নিয়ৰ

 


১. মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে

(ক) পাতক বুজাইছে

(খ) নিয়ৰৰ টোপাল টোক বুজাইছে

(গ) পাতত পৰি থকা নিয়ৰক বুজাইছে

উত্তৰ-নিয়ৰৰ টোপাল টোক বুজাইছে


২. নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?

(ক) পাতৰ লগত

(খ) আকাশৰ লগত

(গ) মুকুতাৰ লগত

উত্তৰ-মুকুতাৰ লগত


৩. নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

(ক) নিচুক কথাটি

(খ) টোপনি যোৱা

(গ) সপোন দেখা

উত্তৰ-নিচুক কথাটি


৪. ফুলনিত কি ছিগি ৰৈ গ'ল?

(ক) পাত

(খ) মণি

(গ) নিয়ৰ

উত্তৰ-মণি


৫. বেলিৰ সমাৰ্থক শব্দ কোৱা

(ক) চন্দ

(খ) আকাশ

(গ) সূৰ্য

উত্তৰ-সূৰ্য


৬. ফটিক শব্দৰ অৰ্থ কি?

(ক) স্বচ্ছ

(খ) হেঙুলৰ নিচিনা

(গ) মনে মনে থকা

উত্তৰ-স্বচ্ছ


৭. শোভে শব্দৰ অৰ্থ কি?

(ক) নিৰ্মল

(খ) নিশব্দ

(গ) শোভা কৰা

উত্তৰ-শোভা কৰা


৮. হেঙুলি শব্দৰ অৰ্থ কি?

(ক) মনে মনে থকা

(খ) হেঙুলৰ নিচিনা

(গ) নিৰ্মল

উত্তৰ-হেঙুলৰ নিচিনা


৯. নিজম শব্দৰ অৰ্থ কি?

(ক) নিশব্দ

(খ) শোভা কৰা

(গ) মনে মনে থকা

উত্তৰ-নিশব্দ


১০. নিচুক শব্দৰ অৰ্থ কি?

(ক) নিৰ্মল

(খ) মনে মনে থকা

(গ) নিশব্দ

উত্তৰ-মনে মনে থকা


১১. নিয়ৰ কবিতাটোৰ ৰচক কোন আছিল?

(ক) যতীন্দ্ৰ নাথ দুৱাৰ

(খ) আনন্দচন্দ্ৰ আগৰৱালা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ-চন্দ্ৰকুমাৰ আগৰৱালা


১৩. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল? 

(ক) ১৮৬৭

(খ) ১৮৬৮

(গ) ১৮৬৬

উত্তৰ-১৮৬৭


১৪. পানীৰ সমাৰ্থ শব্দ কি?

(ক) আন্ধা

(খ) নয়ন

(গ) জল

উত্তৰ-জল


১৬. এটা শব্দ প্ৰকাশ কৰা- একে মাকৰ সন্তান?

(ক) অঘৰী

(খ) সহোদৰ

(গ) হৰিভক্তি

উত্তৰ-সহোদৰ


১৭. সাঁথৰ ভাঙা- ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকুৱাব নোৱাৰি?

(ক) চুলি

(খ) জিভা

(গ) আঙুলি

উত্তৰ-জিভা


১৮. মুকুতা মণিটি পাহিত জিলিকে কি পানীত ধোৱে? 

(ক) ণৰ পানীত

(খ) লেতেৰা পানীত

(গ) ফটিক পানীত

উত্তৰ-ফটিক পানীত


১৯. চন্দ্ৰকুমাৰ আগৰৱালা শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?

(ক) প্ৰতিমা

(খ) য়বীণ ব'ৰাগী

(গ) চন্দ্ৰামৃত

উত্তৰ- প্ৰতিমা


২০. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৩৭ চনত

(খ) ১৯৩৮ চনত

(গ) ১৯৩৯ চনত

উত্তৰ-১৯৩৮ চনত