১। কি পৃথিৱীৰ মানুহৰ এটা অতি পুৰণি আৰু প্ৰধান বৃত্তি ?

(ক) কৃষি

(খ) ব্য়ৱসায়-বাণিজ্য়

(গ) শিক্ষানুষ্ঠান

উত্তৰঃ (ক) কৃষি


২। প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকবোৰৰ মাজত পাৰ্থক্য় থকাৰ কাৰণেই অসমৰ কৃষি কাৰ কৃষিৰ লগত নিমিলে ?

(ক) পঞ্জাৱ

(খ) ৰাজস্থান

(গ) হাৰিয়ানা

উত্তৰঃ (খ) ৰাজস্থান


৩। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি কেই প্ৰকাৰৰ হ’ব পাৰে ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ


৪।কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক অন্য় কেই প্ৰকাৰত বিভক্ত কৰিব পাৰি ?

(ক) চাৰি প্ৰকাৰত

(খ) তিনি প্ৰকাৰত

(গ) দুই প্ৰকাৰত

উত্তৰঃ (গ) দুই প্ৰকাৰত


৫। আৰ্থিক দিশৰ কৃষি অন্য় কেই প্ৰকাৰৰ হ’ব পাৰে ?

(ক) এক প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) দুই প্ৰকাৰৰ

উত্তৰঃ দুই প্ৰকাৰৰ


৬। মাটি গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি অন্য় কেই প্ৰকাৰৰ হ’ব পাৰে ?  

(ক) দহ প্ৰকাৰৰ

(খ) ছয় প্ৰকাৰৰ

(গ) দুই প্ৰকাৰৰ

উত্তৰঃ (গ) দুই প্ৰকাৰৰ


৭। কি অঞ্চলৰ কৃষিভূমিত  মানুহে বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থাকে ?

(ক) সমভূমি অঞ্চলত

(খ) ক্ৰান্তীয় অঞ্চলত

(গ) উচ্চভূমি অঞ্চলত

উত্তৰঃ (ক) সমভূমি অঞ্চলত


৮। একোখন ঠাইত স্থায়ীভাৱে কৰা এনে কৃষিক কি কৃষি বুলি কোৱা হয় ?

(ক) ঝুম কৃষি

(খ) ৰোপন কৃষি

(গ) স্থায়ী কৃষি

উত্তৰঃ (গ) স্থায়ী কৃষি


৯।  চীন, ভাৰত, শ্ৰীলংকা, ইন্দোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্ৰধান কি উৎপাদনকাৰী ৰাষ্ট্ৰ ?

(ক) কপাহ

(খ) চাহ

(গ) কুঁহিয়াৰ

উত্তৰঃ (খ) চাহ


১০। আমেৰিকা যুক্তৰাষ্ট্ৰৰ, চীন, পাকিস্তান, ৰাছিয়া, ইজিপ্ত আৰু ব্ৰাজিল হৈছে কি উৎপাদনকাৰী দেশ ?

(ক) চাহ

(খ) কপাহ

(গ) কুঁহিয়াৰ

উত্তৰঃ (খ) কপাহ


১১। শস্য কেইপ্ৰকাৰৰ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই


১২। শস্যৰ প্ৰকাৰৰ কেইটা কি কি?

(ক) খাৰিফ,ৰবি, ধানজাতীয়, মাহজাতীয়

(খ) খাৰিফ, ৰবি, ধানজাতীয়

(গ) খাৰিফ, ৰবি,

উত্তৰঃ (গ) খাৰিফ, ৰবি,


১৩। কৃষিৰ বৈশিষ্ট্য কেইপ্ৰকাৰৰ?

(ক) ৬ প্ৰকাৰৰ

(খ) ৫ প্ৰকাৰৰ

(গ) ৪ প্ৰকাৰৰ

উত্তৰঃ (ক) ৬ প্ৰকাৰৰ


১৪। স্থায়িতৰ ভিত্তিক কৃষি কেইপ্ৰকাৰৰ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই


১৫। আকাৰৰ ভিত্তিত কৃষি কেইপ্ৰকাৰৰ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

উত্তৰঃ (গ) ২ প্ৰকাৰৰ


১৬। মাটিৰ, গুণাগুণ কেইপ্ৰকাৰৰ?

(ক) দুই

(খ) তিন

(গ) চাৰি

উত্তৰঃ (ক) দুই


১৭। আৰ্থিক দিশত কৃষি কেইপ্ৰকাৰৰ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই


১৮। ঝুম খেতি কত কৰা হয়?

(ক) পাহাৰৰ ওপৰত

(খ) পাহাৰৰ ঢালত

(গ) পৰ্বতৰ ঢালত

উত্তৰঃ (খ) পাহাৰৰ ঢালত


১৯। ঝুম-খেতি কোন অঞ্চলত কৰা হয়?

(ক) দক্ষিণ ভাৰত

(খ) উত্তৰ ভাৰত

(গ) উত্তৰ-পূৰ্বাঞ্চলত

উত্তৰঃ (গ) উত্তৰ-পূৰ্বাঞ্চলত


২০। ঝুম -খেতি কেইপ্ৰকাৰৰ?

(ক) ১০ প্ৰকাৰৰ

(খ) ১২ প্ৰকাৰৰ

(গ) ১৪ প্ৰকাৰৰ

উত্তৰঃ (ক) ১০ প্ৰকাৰৰ

Answer type by - Purnima Kakati