১। জন-বসতি আৰু কাৰ মাজত এক নিবিড় সম্পৰ্ক আছে ?

(ক) বায়ুৰ মাজত

(খ) পৰিৱেশৰ মাজত

(গ) বৰষুণৰ মাজত

উত্তৰঃ (খ) পৰিৱেশৰ মাজত


২। বসতিক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি  ? 

(খ) দুটা শ্ৰেণীত

(ক) এটা শ্ৰেণীত

(গ) তিনিটা শ্ৰেণীত

উত্তৰঃ (খ) দুটা শ্ৰেণীত


৩। গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা হ’ল কি ?

(ক) কৃষিকাৰ্

(খ) বেপাৰ-বাণিজ্য়কাঠ কটা

(গ) কাঠ কটা

উত্তৰঃ (ক) কৃষিকাৰ্য


৪। নগৰীয়া মানুহৰ প্ৰধান জীৱিকা হ’ল কি 

(ক) চাকৰি

(খ) খেতি-বাতি

(গ) মাছ ধৰা

উত্তৰঃ (ক) চাকৰি


৫। বসতিক প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি ?

(ক) এটা শ্ৰেণীত

(খ) তিনিটা শ্ৰেণীত

(গ) দুটা শ্ৰেণীত

উত্তৰঃ (গ) দুটা শ্ৰেণীত


৬। কিমান শতাংশ মানুহে গ্ৰাম্য় বসতিত বাস কৰে ?

(ক) ৩০ শতাংশ

(খ) ৫০ শতাংশ

(গ) ২০ শতাংশ

উত্তৰঃ (খ) ৫০ শতাংশ


৭। আৰম্ভণিতে জনবসতিসমূহ কি হিছাপে সৃষ্ট হয় ?

(ক) গাঁও

(খ) নগৰ

(গ) চুবুৰী

উত্তৰঃ (ক) গাঁও


৮। ২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত মুঠতে প্ৰায় কিমান লাখ গাঁও আৰু কিমান হাজাৰ নগৰ আছিল?

(ক) ৬ লাখ গাঁও আৰু ৫ হাজাৰ নগৰ

(খ) ৪ লাখ গাঁও আৰু ৭ হাজাৰ নগৰ

(গ) ৫ লাখ গাঁও আৰু ৯ হাজাৰ নগৰ

উত্তৰঃ (ক) ৬ লাখ গাঁও আৰু ৫ হাজাৰ নগৰ


৯। জনবসতি এটাত কেইটা উপাংশ থাকে ?

(ক) দুটা উপাংশ

(খ) তিনিটা উপাংশ

(গ) চাৰিটা উপাংশ

উত্তৰঃ (গ) চাৰিটা উপাংশ


১০।  সমগ্ৰ পৃথিৱীৰ প্ৰায়  কিমান শতাংশ মানুহে গ্ৰাম্য়বসতিত বাস কৰে ?

(ক) ৪০ শতাংশ

(খ) ৫০ শতাংশ

(গ) ৬০ শতাং

উত্তৰঃ (খ) ৫০ শতাংশ


১১। সমগ্ৰ পৃথিৱীত কিমান শতাংশ মানুহ গ্ৰাম্যবসতিত বাস কৰে? 

(ক) ৫০ শতাংশ

(খ) ৬০ শতাংশ

(গ) ৭০ শতাংশ

উত্তৰঃ (ক) ৫০ শতাংশ


১২। বসতিবোৰ কিহক কেন্দ্ৰ কৰি গঢ়ি উঠে?

(ক) পানী, মাটি আৰু পথ

(খ) পথ, পথাৰ আৰু পানী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) পানী, মাটি আৰু পথ


১৩। পৃথিৱীৰ কিমান শতাংশ লোক নগৰবাসী?

(ক) ৪০ শতাংশ

(খ) ৫০ শতাংশ

(গ) ৬০শতাংশ

উত্তৰঃ (খ) ৫০শতাংশ


১৪। বিশ্বৰ সৰ্ববৃহৎ মহানগৰী খনৰ নাম কি?

(ক) লণ্ডন

(খ) মুম্বাই

(গ) গুজৰাট

উত্তৰঃ (ক) লণ্ডন


১৫। জনবসতিত চাৰিটা উপাংশ থাকে এই মতটো কোনজন ভূগোলবিদে দিছিল?

(ক) ডক্সিয়াডিছ

(খ) জোহানেচ ভাৰমিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ডক্সিয়াডিছ


১৬। জনবসতিৰ কেইটা উপাংশ থাকে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (গ) চাৰিটা


১৭। মুম্বাই জনসংখ্যা কিমান ২০০১ চনৰ মতে?

(ক) ১৪ নিযুত

(খ) ১৫ নিযুত

(গ) ১৭ নিযুত

উত্তৰঃ (ক) ১৪ নিযুত


১৮। ১ লাখতকৈ অধিক জনসংখ্যা থকা মহানগৰ কেইখন?

(ক) ১২৩ খন

(খ) ১২৫ খন

(গ) ১২৭খন

উত্তৰঃ (খ) ১২৫ খন


১৯। ধৰ্মীয় অনুষ্ঠান কত গঢ়ি উঠে?

(ক) গাঁৱত

(খ) নগৰত

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (গ) ওপৰৰ দুয়োটাই


২০। কোনবোৰ অঞ্চলত সুবিধা বেছি?

(ক) নগৰ অঞ্চলত

(খ) গাঁৱৰ অঞ্চলত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) নগৰ অঞ্চলত

Answer Type By - Purnima kakati