আমাৰ মৌলিক কৰ্তব্য়


১। নাগৰিকসকলৰ দায়িত্বক কি বুলি কোৱা হয় ?

অধিকাৰ

কৰ্তব্য়

এটাও নহয়

উত্তৰ-কৰ্তব্য়

২। কিমান চনৰ কিমান তম সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য় অন্তৰ্ভুক্ত কৰা হৈছে ?

২০০২ চনৰ ৮৬ তম

২০০৩ চনৰ ৮৭ তম

এটাও নহয়

উত্তৰ-২০০২ চনৰ ৮৬ তম

৩। বৰ্তমান নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য় কেইটা ?

১১ টা

৭ টা

এটাও নহয়

উত্তৰ-১১ টা

৪। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোতে কিমান ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ?

৫৭ ছেকেণ্ডৰ

৫২ ছেকেণ্ডৰ

এটাও নহয়

উত্তৰ-৫২ ছেকেণ্ডৰ

৫। কিমান অনুপাতে ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয় ?

৩ঃ২

২ঃ২

এটাও নহয়

উত্তৰ-৩ঃ২

৬। প্ৰকৃতি আমাৰ ___________ ।

উন্নয়ন

মাতৃস্বৰূপ

এটাও নহয়

উত্তৰ-মাতৃস্বৰূপ

৭। মানৱ জাতিৰ উন্নতিৰ মাপ কাঠি কি ?

অধিকাৰ

কৰ্তব্য়

এটাও নহয়

উত্তৰ-এটাও নহয়

৮। পৰিয়ালবোৰ কি ?

সমাজৰ প্ৰাথমিক গোট

নাগৰিক

এটাও নহয়

উত্তৰ-সমাজৰ প্ৰাথমিক গোট

৯। কিমান চনৰ কিমান তাৰিখে ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনে জাতীয় পতাকা  ৰূপে স্বীকৃতি পাইছে ?

১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে

১৯৪৭ চনৰ ২২ জুলাই তাৰিখে

এটাও নহয়

উত্তৰ-১৯৪৭ চনৰ ২২ জুলাই তাৰিখে

১০। সাৰনাথৰ অশোক স্তম্ভৰ পৰা কিমানটা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হৈছে ?

২৪টা

২৮টা

এটাও নহয়

উত্তৰ-২৪টা

১১। ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে নে নালাগে ?

লাগে

নালাগে

ওপৰৰ এটাও নহয়

উত্তৰ-লাগে

১২। ৬-১৪ বছৰ সকলো শিশুক ________ লাভৰ সুবিধা দিব লাগে।

শিক্ষা লাভৰ

কাম কৰিবৰ বাবে

ফুৰিব যোৱাৰ

উত্তৰ-শিক্ষা লাভৰ

১৩। ৰাষ্ট্ৰীয় সংগীত শুনিলে আমি কি কৰিব লাগে ?

বহি দিব লাগে

ঠিয় হৈ দিব লাগে

নাচিব লাগে

উত্তৰ-ঠিয় হৈ দিব লাগে

১৪। আমাৰ সকলোৰে চকুত মাতৃ কি হয় ?

জন্মদাত্ৰী

ভগ্নী

ভ্ৰাতৃ

উত্তৰ-জন্মদাত্ৰী

১৫। তাজমহল কাৰ সোঁৱৰণত বনোৱা হৈছিল ? 

ছাহজাহান

ৰুক্মিণী

মমতাজ

উত্তৰ-মমতাজ

১৬। ৰংঘৰ কিমান বছৰ পুৰণি ?

১২৬ বছৰ

৬০০ বছৰ

২০০ বছৰ

উত্তৰ-৬০০ বছৰ

১৭। পাহাৰ কাটিলে কি হয় ?

ভূমিকম্প হয়

বানপানী হয়

ভূমিস্খলন হয়

উত্তৰ-ভূমিস্খলন হয়

১৮। মানৱ জাতিৰ উন্নতিৰ মাপ কাঠি কি ? 

কৰ্ম

শিক্ষা

ওপৰৰ দুয়োটা

উত্তৰ-শিক্ষা

১৯। শিক্ষাই আমাৰ জীৱনত কি কৰে ?

অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই

চাকৰি পোৱাত সহায় কৰে

ব্য়ৱসায় কৰাত সহায় কৰে

 উত্তৰ-অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই

২০। মহাত্মা গান্ধীয়ে কেনেদৰে জগত জিনিছিল ?

অহিমসা মন্ত্ৰেৰে

শিক্ষাৰ মন্ত্ৰেৰে

সু-কৰ্মৰে

উত্তৰ-অহিমসা মন্ত্ৰেৰে