সংস্কৃতি আৰু আমাৰ জীৱন

 


১। সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন ?

পৃথিৱীৰ

ভাৰতৰ

সমাজৰ

উত্তৰ-সমাজৰ

২। সমাজ কিহৰ দ্বাৰা গঠিত হয় ?

জন্তুৰ দ্বাৰা

মানুহৰ দ্বাৰা

ওপৰৰ এটাও নহয়

উত্তৰ-মানুহৰ দ্বাৰা

৩। একোখন সমাজত বসবাস কৰা মানুহে কৰা অচৰণেই সেইখন সমাজৰ কি ?

মানুহ

সংস্কৃতি

ওপৰৰ এটাও নহয়

উত্তৰ-সংস্কৃতি

৪। সংস্কৃতিৰ অন্যতম উপাদান কি ?

মানুহ

সংস্কৃতি

আচাৰ-অচৰণ

উত্তৰ-আচাৰ-অচৰণ

৫। কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয় ?

ফুল

সংস্কৃতিৰ শইচ্

ফল

উত্তৰ-সংস্কৃতিৰ শইচ্

৬। সৎপ্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে ?

বেয়া কাম

সুচিন্তাৰ আৰু ভাল কাম

ওপৰৰ এটাও নহয়

উত্তৰ-সুচিন্তাৰ আৰু ভাল কাম

৭। সংস্কৃতিৰ ৰূপ দুটা কি কি ?

বাহ্যিক ৰূপ

আভ্যন্তৰীণ ৰূপ

ওপৰৰ দুয়োটাই হয়

উত্তৰ-ওপৰৰ দুয়োটাই হয়

৮। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি ?

ফুল

ফল

বিনন্দীয়া প্ৰকৃতি

উত্তৰ-বিনন্দীয়া প্ৰকৃতি

৯। কৃষ্টিৰ আধাৰ কি ?

কৃষি

নাচ

গান

উত্তৰ-কৃষি

১০। দখনা কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?

নেপালী

বড়োৰ

ওপৰৰ এটাও নহয়

উত্তৰ-বড়োৰ

১১। চৌবন্দী কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?

নেপালী

বড়োৰ

ওপৰৰ এটাও নহয়

উত্তৰ-নেপালী

১২। কৃষি আৰু কৃষ্টিয়েই হ'য় সকলো ধৰণৰ কিহৰ উৎস ?

পৃথিৱীৰ

ভাৰতৰ

সৃষ্টিৰ

উত্তৰ-সৃষ্টিৰ

১৩। সংস্কৃতি হ'ল আমাৰ জীৱন-যাত্ৰাৰ কিহৰ সংগী ?

সক্ষমৰ

অক্ষমৰ

ঐশ্বযময়

উত্তৰ-ঐশ্বযময়

১৪। কৃষিকৰ্মক কি কৰি গঢ়ি উঠা সমাজ-ব্যৱস্থাই হৈছে কৃষিভিত্তক সমাজ  ?

কেন্দ্ৰ

অকেন্দ্ৰ

ওপৰৰ এটাও নহয়

উত্তৰ-কেন্দ্ৰ

১৫। বিনন্দীয়া শব্দৰ অৰ্থ কি ?

আনন্দময়

অতিশয় শুৱনি

ওপৰৰ দুয়োটাই হয়

উত্তৰ-ওপৰৰ দুয়োটাই হয়

১৬। সংস্কৃতি শব্দৰ অৰ্থ কি ?

সভ্যতা

অসভ্যতা

ওপৰৰ এটাও নহয়

উত্তৰ-সভ্যতা

১৭। সমাধি শব্দৰ অৰ্থ কি ?

মগ্ন

ধ্যান

অমগ্ন

উত্তৰ-ধ্যান

১৮। ক্ষুধায়ে শব্দৰ অৰ্থ  কি ?

পানী পিয়াহ লগা

ভোকত থকা

ওপৰৰ এটাও নহয়

উত্তৰ-ভোকত থকা

১৯। পটভূমি শব্দৰ অৰ্থ কি ?

মূল চিত্ৰৰ লগত অঁকা পৰিৱেশ

চিত্ৰৰ পিছফালে পৰিকল্পিত থকা অংশ

ওপৰৰ দুয়োটাই হয়

উত্তৰ-ওপৰৰ দুয়োটাই হয়

২০। নিৰ্গত শব্দৰ অৰ্থ কি ?

বাহিৰ হোৱা

ভিতৰ হোৱা

ওপৰৰ এটাও নহয়

উত্তৰ-বাহিৰ হোৱা