নব্য় ধৰ্মীয় ভাবধাৰাৰ উত্থান

 



১। ভাৰতবৰ্ষত মৌৰ্য সাম্ভ্ৰাজ্য়ৰ উত্থানৰ আগেয়ে মানুহে পৰম্পৰাগতভাৱে কিহক পূজা অৰ্চনা কৰিছিল ?

ভগৱানক

বিভিন্ন দেৱ-দেৱী, জীৱ-জন্তু, গছ-লতা আদি

এটাও নহয়

উত্তৰ-বিভিন্ন দেৱ-দেৱী, জীৱ-জন্তু, গছ-লতা আদি

২। ভক্তি শব্দটো কিহৰ পৰা অহা বুলি ক'ব পাৰি ?

সংস্কৃত শব্দ 'ভজ'ৰ পৰা

সংস্কৃত শব্দ 'ভজু'ৰ পৰা

এটাও নহয়

উত্তৰ-সংস্কৃত শব্দ 'ভজ'ৰ পৰা

৩। ভক্তি শব্দৰ অৰ্থ কি ?

পূজা কৰা, আনুগত্য় প্ৰকাশ, বিশ্বাস অথবা প্ৰেম

গছ-লতা

এটাও নহয়

উত্তৰ-পূজা কৰা, আনুগত্য় প্ৰকাশ, বিশ্বাস অথবা প্ৰেম

৪। আলভাৰসকল কি পন্থী আছিল ?

শৈৱপন্থী

বিষ্ণুপন্থী

এটাও নহয়

উত্তৰ-বিষ্ণুপন্থী

৫। আলভাৰ আৰু নায়নাৰসকলৰ সমসাময়িকভাৱে দক্ষিণৰ কেৰালা ৰাজ্য়ত কাৰ নেতৃত্বত এক দাৰ্শনিক ধৰ্মীয় মতবাদৰ উত্থান হৈছিল ?

শঙ্কৰাচাৰ্যৰ নেতৃত্বত

জ্ঞানদেৱৰ নেতৃত্বত

এটাও নহয়

উত্তৰ-শঙ্কৰাচাৰ্যৰ নেতৃত্বত

৬। ইতিহাসবিদসকলে ভক্তি আন্দোলনক কেইটা ভাগত ভাগ কৰিছিল ?

তিনিটা ভাগত

দুটা ভাগত

এটাও নহয়

উত্তৰ-দুটা ভাগত

৭। কোনে ভগৱানৰ কোনো আকাৰ নাই বুলি ভাবি উপাসনা কৰিছিল ?

সগুণ মতত বিশ্বাসীসকলে

নিৰ্গুণ মতত বিশ্বাসীসকলে

এটাও নহয়

উত্তৰ-নিৰ্গুণ মতত বিশ্বাসীসকলে

৮। ৰামানন্দৰ প্ৰিয় শিষ্য় কোন আছিল ?

কবীৰ

গুৰু নানক

এটাও নহয়

উত্তৰ-কবীৰ

৯। অসমত কাৰ নেতৃত্বত নব্য় ভক্তিবাদে প্ৰচাৰ লাভ কৰে ? 

মীৰাবাঈৰ নেতৃত্বত

শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত

এটাও নহয়

উত্তৰ-শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত

১০। উত্তৰ ভাৰতত নব্য়-ভক্তিবাদৰ গুৰিয়াল কোন আছিল ? 

ৰামানন্দ

কবীৰ

এটাও নহয়

উত্তৰ-ৰামানন্দ

১১। ভাৰতীয় সংস্কৃতিৰ গৌৰৱময় দিশবোৰৰ ভিতৰত অন্য়তম হ'ল _________?

ভক্তি

সেৱা

পূজা-অৰ্চনা কৰা

উত্তৰ-ভক্তি

১২। ক'ত প্ৰথমে ভক্তি শব্দৰ উল্লেখ পোৱা যায় ?

গীতাত

উপনিষদত

ক'তো পোৱা নাই

উত্তৰ-উপনিষদত

১৩। নায়নাৰসকল কি পন্থী আছিল ?

বিষ্ণুপন্থী

শৈৱপন্থী

ওপৰৰ এটাও নহয়

উত্তৰ-শৈৱপন্থী

১৪। ইতিহাসবিদসকলে ভক্তি আন্দোলনক কেই ভাগত ভাগ কৰিছে ?

চাৰিটা ভাগত

তিনিটা ভাগত

দুটা ভাগত

উত্তৰ-দুটা ভাগত

১৫। কিমান শতিকাত ভাৰতত ইছলাম ধৰ্মালম্বী তুৰ্কী-আফগানসকলৰ আৱিৰ্ভাৱ ঘটিছিল ?

সপ্তম শতিকাত

অষ্টম শতিকাত

নৱম শতিকাত

উত্তৰ-নৱম শতিকাত

১৬। উত্তৰ-পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত কাৰ নেতৃত্বত খ্ৰীষ্টীয় ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছে ?

জ্ঞানেশ্বৰ

জ্ঞানদেৱৰ

ওপৰৰ দুয়োটা

উত্তৰ-ওপৰৰ দুয়োটা

১৭। ৰামান্দয়ে বিষ্ণুৰ অৱতাৰ ৰামৰ গুণানুকীৰ্ত্তন কৰি কি ভাষাত কবিতা ৰচনা কৰিছিল ? 

অসমীয়া ভাষাত

ইংৰাজী ভাষাত

হিন্দী ভাষাত

উত্তৰ-হিন্দী ভাষাত

১৮। ৰামান্দৰ প্ৰিয় শিষ্য় কোন আছিল ?

ৰবিদাস

কবীৰ

মীৰাবাঈ

উত্তৰ-কবীৰ

১৯।  তুলসীদাসক কি বুলি গণ্য় কৰা হৈছিল ?

ভগৱান বুলি

অৱতাৰ বুলি

ভক্তিবাদ বুলি

 উত্তৰ-অৱতাৰ বুলি

২০। শংকদেৱৰ ভক্তি আন্দোলনে বৃহৎ অসমীয়া সমাজখনক কি কৰাত সহায় কৰিছিল ?

ভাগ ভাগ কৰাত

জাতি ভেদ কৰাত

একত্ৰিত কৰাত

উত্তৰ-একত্ৰিত কৰাত