Chapter 6

অন্যৰ প্ৰতি ব্যৱহাৰ


১। অন্য়ৰ প্ৰতি ব্য়ৱহাৰ গল্পটোৰ লেখক কোন?

(ক) হীৰেন ভট্টাচাৰ্য

(খ) মানৱ কলিতা

(গ) সত্য়নাথ বৰা

উত্তৰঃ (গ) সত্য়নাথ বৰা

২। তলৰ কোনখন গ্ৰন্থ সত্য়নাথ বৰাই ৰচনা কৰিছিল?

(ক) শকুন্তলা

(খ) সাৰথি

(গ) প্ৰতিধ্বনি

উত্তৰঃ (খ) সাৰথি

৩। সত্য়নাথ বৰাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৫৬ চনত

(খ) ১৯২৬ চনত

(গ) ১৮৬০ চনত

উত্তৰঃ (গ) ১৮৬০ চনত

৪।  সত্য়নাথ বৰাৰ জন্ম ক’ত হৈছিল?

(ক) শদিয়াত

(খ) গুৱাহাটীৰ ভৰলুমুখত

(গ) বৰপেটাত

উত্তৰঃ (খ) গুৱাহাটীৰ ভৰলুমুখত

৫।  “আটক” শব্দৰ অৰ্থ কি?

(ক) পৃথক কৰা

(খ) অভাৱ হোৱা

(গ) জনাজাত

উত্তৰঃ (খ) অভাৱ হোৱা

৬।  সত্য়নাথ বৰাৰ পেচা কি আছিল?

(ক) ডাক্তৰ

(খ) ওকালতি

(গ) ইঞ্জিনিয়াৰ

উত্তৰঃ (খ) ওকালতি

৭।  “বহল ব্য়াকৰণ” পুথিখন কাৰ ৰচনা?

(ক) চন্দ্ৰকুমাৰ আগৰৱালাৰ

(খ) আনন্দ্ৰচন্দ্ৰ আগৰৱালাৰ

(গ) সত্য়নাথ বৰাৰ

উত্তৰঃ (গ) সত্য়নাথ বৰাৰ

৮।  অন্য়ৰ প্ৰতি ব্য়ৱহাৰ গল্পটি কোনখন পুথিৰ পৰা তুলি লোৱা হৈছে?

(ক) বহল ব্য়াকৰণ পুথিখনৰ পৰা

(খ) সাৰথি নামৰ পুথিখনৰ পৰা

(গ) ৰৌদ্ৰ কামনা পুথিখনৰ পৰা

উত্তৰঃ (খ) সাৰথি নামৰ পুথিখনৰ পৰা

৯।  সত্য়নাথ বৰাৰ মৃত্য়ু কিমান চনত হৈছিল?

(ক) ১৯২৬ চনত

(খ) ১৮৯০ চনত

(গ) ১৯২৫ চনত

উত্তৰঃ (গ) ১৯২৫ চনত

১০।  ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি?

(ক) মিঠা মাত

(খ) কটোৱা মাত

(গ) সজ ব্যৱহাৰ

উত্তৰঃ (ক) মিঠা মাত

১১।  গঢ়ত প্ৰতিমা বিতোপন হলেও কি নলগালে শুৱনি নহয়?

(ক) সোৱাদ

(খ) ৰহণ

(গ) সন্তোষ

উত্তৰঃ (খ) ৰহণ

১২।  কি মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত?

(ক) মিঠা মাত

(খ) কেটেৰা মাত

(গ) খিংখিঙীয়া

উত্তৰঃ (গ) কেটেৰা মাত

১৩।  কি মুখেৰে মাতিলে সহস্ৰ উপকাৰ মানুহে পাহৰে?

(ক) মিঠা মুখে

(খ) তিতা মুখে

(গ) আনন্দৰ মুখে

উত্তৰঃ (খ) তিতা মুখে

১৪।  সজ ব্যৱহাৰৰ অনুপান কি?

(ক) নম্ৰতা

(খ) সজ ব্যৱহাৰ

(গ) নিৰ্ভীকতা

উত্তৰঃ (ক) নম্ৰতা

১৫।  আনৰ কথা বখানিলে নিজক কি পতা হয়?

(ক) মহান

(খ) ডাঙৰ

(গ) সৰু

উত্তৰঃ (গ) সৰু

১৬।  আনু গুপ্ত কথা কি কৰিব লাগে?

(ক) লুকাই ৰাখিব লাগে

(খ) আনৰ আগত কব লাগে

(গ) শুনিব নালাগে

উত্তৰঃ (ক) লুকাই ৰাখিব লাগে

১৭। আনৰ কথা লগালে কি কৰা হয়?

(ক) বিশ্বাসঘাটকতা কৰা হয়

(খ) বিশ্বাসী কৰা হয়

(গ) হাৰ মনা হয়

উত্তৰঃ (ক) বিশ্বাসঘাটকতা কৰা হয়

১৮। সংসাৰত মানুহৰ অৱস্থা সদায় কেনেদৰে থাকে?

(ক) সদায় একে থাকে

(খ) ভালে থাকে

(গ) সমানে নাথাকে

উত্তৰঃ (গ) সমানে নাথাকে

১৯। মানুহক কি কৰা উচিত?

(ক) মান-সৎকাৰ কৰা উচিত

(খ) অৱমাননা কৰা উচিত

(গ) অপমান কৰা উচিত

উত্তৰঃ (ক) মান-সৎকাৰ কৰা উচিত