অসমৰ সম্পদ


১) উৎপত্তিৰ দিশৰ পৰা অসমৰ কোনবিধ খনিজ সম্পদ পুৰণি নহয়?
খাৰুৱা তেল।
চূণশিল।
কয়লা।
Answer: কয়লা।

২) কোনখন ৰাজ্যক নদীমাতৃক দেশ বুলি কোৱা হয়?
মণিপুৰ।
অসম।
মেঘালয়।
Answer: অসম।

৩) জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত অসমত কিমান শতাংশ বৰষুণ হয়?
৪৭% ।
৯০% শতাংশ।
৭৮%।
Answer: ৯০% শতাংশ।

৪) ভাৰতবৰ্ষৰ জলবিদ্যুৎ উৎপাদনৰ কিমান ভাগ অসমত আছে?
১২ ভাগ।
২৮ ভাগ।
৪৯ ভাগ।
Answer: ২৮ ভাগ।

৫) পৃষ্ঠ জলভাগৰ ওপৰি অসম ভূ-তলজলত সমৃদ্ধ।
শুদ্ধ।
অশুদ্ধ।
Answer:  শুদ্ধ।

৬) অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বনজ সম্পদে বিশেষ ভূমিকা লৈ আহিছে।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।

৭) নামেৰি আৰু মানহত বাঘ সংৰক্ষণৰ বাবে দুটা ব্যঘ্ৰ প্ৰকল্প আছে।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।

৮) কিহৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে?
প্ৰাকৃতিক সম্পদ।
এছবেচ্টছ।
খাৰুৱাতেল।
Answer: খাৰুৱাতেল। 

৯) ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ কিমান ভাগ মাটিত ধান খেতি কৰা হয়?
৫৬.৭৮ ভাগ মাটিত।
৬৪.৫২ ভাগ মাটিত।
৩৫.১৭ ভাগ মাটিত।
Answer: ৬৪.৫২ ভাগ মাটিত।

১০) অসমৰ মুঠ জনসংখ্যাই ক'ত বাস কৰে?
পাহাৰত।
সমভূমি অ়্চলত।
ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত।
Answer: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত।

১১) অসমত কিমানখন ডাঙৰ চাহ বাগিচা আছে?
১২৮০ খন।
৭৮২ খন।
৮৫০ খন।
Answer: ৮৫০ খন।

১২) শেহতীয়াভাৱে কাৰ্বি আংলং জিলাত কি খেতিৰ পাম গঢ়ি উঠিছে?
ধান খেতিৰ।
ঘেহু আৰু মৰাপাট খেতিৰ।
ৰবৰ আৰু কফি খেতিৰ।
Answer: ৰবৰ আৰু কফি খেতিৰ।

১৩) ভাৰত মুঠ মাটিকালিৰ কিমান শতাংশ অসম ৰাজ্যই আগুৰি আছে?
৪.৭৮ শতাংশ।
৩.৯০ শতাংশ।
২.৩৯ শতাংশ।
Answer: ২.৩৯ শতাংশ।

১৪) কিহৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ কৃষকসকলে খাৰিফ শস্যৰ খেতি কৰে?
বৰষুণৰ ওপৰত।
বতাহৰ ওপৰত।
ৰ'দৰ ওপৰত।
Answer: বৰষুণৰ ওপৰত।

১৫) পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ। 

১৬) ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় কেইখন জিলাতে কুঁহিয়াৰ উৎপাদন কৰা হয়।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।

১৭) ডিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।

১৮) জনগাঁথনিৰ ফালৰ পৰা অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।

১৯) বৰ্তমান অসমৰ কোন জিলাত সৰ্বাধিক লোকে বাস কৰে?
গোৱালপাৰা জিলাত।
দৰং জিলাত।
নগাওঁ জিলাত।
Answer: নগাওঁ জিলাত।
 
২০) বৰ্তমান থলুৱা কৃষকসকলে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিছে।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।