নব্য় ধৰ্মীয় ভাবধাৰাৰ উত্থান
১। ভাৰতবৰ্ষত মৌৰ্য সাম্ভ্ৰাজ্য়ৰ উত্থানৰ আগেয়ে মানুহে পৰম্পৰাগতভাৱে কিহক পূজা অৰ্চনা কৰিছিল ?
ভগৱানক
বিভিন্ন দেৱ-দেৱী, জীৱ-জন্তু, গছ-লতা আদি
এটাও নহয়
উত্তৰ-বিভিন্ন দেৱ-দেৱী, জীৱ-জন্তু, গছ-লতা আদি
২। ভক্তি শব্দটো কিহৰ পৰা অহা বুলি ক'ব পাৰি ?
সংস্কৃত শব্দ 'ভজ'ৰ পৰা
সংস্কৃত শব্দ 'ভজু'ৰ পৰা
এটাও নহয়
উত্তৰ-সংস্কৃত শব্দ 'ভজ'ৰ পৰা
৩। ভক্তি শব্দৰ অৰ্থ কি ?
পূজা কৰা, আনুগত্য় প্ৰকাশ, বিশ্বাস অথবা প্ৰেম
গছ-লতা
এটাও নহয়
উত্তৰ-পূজা কৰা, আনুগত্য় প্ৰকাশ, বিশ্বাস অথবা প্ৰেম
৪। আলভাৰসকল কি পন্থী আছিল ?
শৈৱপন্থী
বিষ্ণুপন্থী
এটাও নহয়
উত্তৰ-বিষ্ণুপন্থী
৫। আলভাৰ আৰু নায়নাৰসকলৰ সমসাময়িকভাৱে দক্ষিণৰ কেৰালা ৰাজ্য়ত কাৰ নেতৃত্বত এক দাৰ্শনিক ধৰ্মীয় মতবাদৰ উত্থান হৈছিল ?
শঙ্কৰাচাৰ্যৰ নেতৃত্বত
জ্ঞানদেৱৰ নেতৃত্বত
এটাও নহয়
উত্তৰ-শঙ্কৰাচাৰ্যৰ নেতৃত্বত
৬। ইতিহাসবিদসকলে ভক্তি আন্দোলনক কেইটা ভাগত ভাগ কৰিছিল ?
তিনিটা ভাগত
দুটা ভাগত
এটাও নহয়
উত্তৰ-দুটা ভাগত
৭। কোনে ভগৱানৰ কোনো আকাৰ নাই বুলি ভাবি উপাসনা কৰিছিল ?
সগুণ মতত বিশ্বাসীসকলে
নিৰ্গুণ মতত বিশ্বাসীসকলে
এটাও নহয়
উত্তৰ-নিৰ্গুণ মতত বিশ্বাসীসকলে
৮। ৰামানন্দৰ প্ৰিয় শিষ্য় কোন আছিল ?
কবীৰ
গুৰু নানক
এটাও নহয়
উত্তৰ-কবীৰ
৯। অসমত কাৰ নেতৃত্বত নব্য় ভক্তিবাদে প্ৰচাৰ লাভ কৰে ?
মীৰাবাঈৰ নেতৃত্বত
শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত
এটাও নহয়
উত্তৰ-শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত
১০। উত্তৰ ভাৰতত নব্য়-ভক্তিবাদৰ গুৰিয়াল কোন আছিল ?
ৰামানন্দ
কবীৰ
এটাও নহয়
উত্তৰ-ৰামানন্দ
১১। ভাৰতীয় সংস্কৃতিৰ গৌৰৱময় দিশবোৰৰ ভিতৰত অন্য়তম হ'ল _________?
ভক্তি
সেৱা
পূজা-অৰ্চনা কৰা
উত্তৰ-ভক্তি
১২। ক'ত প্ৰথমে ভক্তি শব্দৰ উল্লেখ পোৱা যায় ?
গীতাত
উপনিষদত
ক'তো পোৱা নাই
উত্তৰ-উপনিষদত
১৩। নায়নাৰসকল কি পন্থী আছিল ?
বিষ্ণুপন্থী
শৈৱপন্থী
ওপৰৰ এটাও নহয়
উত্তৰ-শৈৱপন্থী
১৪। ইতিহাসবিদসকলে ভক্তি আন্দোলনক কেই ভাগত ভাগ কৰিছে ?
চাৰিটা ভাগত
তিনিটা ভাগত
দুটা ভাগত
উত্তৰ-দুটা ভাগত
১৫। কিমান শতিকাত ভাৰতত ইছলাম ধৰ্মালম্বী তুৰ্কী-আফগানসকলৰ আৱিৰ্ভাৱ ঘটিছিল ?
সপ্তম শতিকাত
অষ্টম শতিকাত
নৱম শতিকাত
উত্তৰ-নৱম শতিকাত
১৬। উত্তৰ-পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত কাৰ নেতৃত্বত খ্ৰীষ্টীয় ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছে ?
জ্ঞানেশ্বৰ
জ্ঞানদেৱৰ
ওপৰৰ দুয়োটা
উত্তৰ-ওপৰৰ দুয়োটা
১৭। ৰামান্দয়ে বিষ্ণুৰ অৱতাৰ ৰামৰ গুণানুকীৰ্ত্তন কৰি কি ভাষাত কবিতা ৰচনা কৰিছিল ?
অসমীয়া ভাষাত
ইংৰাজী ভাষাত
হিন্দী ভাষাত
উত্তৰ-হিন্দী ভাষাত
১৮। ৰামান্দৰ প্ৰিয় শিষ্য় কোন আছিল ?
ৰবিদাস
কবীৰ
মীৰাবাঈ
উত্তৰ-কবীৰ
১৯। তুলসীদাসক কি বুলি গণ্য় কৰা হৈছিল ?
ভগৱান বুলি
অৱতাৰ বুলি
ভক্তিবাদ বুলি
উত্তৰ-অৱতাৰ বুলি
২০। শংকদেৱৰ ভক্তি আন্দোলনে বৃহৎ অসমীয়া সমাজখনক কি কৰাত সহায় কৰিছিল ?
ভাগ ভাগ কৰাত
জাতি ভেদ কৰাত
একত্ৰিত কৰাত