যুগমীয়া শৰাইঘাট

 


১. অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল

(ক) সামৰিক

(খ) সামাজিক

(গ) অৰ্থনৈতিক

উত্তৰ-সামৰিক


২. বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?

(ক) ৰাজনৈতিক

(খ) সামৰিক

(গ) গণতান্ত্ৰিক

উত্তৰ-ৰাজনৈতিক


৩. ৰামসিংহ কোন আছিল?

(ক) মোগলৰ ৰজা

(খ) মোগলৰ সন্য

(গ) মোগলৰ সেনাপতি

উত্তৰ-মোগলৰ সেনাপতি


৪. তেওঁ কিয় অসমলৈ আহিছিল

(ক) অসমৰ প্ৰতি থকা হিংসাৰ ভাৱ নাইকিয়া কৰিবলৈ

(খ) অসম আক্ৰমণ কৰিবলৈ

(গ) অসম উপকাৰ কৰিবলৈ

উত্তৰ-অসম আক্ৰমণ কৰিবলৈ


৫. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

(ক) লাচিতৰ সন্য আৰু মোগলৰ মাজত

(খ) আহোম আৰু মোগলৰ মাজত

(গ) লগাই নাছিল

উত্তৰ-আহোম আৰু মোগলৰ মাজত


৬. লাচিতৰ অধিনত কিমান সন্য আছিল?

(ক) তিনি লখ্য

(খ) দুই লখ্য

(গ) এক লখ্য

উত্তৰ-এক লখ্য


৭. মোগলে নাঁওৰে সৈতি ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি?

(ক) লাচিত

(খ) কোৱামৃদ্ধ হাজৰিকা

(গ) ৰামসিংহ

উত্তৰ-কোৱামৃদ্ধ হাজৰিকা


৮. মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিতবৰফুকনে কাক লোৱা লাগাই থৈছিল

(ক) কটকী ৰামচৰণক

(খ) ৰামসিংহক

(গ) কোৱামৃদ্ধ

উত্তৰ-কটকী ৰামচৰণক


৯. লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ কি পঠিয়াইছিল?

(ক) অফুগুতি পঠিআইছিল

(খ) দুচুঙা বালি পঠিআইছিল

(গ) এচুঙা বালি পঠিআইছিল

উত্তৰ-এচুঙা বালি পঠিআইছিল


১০. অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল নে নাই?

(ক) কৰিছিল

(খ) ই

(গ) নে যুদ্ধ হোৱাই নাছিল

উত্তৰ-কৰিছিল


১১. যুগ শব্দৰ বিশেষণ শব্দ কি হ'ব?

(ক) ঐতিহাসিক

(খ) যুগমীয়া

(গ) সামাজিক

উত্তৰ-যুগমীয়া


১২. শৰাইঘাট শব্দৰ বিশেষণ শব্দ কি হ'ব?

(ক) মতলীৱা

(খ) অৰ্থনৈতিক

(গ) শৰাইঘটীয়া

উত্তৰ-শৰাইঘটীয়া


১৩. মাতাল শব্দৰ বিশেষণ শব্দ কি হ'ব?

(ক) যুগ

(খ) সামৰিক

(গ) তলীৱা

উত্তৰ-মতলীৱা


১৪. গাওঁ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া

(ক) গাঁৱলীয়া

(খ) নগৰীয়া

(গ) চহৰীয়া

উত্তৰ-গাঁৱলীয়া


১৫. পাহাৰ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া

(ক) পমুৱা

(খ) ৰণোৱা

(গ) পাহাৰীয়া

উত্তৰ-পাহাৰীয়া


১৬. পাম শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া

(ক) খকুৱা

(খ) পামুৱা

(গ) বনুৱা

উত্তৰ-পামুৱা


১৭. নম্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) নম্ৰতা

(খ) মিত্ৰতা

(গ) দুষ্টালি

উত্তৰ-নম্ৰতা


১৮. মিত্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) ধিতিঙালি

(খ) ভদ্ৰতা

(গ) মিত্ৰতা

(ঘ) মিয়া

উত্তৰ-মিত্ৰতা


১৯. ভদ্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) সত্যতা

(খ) ভদ্ৰতা

(গ) ভালৰি

 উত্তৰ-ভদ্ৰতা


২০. দুষ্ট শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) ধিতিঙালী

(খ) মিত্ৰতা

(গ) দুষ্টালী

উত্তৰ-দুষ্টালী