


১৩) নিৰ্বাচনী আয়োগৰ নীতি-নিৰ্দেশনাবোৰ কঠোৰ নহয়।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।


 ১৪) ভাৰতবৰ্ষত কিমান বছৰ বয়সৰ ওপৰৰ সকলো নাগৰিকে ভোটাধিকাৰ সাৰ্যস্ত কৰিব পাৰে?

২০

১৪

১৮

Answer: ১৮


 ১৫) অসম গণ পৰিষদ হৈছে আঞ্চলিক দলসমূহৰ ভিতৰৰ এটা দল।

শুদ্ধ।

অশুদ্ধ।

Answer; শুদ্ধ।


১৬) গোপীনাথ বৰদলৈ কিমান চনৰ পৰা কিমান চনলৈ মূখ্যমন্ত্ৰী শাসন কৰিছিল?

১৯৪৪-১৯৫৪ লৈকে।

১৯৫৩-১৯৮৩ লৈকে।

১৯৪৬-১৯৫০ লৈকে।

Answer: ১৯৪৬-১৯৫০ লৈকে।


১৭) ১৯৫০-১৯৫৭ লৈকে শাসন কৰা মুখ্যম্ত্ৰীজনৰ নাম কি?

শৰৎ সিংহ।

গোলাপ বৰবৰা।

বিষ্ণুৰাম মেধি।

Answer: বিষ্ণুৰাম মেধি।


১৮) এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ বাবে কি অপৰিহাৰ্য?

জনসাধাৰণ।

নিৰ্বাচন।

ওপৰৰ এটাও নহয়।

Answer: নিৰ্বাচন।


১৯) ৰাজনৈতিক দল কেইধৰণৰ?

৪ ধৰণৰ।

৫ ধৰণৰ।

২ ধৰণৰ।

Answer: ২ ধৰণৰ।


 ২০) লোকসভাৰ সদস্যসকলক কোনে ভোট দি নিৰ্বাচিত কৰে?

জনসাধাৰণে।

চহৰ অ়্চলৰ লোকসকলে।

ওপৰৰ এটাও নহয়।

Answer: জনসাধাৰণে।