ভাৰতৰ উদ্য়োগ আৰু পৰিবহণ ব্য়ৱস্থা

১। ভৰতত সঞ্চিত হৈ থকা খনিজ সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনত প্ৰধানকৈ কেইটা খনিজ বলয় চিনাক্ত কৰিব পাৰি ?  

সাতটা

ছয়টা

এটাও নহয়

উত্তৰ-ছয়টা

২। ভাৰতত প্ৰথম কপাহী বয়ন কল কিমান চনত আৰু ক'ত স্থাপন কৰা হৈছিল ?

১৮১৮ চনত আৰু কলকাতাৰ ওচৰৰ ফোৰ্ট গ্লাষ্টাৰত

১৯১৮ চনত আৰু ফোৰ্ট গ্লাষ্টাৰত

এটাও নহয়

উত্তৰ-১৮১৮ চনত আৰু কলকাতাৰ ওচৰৰ ফোৰ্ট গ্লাষ্টাৰত

৩। বৰ্তমান ভাৰতে পাটসূতা উৎপাদনত পৃথিৱীৰ ভিতৰত কেই নম্বৰ স্থান অধিকাৰ কৰি আছে ?

তৃতীয় স্থান

ষষ্ঠ স্থান

এটাও নহয়

উত্তৰ-এটাও নহয়

৪। ভাৰতৰ বস্ত্ৰ উদ্য়োগৰ বাবে প্ৰয়োজনীয় কিমান সূতা মহাৰাষ্ট্ৰৰপৰা যোগান ধৰা হয় ?

১০.৮৯ %

১০.৭৯%

এটাও নহয়

উত্তৰ-১০.৭৯%

৫। ভাৰতৰ অতি গুৰুত্বপূৰ্ণ আৰু বৃহৎ পৰিবহণ ব্য়ৱস্থাটো কি ?

ৰে'ল পৰিবহণ

আকাশী পথ পৰিবহণ

এটাও নহয়

উত্তৰ-ৰে'ল পৰিবহণ

৬। ভাৰতত প্ৰথম ৰে'ল কিমান চনৰ কিমান তাৰিখে চলিছিল ?

১৯৭৭ চনৰ ১৬ জুনৰ পৰা

১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ পৰা

এটাও নহয়

উত্তৰ-১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ পৰা

৭। ভাৰতত থকা ৰে'লপথৰ মুঠ দৈৰ্ঘ্য় কিমান কিলো'মিটাৰ ? 
 
৬৭,৯৫৬ কিল'মিটাৰ

১২৫৩ কিল'মিটাৰ

এটাও নহয়

উত্তৰ-৬৭,৯৫৬ কিল'মিটাৰ

৮। ভাৰতৰ সৰ্বমুঠ ৰে'ল ষ্টেচনৰ সংখ্যা কিমান ?

৬৩২৫ টা

১৩১৬৯ টা

এটাও নহয়

উত্তৰ-এটাও নহয়

৯। অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য় কিমান ?

৩৯০০.৪৪ কিঃ মিঃ

১২৫৩ কিঃ মিঃ

এটাও নহয়

উত্তৰ-৩৯০০.৪৪ কিঃ মিঃ

১০। ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত ?

শ্ৰীনগৰৰপৰা কেৰালালৈ

শ্ৰীনগৰৰপৰা দক্ষিণৰ কন্য়াকুমাৰীলৈ

এটাও নহয়

উত্তৰ-শ্ৰীনগৰৰপৰা দক্ষিণৰ কন্য়াকুমাৰীলৈ

১১। ভূ-ভাগত পোৱা মণিকসমূহ খনিৰ পৰা উদঘাটন কৰা হয়। ইয়াক কি বোলা হয় ?

খনিজ পদাৰ্থ

ধাতব খনিজ

অধাতব খনিজ

উত্তৰ-খনিজ পদাৰ্থ

১২। লৌহজাত খনিজ পদাৰ্থ হ'ল-----

তাম

মেংগানিজ

অভ্ৰ

উত্তৰ-মেংগানিজ

১৩। মধ্য় বলয় ক'ত অৱস্থিত ?

কৰ্ণাটক মালভূমি

তামিলনাডু

ওপৰৰ দুয়োটা

উত্তৰ-ওপৰৰ দুয়োটা

১৪। কিহৰ ওপৰত ভিত্তি কৰি খনিজ সম্পদসমূহ গঢ়ি উঠে ?

কয়লাৰ

খনিজ সম্পদৰ

অভ্ৰৰ

উত্তৰ-খনিজ সম্পদৰ

১৫। বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্য়োগ থকা মুখ্য় কেন্দ্ৰ হ'ল_________?

নলবাৰী

তেজপুৰ

আহমেদাবাদ

উত্তৰ-আহমেদাবাদ

১৬। অতীজত মানুহে নাৱেৰে কি কৰিছিল ?

অহা-যোৱা কৰিছিল

বস্তু-বাহানি কঢ়িয়াইছিল

নাওঁৰ ব্য়ৱস্থা নাছিল

উত্তৰ-বস্তু-বাহানি কঢ়িয়াইছিল

১৭। ৰে'লসেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰে'ল পৰিবহণ ব্য়ৱস্থাক কেইটা মণ্ডলত ভাগ কৰা হৈছে ?

১০ টা

১৪ টা

১৬ টা

উত্তৰ-১৬ টা

১৮। ২০১৮-১৯ বৰ্ষত ৰে'ল পৰিবহণৰপৰা হোৱা আয়ৰ পৰিমাণ কিমান ?

১. ৯৭ লাখ কোটি টকা

১. ৯৮ লাখ কোটি টকা

১. ৯৯ লাখ কোটি টকা

উত্তৰ-১. ৯৭ লাখ কোটি টকা

১৯। ভাৰতত কিমানটা বিমান বন্দৰ আছে ?

৫৫০ টা

২০৩ টা

৪৮৬ টা

উত্তৰ-৪৮৬ টা
 
২০। ব্ৰহ্মপুত্ৰ নদীৰ কিমান কিলো'মিটাৰ সুচল জলপথ আছে ?

১৪, ৫০০ কিল'মিটাৰ

১, ৩৮৪ কিল'মিটাৰ

১, ২৫৩ কিল'মিটাৰ

উত্তৰ-১, ৩৮৪ কিল'মিটাৰ