ভূগোল বিজ্ঞান অধ্য়য়নত প্ৰযুক্তিৰ প্ৰয়োগ  

 


১। মানচিত্ৰ অংকনত ব্য়ৱহাৰ হোৱা স্কেল কেই প্ৰকাৰৰ ?

তিনি প্ৰকাৰৰ

দুই প্ৰকাৰৰ

এটাও নহয়

উত্তৰ-তিনি প্ৰকাৰৰ


২। পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, দিশ, উচ্চতা আদি নিৰূপন কৰিব পৰাকৈ উপগ্ৰহবোৰ পঠিওৱা সংকেতবোৰ কি যন্ত্ৰৰ যোগেদি পাব পাৰি ?

জি পি ছে

জি পি এছ

এটাও নহয়

উত্তৰ-জি পি এ

৩। আটাইতকৈ প্ৰাচীন মানচিত্ৰখন ক'ত উদ্ধাৰ কৰা হৈছে ?

মেছোপটেমিয়াত

টেৰাকোটাত

এটাও নহয়

উত্তৰ-টেৰাকোটাত


৪। কিমান শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে ?

খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত

খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত

এটাও নহয়

উত্তৰ-খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত


৫। ভাৰতত কিমান চনৰপৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ?

খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰা

১৭৬৭ চনৰপৰা

এটাও নহয়

উত্তৰ-খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰা


৬। মেছোপটেমিয়াক বৰ্তমান কি নামেৰে জনা যায় ?

ইৰাণ

ইৰাক

এটাও নহয়

উত্তৰ-ইৰাক


৭। কি যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্য়াপক পৰিৱৰ্তন আনিলে ?

ছপা যন্ত্ৰৰ আৱিষ্কাৰে

স্কেল আৱিষ্কাৰে

এটাও নহয়

উত্তৰ-ছপা যন্ত্ৰৰ আৱিষ্কাৰে


৮। কিহৰ সহায়ত মানুহে বিভিন্ন সম্পদ উদঘাটন কৰিব পৰা হ'ল ?

স্কেলৰ সহায়ত

যন্ত্ৰপাতিৰ সহায়ত

এটাও নহয়

উত্তৰ-যন্ত্ৰপাতিৰ সহায়ত


৯। কেতিয়া চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল ? 

১৯ শতিকাৰ আৰম্ভণিতে

১২ শতিকাৰ আৰম্ভণিতে

এটাও নহয়

উত্তৰ-১৯ শতিকাৰ আৰম্ভণিতে


১০। কিমান চনত চাৰ্ভে অব্ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ?

১৯৬৭ চনত

১৭৬৭ চনত

এটাও নহয়

উত্তৰ-১৭৬৭ চনত


১১। ভূপৃষ্ঠৰ সকলোবোৰ উপাদান এবাৰতে চাব পৰাটো সম্ভৱ হয়নে ?

হয়

নহয়

ওপৰৰ এটাও নহয়

উত্তৰ-নহয়


১২। মানচিত্ৰ অংকনৰ ক্ষেত্ৰত কি অপৰিহাৰ্য ?

পেঞ্চিল

স্কেল

এটাও নহয়

উত্তৰ-স্কেল


১৩। ৰৈখিক স্কেল কিহৰ সহায়ত প্ৰকাশ কৰা হয় ?

ভগ্নাংশৰ সহায়ত

সৰল ৰেখাৰ সহায়ত

শব্দেৰ সহায়ত

উত্তৰ-সৰল ৰেখাৰ সহায়ত


১৪। কোনবিধ স্কেল সকলো দেশৰ মানুহে সহজে ব্য়ৱহাৰ কৰিব পাৰে ?

ভাষা বা উক্তিৰ স্কেল

নিৰূপক ভগ্নাংশৰ স্কেল

ৰৈখিক স্কেল

উত্তৰ-নিৰূপক ভগ্নাংশৰ স্কেল


১৫। কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰপৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য় আহৰণ কৰিব পৰা প্ৰযুক্তিক কি বোলে ?

দূৰসংবেদন

ভৌগালিক তথ্য় ব্য়ৱস্থা

গোলকীয় স্থান নিৰ্ণয়ন ব্য়ৱস্থা

উত্তৰ-দূৰসংবেদন


১৬। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ বা অৱয়বৰ অৱস্থান নিৰ্ণয় কৰিবলৈ মহাকাশত কি স্থাপন কৰা হয় ?

উপগ্ৰহ

কৃত্ৰিম উপগ্ৰহ

কেমেৰা

উত্তৰ-উপগ্ৰহ


১৭। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট'লমিয়ে কিমান খ্ৰীষ্ট্ৰপূৰ্বত মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল ?

খ্ৰীষ্ট্ৰপূৰ্ব ১৮-১৫৭

খ্ৰীষ্ট্ৰপূৰ্ব ১৭-২৫৬

খ্ৰীষ্ট্ৰপূৰ্ব ৯০-১৬৮

উত্তৰ-খ্ৰীষ্ট্ৰপূৰ্ব ৯০-১৬৮

১৮। কিহৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল ?

দ্ৰাঘিমাংশৰ সহায়ত

অক্ষাংশৰ সহায়ত

ওপৰৰ দুয়োটা

উত্তৰ-ওপৰৰ দুয়োটা


১৯। ভাৰতত কিমান খ্ৰীষ্ট্ৰপূৰ্বৰ চনৰপৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ?

খ্ৰীষ্ট্ৰপূৰ্ব ৩৫০০ চনৰপৰা

খ্ৰীষ্ট্ৰপূৰ্ব ২৫০০ চনৰপৰা

খ্ৰীষ্ট্ৰপূৰ্ব ১৫০০ চনৰপৰা

উত্তৰ-খ্ৰীষ্ট্ৰপূৰ্ব ২৫০০ চনৰপৰা

 

২০। কোনে ১৭৬৭ চনত চাৰ্ভে অব্ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ?

বৃটিছসকলে

ইংৰাজসকলে

ফৰাচীসকলে

উত্তৰ-ইংৰাজসকলে