ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ
১। ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল ?
১৭৯৩ খ্ৰীষ্টাব্দত
১৮৫৪ খ্ৰীষ্টাব্দত
এটাও নহয়
উত্তৰ-১৮৫৪ খ্ৰীষ্টাব্দত
২। অসমত কিমান খ্ৰীষ্টাব্দত চিৰস্থায়ী বন্দবস্ত ব্য়ৱহাৰ আৰম্ভ হৈছিল ?
১৭৯৩ খ্ৰীষ্টাব্দত
১৭২৬ খ্ৰীষ্টাব্দত
এটাও নহয়
উত্তৰ-এটাও নহয়
৩। কাৰ দিনৰপৰা ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল ?
হেষ্টিংছৰ
লৰ্ড ডেলহাউচিৰ
এটাও নহয়
উত্তৰ-হেষ্টিংছৰ
৪। পূৰ্বতে ভাৰতীয় শিক্ষাৰ মূলত কি আছিল ?
ধৰ্মমূলক
অৰ্থ
এটাও নহয়
উত্তৰ-ধৰ্মমূলক
৫। পূৰ্বতে মুছলমানসকলে ক'ত শিক্ষা গ্ৰহণ কৰিছিল ?
গুৰুকুলত
মাদ্ৰাছাত
এটাও নহয়
উত্তৰ-মাদ্ৰাছাত
৬। কোনে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল ?
লৰ্ড উইলিয়াম বেণ্টিংকে
লৰ্ড হেষ্টিংছে
এটাও নহয়
উত্তৰ-লৰ্ড উইলিয়াম বেণ্টিংকে
৭। ১৮৯৭ খ্ৰীষ্টাব্দত কোনে ৰামকৃষ্ণ মিছন নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰিছিল ?
ছাৰ ছৈয়দ আহমেদ খানে
স্বামী দয়ানন্দ সৰস্বতীয়ে
এটাও নহয়
উত্তৰ-এটাও নহয়
৮। কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্য়ৰ পুনৰুত্থান হৈছিল ?
লৰ্ড কৰ্ণৱালিছৰ দিনত
লৰ্ড ডেলহাউচিৰ দিনত
এটাও নহয়
উত্তৰ-লৰ্ড ডেলহাউচিৰ দিনত
৯। কাৰ প্ৰচেষ্টাত এংলো অৰিয়েণ্টেল কলেজ স্থাপিত হৈছিল ?
ছাৰ ছৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত
স্বামী বিবেকানন্দৰ প্ৰচেষ্টাত
এটাও নহয়
উত্তৰ-ছাৰ ছৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত
১০। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ?
স্বামী দয়ানন্দ সৰস্বতীয়ে
স্বামী বিবেকানন্দই
এটাও নহয়
উত্তৰ-স্বামী দয়ানন্দ সৰস্বতীয়ে
১১। ভাৰতত পোন প্ৰথমবাৰৰ বাবে কোনে গড়কাপ্তানি বিভাগ স্থাপন কৰিছিল ?
লৰ্ড কৰ্ণৱালিছ
লৰ্ড ডেলহাউচি
ওপৰৰ দুয়োটা
উত্তৰ-লৰ্ড ডেলহাউচি
১২। কৰ্ণৱালিছে পূৰ্বৰ কোম্পানীৰ শাসনৰ সময়ত থকা পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ ঠাইত কি ৰাজহ ব্য়ৱস্থা প্ৰচলন কৰিছিল
অনিৰ্দিষ্ট
চিৰস্থায়ী
বৰ্তমান
উত্তৰ-চিৰস্থায়ী
১৩। অসমৰ কোন জিলাত চিৰস্থায়ী বন্দবস্ত ব্য়ৱহাৰ আৰম্ভ হৈছিল ?
গোৱালপাৰা
চিলেট
ওপৰৰ দুয়োটা
উত্তৰ-ওপৰৰ দুয়োটা
১৪। পূৰ্বতে হিন্দুসকল ক'ত শিক্ষা গ্ৰহণ কৰিছিল ?
বিদ্য়ালয়ত
মাদ্ৰাজত
টোল বা গুৰুকুলত
উত্তৰ-টোল বা গুৰুকুলত
১৫। কোনে বাৰাণসীত সংস্কৃত কলেজ স্থাপন কৰিছিল ?
উইলিয়াম বেণ্টিকে
লৰ্ড ডেলহাউচিয়ে
জনাথন ডানকানে
উত্তৰ-জনাথন ডানকানে
১৬। নিয়ন্ত্ৰণ ব'ৰ্ডৰ সভাপতি কোন আছিল ?
ছাৰ চাৰ্লছ উড
স্বামী বিবেকানন্দ
ওপৰৰ এটাও নহয়
উত্তৰ-ছাৰ চাৰ্লছ উড
১৭। অপ্ৰাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো এটা প্ৰধান দায়িত্ব বুলি কোন সমাজে ধৰিছিল ?
হিন্দু
মুছলমান
ব্ৰাহ্ম
উত্তৰ-ব্ৰাহ্ম
১৮। স্বামী দয়ানন্দ সৰস্বতীৰ 'সত্য়ৰথ প্ৰকাশ' নামৰ গ্ৰন্থখন কিহৰ লগত সংগতি ৰাখি লিখা হৈছে ?
সমাজ সংস্কাৰৰ লগত
ধৰ্মৰ লগত
জাতি-ভেদৰ লগত
উত্তৰ-সমাজ সংস্কাৰৰ লগত
১৯। ৰামকৃষ্ণ পৰমহংস এজন কি আছিল ?
শিক্ষক
পূজাৰী
ডাক্তৰ
উত্তৰ-পূজাৰী
২০। 'এংলো অৰিয়েণ্টেল' নামৰ কলেজখনত কি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ?
ইংৰাজী
গণিত
বিজ্ঞান
উত্তৰ-বিজ্ঞান