ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ 


১। ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল ?

১৭৯৩ খ্ৰীষ্টাব্দত

১৮৫৪ খ্ৰীষ্টাব্দত

এটাও নহয়

উত্তৰ-১৮৫৪ খ্ৰীষ্টাব্দত

২। অসমত কিমান খ্ৰীষ্টাব্দত চিৰস্থায়ী বন্দবস্ত ব্য়ৱহাৰ আৰম্ভ হৈছিল ?

১৭৯৩ খ্ৰীষ্টাব্দত

১৭২৬ খ্ৰীষ্টাব্দত

এটাও নহয়

উত্তৰ-এটাও নহয়

৩। কাৰ দিনৰপৰা ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল ?

হেষ্টিংছৰ

লৰ্ড ডেলহাউচিৰ

এটাও নহয়

উত্তৰ-হেষ্টিংছৰ

৪। পূৰ্বতে ভাৰতীয় শিক্ষাৰ মূলত কি আছিল ?

ধৰ্মমূলক

অৰ্থ

এটাও নহয়

উত্তৰ-ধৰ্মমূলক

৫। পূৰ্বতে মুছলমানসকলে ক'ত শিক্ষা গ্ৰহণ কৰিছিল ?

গুৰুকুলত

মাদ্ৰাছাত

এটাও নহয়

উত্তৰ-মাদ্ৰাছাত

৬। কোনে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল ?

লৰ্ড উইলিয়াম বেণ্টিংকে

লৰ্ড হেষ্টিংছে

এটাও নহয়

উত্তৰ-লৰ্ড উইলিয়াম বেণ্টিংকে

৭। ১৮৯৭ খ্ৰীষ্টাব্দত কোনে ৰামকৃষ্ণ মিছন নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰিছিল ?

ছাৰ ছৈয়দ আহমেদ খানে

স্বামী দয়ানন্দ সৰস্বতীয়ে

এটাও নহয়

উত্তৰ-এটাও নহয়

৮। কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্য়ৰ পুনৰুত্থান হৈছিল ?

লৰ্ড কৰ্ণৱালিছৰ দিনত

লৰ্ড ডেলহাউচিৰ দিনত

এটাও নহয়

উত্তৰ-লৰ্ড ডেলহাউচিৰ দিনত

৯। কাৰ প্ৰচেষ্টাত এংলো অৰিয়েণ্টেল কলেজ স্থাপিত হৈছিল ?

ছাৰ ছৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত

স্বামী বিবেকানন্দৰ প্ৰচেষ্টাত

এটাও নহয়

উত্তৰ-ছাৰ ছৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত

১০। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ?

স্বামী দয়ানন্দ সৰস্বতীয়ে

স্বামী বিবেকানন্দই

এটাও নহয়

উত্তৰ-স্বামী দয়ানন্দ সৰস্বতীয়ে

১১। ভাৰতত পোন প্ৰথমবাৰৰ বাবে কোনে গড়কাপ্তানি বিভাগ স্থাপন কৰিছিল ?

লৰ্ড কৰ্ণৱালিছ

লৰ্ড ডেলহাউচি

ওপৰৰ দুয়োটা

উত্তৰ-লৰ্ড ডেলহাউচি

১২। কৰ্ণৱালিছে পূৰ্বৰ কোম্পানীৰ শাসনৰ সময়ত থকা পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ ঠাইত কি ৰাজহ ব্য়ৱস্থা প্ৰচলন কৰিছিল

অনিৰ্দিষ্ট

চিৰস্থায়ী

বৰ্তমান

উত্তৰ-চিৰস্থায়ী

১৩। অসমৰ কোন জিলাত চিৰস্থায়ী বন্দবস্ত ব্য়ৱহাৰ আৰম্ভ হৈছিল ?

গোৱালপাৰা

চিলেট

ওপৰৰ দুয়োটা

উত্তৰ-ওপৰৰ দুয়োটা

১৪। পূৰ্বতে হিন্দুসকল ক'ত শিক্ষা গ্ৰহণ কৰিছিল ?

বিদ্য়ালয়ত

মাদ্ৰাজত

টোল বা গুৰুকুলত

উত্তৰ-টোল বা গুৰুকুলত

১৫। কোনে বাৰাণসীত সংস্কৃত কলেজ স্থাপন কৰিছিল ?

উইলিয়াম বেণ্টিকে

লৰ্ড ডেলহাউচিয়ে

জনাথন ডানকানে

উত্তৰ-জনাথন ডানকানে

১৬। নিয়ন্ত্ৰণ ব'ৰ্ডৰ সভাপতি কোন আছিল ?

ছাৰ চাৰ্লছ উড

স্বামী বিবেকানন্দ

ওপৰৰ এটাও নহয়

উত্তৰ-ছাৰ চাৰ্লছ উড

১৭। অপ্ৰাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো এটা প্ৰধান দায়িত্ব বুলি কোন সমাজে ধৰিছিল ?

হিন্দু

মুছলমান

ব্ৰাহ্ম

উত্তৰ-ব্ৰাহ্ম

১৮। স্বামী দয়ানন্দ সৰস্বতীৰ 'সত্য়ৰথ প্ৰকাশ' নামৰ গ্ৰন্থখন কিহৰ লগত সংগতি ৰাখি লিখা হৈছে ?

সমাজ সংস্কাৰৰ লগত

ধৰ্মৰ লগত

জাতি-ভেদৰ লগত

 উত্তৰ-সমাজ সংস্কাৰৰ লগত

১৯। ৰামকৃষ্ণ পৰমহংস এজন কি আছিল ?

শিক্ষক

পূজাৰী

ডাক্তৰ

উত্তৰ-পূজাৰী

২০। 'এংলো অৰিয়েণ্টেল' নামৰ কলেজখনত কি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ?

ইংৰাজী

গণিত

বিজ্ঞান

উত্তৰ-বিজ্ঞান