আমাৰ মৌলিক কৰ্তব্য়
১। নাগৰিকসকলৰ দায়িত্বক কি বুলি কোৱা হয় ?
অধিকাৰ
কৰ্তব্য়
এটাও নহয়
উত্তৰ-কৰ্তব্য়
২। কিমান চনৰ কিমান তম সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য় অন্তৰ্ভুক্ত কৰা হৈছে ?
২০০২ চনৰ ৮৬ তম
২০০৩ চনৰ ৮৭ তম
এটাও নহয়
উত্তৰ-২০০২ চনৰ ৮৬ তম
৩। বৰ্তমান নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য় কেইটা ?
১১ টা
৭ টা
এটাও নহয়
উত্তৰ-১১ টা
৪। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোতে কিমান ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ?
৫৭ ছেকেণ্ডৰ
৫২ ছেকেণ্ডৰ
এটাও নহয়
উত্তৰ-৫২ ছেকেণ্ডৰ
৫। কিমান অনুপাতে ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয় ?
৩ঃ২
২ঃ২
এটাও নহয়
উত্তৰ-৩ঃ২
৬। প্ৰকৃতি আমাৰ ___________ ।
উন্নয়ন
মাতৃস্বৰূপ
এটাও নহয়
উত্তৰ-মাতৃস্বৰূপ
৭। মানৱ জাতিৰ উন্নতিৰ মাপ কাঠি কি ?
অধিকাৰ
কৰ্তব্য়
এটাও নহয়
উত্তৰ-এটাও নহয়
৮। পৰিয়ালবোৰ কি ?
সমাজৰ প্ৰাথমিক গোট
নাগৰিক
এটাও নহয়
উত্তৰ-সমাজৰ প্ৰাথমিক গোট
৯। কিমান চনৰ কিমান তাৰিখে ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পাইছে ?
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে
১৯৪৭ চনৰ ২২ জুলাই তাৰিখে
এটাও নহয়
উত্তৰ-১৯৪৭ চনৰ ২২ জুলাই তাৰিখে
১০। সাৰনাথৰ অশোক স্তম্ভৰ পৰা কিমানটা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হৈছে ?
২৪টা
২৮টা
এটাও নহয়
উত্তৰ-২৪টা
১১। ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে নে নালাগে ?
লাগে
নালাগে
ওপৰৰ এটাও নহয়
উত্তৰ-লাগে
১২। ৬-১৪ বছৰ সকলো শিশুক ________ লাভৰ সুবিধা দিব লাগে।
শিক্ষা লাভৰ
কাম কৰিবৰ বাবে
ফুৰিব যোৱাৰ
উত্তৰ-শিক্ষা লাভৰ
১৩। ৰাষ্ট্ৰীয় সংগীত শুনিলে আমি কি কৰিব লাগে ?
বহি দিব লাগে
ঠিয় হৈ দিব লাগে
নাচিব লাগে
উত্তৰ-ঠিয় হৈ দিব লাগে
১৪। আমাৰ সকলোৰে চকুত মাতৃ কি হয় ?
জন্মদাত্ৰী
ভগ্নী
ভ্ৰাতৃ
উত্তৰ-জন্মদাত্ৰী
১৫। তাজমহল কাৰ সোঁৱৰণত বনোৱা হৈছিল ?
ছাহজাহান
ৰুক্মিণী
মমতাজ
উত্তৰ-মমতাজ
১৬। ৰংঘৰ কিমান বছৰ পুৰণি ?
১২৬ বছৰ
৬০০ বছৰ
২০০ বছৰ
উত্তৰ-৬০০ বছৰ
১৭। পাহাৰ কাটিলে কি হয় ?
ভূমিকম্প হয়
বানপানী হয়
ভূমিস্খলন হয়
উত্তৰ-ভূমিস্খলন হয়
১৮। মানৱ জাতিৰ উন্নতিৰ মাপ কাঠি কি ?
কৰ্ম
শিক্ষা
ওপৰৰ দুয়োটা
উত্তৰ-শিক্ষা
১৯। শিক্ষাই আমাৰ জীৱনত কি কৰে ?
অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই
চাকৰি পোৱাত সহায় কৰে
ব্য়ৱসায় কৰাত সহায় কৰে
উত্তৰ-অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই
২০। মহাত্মা গান্ধীয়ে কেনেদৰে জগত জিনিছিল ?
অহিমসা মন্ত্ৰেৰে
শিক্ষাৰ মন্ত্ৰেৰে
সু-কৰ্মৰে
উত্তৰ-অহিমসা মন্ত্ৰেৰে