মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা 


১। উন্নত দেশসমূহৰ উন্নতিৰ মূল চালিকা শক্তি কি ? 

চৰকাৰৰ ভূমিকা

উন্নত মানৱ সম্পদ

এটাও নহয়

উত্তৰ-উন্নত মানৱ সম্পদ

২। ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা কিমান ?

৩,১১,৬৯,২৭২ জন

৩,১১,২৭২ জন

এটাও নহয়

উত্তৰ-৩,১১,৬৯,২৭২ জন

৩। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক কি ?

শিক্ষা, স্বাস্থ্য় আৰু অন্য়ান্য় পৌৰ সুবিধা

মূলধন বা পুঁজি

এটাও নহয়

উত্তৰ-শিক্ষা, স্বাস্থ্য় আৰু অন্য়ান্য় পৌৰ সুবিধা

৪। আমাৰ দেশৰ কিমান শতাংশ লোক নিৰক্ষৰ ?

প্ৰায় ২৯ শতাংশ

প্ৰায় ২৬ শতাংশ

এটাও নহয়

উত্তৰ-প্ৰায় ২৬ শতাংশ

৫।  কিমান চনৰপৰা আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে ?

২০০৯ চনৰপৰা

২০০৬ চনৰপৰা

এটাও নহয়

উত্তৰ-২০০৯ চনৰপৰা

৬। নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ _____________ বলি হয় ।

শোষণৰ

আইনৰ

এটাও নহয়

উত্তৰ-শোষণৰ

৭। অন্ধবিশ্বাস মানুহ ___________ আৰু পৰিৱৰ্তনশীল চিন্তাধাৰাৰ পৰিপন্থী ।

বৈজ্ঞানিক

কু-সংস্কাৰ

এটাও নহয়

উত্তৰ-বৈজ্ঞানিক

৮। সুস্থ মনৰ কাৰণে  ____________ প্ৰয়োজন।

খাদ্য়ৰ

সুস্থ শৰীৰৰ

এটাও নহয়

উত্তৰ-সুস্থ শৰীৰৰ

৯। __________ বা __________ অভাৱ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য় বাধা ।

মূলধন বা পুঁজিৰ

সুস্থ শৰীৰ বা সুস্থ মন

এটাও নহয়

উত্তৰ-মূলধন বা পুঁজিৰ

১০। এখন সৰ্ববৃহৎ _____________ দেশ হিচাপে ভাৰত আজি বিশ্বৰ সকলোৰে আগত পৰিচিত ।

গণতান্ত্ৰিক

স্বাধীন

এটাও নহয়

উত্তৰ- গণতান্ত্ৰিক

১১। অধিক জনসংখ্য়া মানৱ সম্পদ উন্নয়নৰ বাবে কি হিচাপে চিহ্নিত হৈছে ?

সহায়ক হিচাপে

বাধা হিচাপে

অলাগতিয়াল হিচাপে

উত্তৰ-বাধা হিচাপে

১২। নিৰক্ষৰতা মানৱ সমাজৰ বাবে কি ?

বাধাৰ স্বৰূপ

অভিশাপ

সহায়ক

উত্তৰ-অভিশাপ

১৩। ডাইনী হত্য়া আমাৰ সমাজৰ বাবে কি ?

অন্তৰায়

অভিশাপ

অন্ধবিশ্বাস

উত্তৰ-অন্ধবিশ্বাস

১৪। কিমান চনৰ পৰা আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে ? 

২০১১ চনৰ পৰা

২০১৫ চনৰ পৰা

২০০৯ চনৰ পৰা

উত্তৰ-২০০৯ চনৰ পৰা

১৫। শিক্ষাক্ষেত্ৰৰ উন্নয়ন অবিহনে মানৱ সম্পদৰ উন্নয়ন সম্ভৱ নে ?

সম্ভৱ

অসম্ভৱ

এটাও নহয়

উত্তৰ-অসম্ভৱ

১৬। সুস্থ শাৰীৰিক বিকাশৰ বেছিভাগ কি খাদ্য়ৰ ওপৰত নিৰ্ভৰ কৰে ? 

প্ৰটি'ন

চৰ্বি

সুষম

উত্তৰ-সুষম

১৭। মানৱ সম্পদ উন্নয়নৰ অন্য়তম প্ৰয়োজন হৈছে ________, স্বাস্থ্য় আৰু পৌৰ সুবিধা।

দায়িত্ব

শিক্ষা

খাদ্য়

উত্তৰ-শিক্ষা

১৮। শিক্ষাৰ অধিকাৰ আইন আমাৰ বাবে কি ?

মৌলিক অধিকাৰ

অধিকাৰ

ওপৰৰ এটাও নহয়

উত্তৰ-মৌলিক অধিকাৰ

১৯। অন্ধবিশ্বাসী মানুহ বৈজ্ঞানিক আৰু পৰিৱৰ্তনশীল চিন্তাধাৰৰ___________?

বলি

জনক

পৰিপন্থী

উত্তৰ-পৰিপন্থী

২০। উপযুক্ত পৰিমাণে গুণসম্পন্ন খাদ্য়-সামগ্ৰী মজুত কৰি ৰখাটো চৰকাৰ এখনৰ এটা গুৰু দায়িত্ব হয়নে ?

হয়

নহয়

এটাও নহয়

উত্তৰ-হয়