ভূগোল বিজ্ঞান অধ্য়য়নত প্ৰযুক্তিৰ প্ৰয়োগ
১। মানচিত্ৰ অংকনত ব্য়ৱহাৰ হোৱা স্কেল কেই প্ৰকাৰৰ ?
তিনি প্ৰকাৰৰ
দুই প্ৰকাৰৰ
এটাও নহয়
উত্তৰ-তিনি প্ৰকাৰৰ
২। পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, দিশ, উচ্চতা আদি নিৰূপন কৰিব পৰাকৈ উপগ্ৰহবোৰ পঠিওৱা সংকেতবোৰ কি যন্ত্ৰৰ যোগেদি পাব পাৰি ?
জি পি ছে
জি পি এছ
এটাও নহয়
উত্তৰ-জি পি এছ
৩। আটাইতকৈ প্ৰাচীন মানচিত্ৰখন ক'ত উদ্ধাৰ কৰা হৈছে ?
মেছোপটেমিয়াত
টেৰাকোটাত
এটাও নহয়
উত্তৰ-টেৰাকোটাত
৪। কিমান শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে ?
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত
খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত
এটাও নহয়
উত্তৰ-খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত
৫। ভাৰতত কিমান চনৰপৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ?
খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰা
১৭৬৭ চনৰপৰা
এটাও নহয়
উত্তৰ-খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰা
৬। মেছোপটেমিয়াক বৰ্তমান কি নামেৰে জনা যায় ?
ইৰাণ
ইৰাক
এটাও নহয়
উত্তৰ-ইৰাক
৭। কি যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্য়াপক পৰিৱৰ্তন আনিলে ?
ছপা যন্ত্ৰৰ আৱিষ্কাৰে
স্কেল আৱিষ্কাৰে
এটাও নহয়
উত্তৰ-ছপা যন্ত্ৰৰ আৱিষ্কাৰে
৮। কিহৰ সহায়ত মানুহে বিভিন্ন সম্পদ উদঘাটন কৰিব পৰা হ'ল ?
স্কেলৰ সহায়ত
যন্ত্ৰপাতিৰ সহায়ত
এটাও নহয়
উত্তৰ-যন্ত্ৰপাতিৰ সহায়ত
৯। কেতিয়া চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল ?
১৯ শতিকাৰ আৰম্ভণিতে
১২ শতিকাৰ আৰম্ভণিতে
এটাও নহয়
উত্তৰ-১৯ শতিকাৰ আৰম্ভণিতে
১০। কিমান চনত চাৰ্ভে অব্ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ?
১৯৬৭ চনত
১৭৬৭ চনত
এটাও নহয়
উত্তৰ-১৭৬৭ চনত
১১। ভূপৃষ্ঠৰ সকলোবোৰ উপাদান এবাৰতে চাব পৰাটো সম্ভৱ হয়নে ?
হয়
নহয়
ওপৰৰ এটাও নহয়
উত্তৰ-নহয়
১২। মানচিত্ৰ অংকনৰ ক্ষেত্ৰত কি অপৰিহাৰ্য ?
পেঞ্চিল
স্কেল
এটাও নহয়
উত্তৰ-স্কেল
১৩। ৰৈখিক স্কেল কিহৰ সহায়ত প্ৰকাশ কৰা হয় ?
ভগ্নাংশৰ সহায়ত
সৰল ৰেখাৰ সহায়ত
শব্দেৰ সহায়ত
উত্তৰ-সৰল ৰেখাৰ সহায়ত
১৪। কোনবিধ স্কেল সকলো দেশৰ মানুহে সহজে ব্য়ৱহাৰ কৰিব পাৰে ?
ভাষা বা উক্তিৰ স্কেল
নিৰূপক ভগ্নাংশৰ স্কেল
ৰৈখিক স্কেল
উত্তৰ-নিৰূপক ভগ্নাংশৰ স্কেল
১৫। কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰপৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য় আহৰণ কৰিব পৰা প্ৰযুক্তিক কি বোলে ?
দূৰসংবেদন
ভৌগালিক তথ্য় ব্য়ৱস্থা
গোলকীয় স্থান নিৰ্ণয়ন ব্য়ৱস্থা
উত্তৰ-দূৰসংবেদন
১৬। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ বা অৱয়বৰ অৱস্থান নিৰ্ণয় কৰিবলৈ মহাকাশত কি স্থাপন কৰা হয় ?
উপগ্ৰহ
কৃত্ৰিম উপগ্ৰহ
কেমেৰা
উত্তৰ-উপগ্ৰহ
১৭। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট'লমিয়ে কিমান খ্ৰীষ্ট্ৰপূৰ্বত মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল ?
খ্ৰীষ্ট্ৰপূৰ্ব ১৮-১৫৭
খ্ৰীষ্ট্ৰপূৰ্ব ১৭-২৫৬
খ্ৰীষ্ট্ৰপূৰ্ব ৯০-১৬৮
উত্তৰ-খ্ৰীষ্ট্ৰপূৰ্ব ৯০-১৬৮
১৮। কিহৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল ?
দ্ৰাঘিমাংশৰ সহায়ত
অক্ষাংশৰ সহায়ত
ওপৰৰ দুয়োটা
উত্তৰ-ওপৰৰ দুয়োটা
১৯। ভাৰতত কিমান খ্ৰীষ্ট্ৰপূৰ্বৰ চনৰপৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ?
খ্ৰীষ্ট্ৰপূৰ্ব ৩৫০০ চনৰপৰা
খ্ৰীষ্ট্ৰপূৰ্ব ২৫০০ চনৰপৰা
খ্ৰীষ্ট্ৰপূৰ্ব ১৫০০ চনৰপৰা
উত্তৰ-খ্ৰীষ্ট্ৰপূৰ্ব ২৫০০ চনৰপৰা
২০। কোনে ১৭৬৭ চনত চাৰ্ভে অব্ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ?
বৃটিছসকলে
ইংৰাজসকলে
ফৰাচীসকলে
0 Comments