মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা
১। উন্নত দেশসমূহৰ উন্নতিৰ মূল চালিকা শক্তি কি ?
চৰকাৰৰ ভূমিকা
উন্নত মানৱ সম্পদ
এটাও নহয়
উত্তৰ-উন্নত মানৱ সম্পদ
২। ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা কিমান ?
৩,১১,৬৯,২৭২ জন
৩,১১,২৭২ জন
এটাও নহয়
উত্তৰ-৩,১১,৬৯,২৭২ জন
৩। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক কি ?
শিক্ষা, স্বাস্থ্য় আৰু অন্য়ান্য় পৌৰ সুবিধা
মূলধন বা পুঁজি
এটাও নহয়
উত্তৰ-শিক্ষা, স্বাস্থ্য় আৰু অন্য়ান্য় পৌৰ সুবিধা
৪। আমাৰ দেশৰ কিমান শতাংশ লোক নিৰক্ষৰ ?
প্ৰায় ২৯ শতাংশ
প্ৰায় ২৬ শতাংশ
এটাও নহয়
উত্তৰ-প্ৰায় ২৬ শতাংশ
৫। কিমান চনৰপৰা আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে ?
২০০৯ চনৰপৰা
২০০৬ চনৰপৰা
এটাও নহয়
উত্তৰ-২০০৯ চনৰপৰা
৬। নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ _____________ বলি হয় ।
শোষণৰ
আইনৰ
এটাও নহয়
উত্তৰ-শোষণৰ
৭। অন্ধবিশ্বাস মানুহ ___________ আৰু পৰিৱৰ্তনশীল চিন্তাধাৰাৰ পৰিপন্থী ।
বৈজ্ঞানিক
কু-সংস্কাৰ
এটাও নহয়
উত্তৰ-বৈজ্ঞানিক
৮। সুস্থ মনৰ কাৰণে ____________ প্ৰয়োজন।
খাদ্য়ৰ
সুস্থ শৰীৰৰ
এটাও নহয়
উত্তৰ-সুস্থ শৰীৰৰ
৯। __________ বা __________ অভাৱ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য় বাধা ।
মূলধন বা পুঁজিৰ
সুস্থ শৰীৰ বা সুস্থ মন
এটাও নহয়
উত্তৰ-মূলধন বা পুঁজিৰ
১০। এখন সৰ্ববৃহৎ _____________ দেশ হিচাপে ভাৰত আজি বিশ্বৰ সকলোৰে আগত পৰিচিত ।
গণতান্ত্ৰিক
স্বাধীন
এটাও নহয়
উত্তৰ- গণতান্ত্ৰিক
১১। অধিক জনসংখ্য়া মানৱ সম্পদ উন্নয়নৰ বাবে কি হিচাপে চিহ্নিত হৈছে ?
সহায়ক হিচাপে
বাধা হিচাপে
অলাগতিয়াল হিচাপে
উত্তৰ-বাধা হিচাপে
১২। নিৰক্ষৰতা মানৱ সমাজৰ বাবে কি ?
বাধাৰ স্বৰূপ
অভিশাপ
সহায়ক
উত্তৰ-অভিশাপ
১৩। ডাইনী হত্য়া আমাৰ সমাজৰ বাবে কি ?
অন্তৰায়
অভিশাপ
অন্ধবিশ্বাস
উত্তৰ-অন্ধবিশ্বাস
১৪। কিমান চনৰ পৰা আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে ?
২০১১ চনৰ পৰা
২০১৫ চনৰ পৰা
২০০৯ চনৰ পৰা
উত্তৰ-২০০৯ চনৰ পৰা
১৫। শিক্ষাক্ষেত্ৰৰ উন্নয়ন অবিহনে মানৱ সম্পদৰ উন্নয়ন সম্ভৱ নে ?
সম্ভৱ
অসম্ভৱ
এটাও নহয়
উত্তৰ-অসম্ভৱ
১৬। সুস্থ শাৰীৰিক বিকাশৰ বেছিভাগ কি খাদ্য়ৰ ওপৰত নিৰ্ভৰ কৰে ?
প্ৰটি'ন
চৰ্বি
সুষম
উত্তৰ-সুষম
১৭। মানৱ সম্পদ উন্নয়নৰ অন্য়তম প্ৰয়োজন হৈছে ________, স্বাস্থ্য় আৰু পৌৰ সুবিধা।
দায়িত্ব
শিক্ষা
খাদ্য়
উত্তৰ-শিক্ষা
১৮। শিক্ষাৰ অধিকাৰ আইন আমাৰ বাবে কি ?
মৌলিক অধিকাৰ
অধিকাৰ
ওপৰৰ এটাও নহয়
উত্তৰ-মৌলিক অধিকাৰ
১৯। অন্ধবিশ্বাসী মানুহ বৈজ্ঞানিক আৰু পৰিৱৰ্তনশীল চিন্তাধাৰৰ___________?
বলি
জনক
পৰিপন্থী
উত্তৰ-পৰিপন্থী
২০। উপযুক্ত পৰিমাণে গুণসম্পন্ন খাদ্য়-সামগ্ৰী মজুত কৰি ৰখাটো চৰকাৰ এখনৰ এটা গুৰু দায়িত্ব হয়নে ?
হয়
নহয়
এটাও নহয়
উত্তৰ-হয়