নিয়ৰ
১. মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে
(ক) পাতক বুজাইছে
(খ) নিয়ৰৰ টোপাল টোক বুজাইছে
(গ) পাতত পৰি থকা নিয়ৰক বুজাইছে
উত্তৰ-নিয়ৰৰ টোপাল টোক বুজাইছে
২. নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?
(ক) পাতৰ লগত
(খ) আকাশৰ লগত
(গ) মুকুতাৰ লগত
উত্তৰ-মুকুতাৰ লগত
৩. নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
(ক) নিচুক কথাটি
(খ) টোপনি যোৱা
(গ) সপোন দেখা
উত্তৰ-নিচুক কথাটি
৪. ফুলনিত কি ছিগি ৰৈ গ'ল?
(ক) পাত
(খ) মণি
(গ) নিয়ৰ
উত্তৰ-মণি
৫. বেলিৰ সমাৰ্থক শব্দ কোৱা
(ক) চন্দ
(খ) আকাশ
(গ) সূৰ্য
উত্তৰ-সূৰ্য
৬. ফটিক শব্দৰ অৰ্থ কি?
(ক) স্বচ্ছ
(খ) হেঙুলৰ নিচিনা
(গ) মনে মনে থকা
উত্তৰ-স্বচ্ছ
৭. শোভে শব্দৰ অৰ্থ কি?
(ক) নিৰ্মল
(খ) নিশব্দ
(গ) শোভা কৰা
উত্তৰ-শোভা কৰা
৮. হেঙুলি শব্দৰ অৰ্থ কি?
(ক) মনে মনে থকা
(খ) হেঙুলৰ নিচিনা
(গ) নিৰ্মল
উত্তৰ-হেঙুলৰ নিচিনা
৯. নিজম শব্দৰ অৰ্থ কি?
(ক) নিশব্দ
(খ) শোভা কৰা
(গ) মনে মনে থকা
উত্তৰ-নিশব্দ
১০. নিচুক শব্দৰ অৰ্থ কি?
(ক) নিৰ্মল
(খ) মনে মনে থকা
(গ) নিশব্দ
উত্তৰ-মনে মনে থকা
১১. নিয়ৰ কবিতাটোৰ ৰচক কোন আছিল?
(ক) যতীন্দ্ৰ নাথ দুৱাৰ
(খ) আনন্দচন্দ্ৰ আগৰৱালা
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ-চন্দ্ৰকুমাৰ আগৰৱালা
১৩. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?
(খ) ১৮৬৮
(গ) ১৮৬৬
উত্তৰ-১৮৬৭
১৪. পানীৰ সমাৰ্থ শব্দ কি?
(ক) আন্ধা
(খ) নয়ন
(গ) জল
উত্তৰ-জল
১৬. এটা শব্দ প্ৰকাশ কৰা- একে মাকৰ সন্তান?
(ক) অঘৰী
(খ) সহোদৰ
(গ) হৰিভক্তি
উত্তৰ-সহোদৰ
১৭. সাঁথৰ ভাঙা- ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকুৱাব নোৱাৰি?
(ক) চুলি
(খ) জিভা
(গ) আঙুলি
উত্তৰ-জিভা
১৮. মুকুতা মণিটি পাহিত জিলিকে কি পানীত ধোৱে?
(ক) ণৰ পানীত
(খ) লেতেৰা পানীত
(গ) ফটিক পানীত
উত্তৰ-ফটিক পানীত
১৯. চন্দ্ৰকুমাৰ আগৰৱালা শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?
(ক) প্ৰতিমা
(খ) য়বীণ ব'ৰাগী
(গ) চন্দ্ৰামৃত
উত্তৰ- প্ৰতিমা
২০. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৩৭ চনত
(খ) ১৯৩৮ চনত
(গ) ১৯৩৯ চনত
উত্তৰ-১৯৩৮ চনত
0 Comments