১) আইজাক নিউটনৰ কিমান চনত জন্ম হৈছিল ?

a) ১৬৩৪

b) ১৬৪২

c) ১৬৫৬

Ans: b) ১৬৪২


২) আৰ্কিমিডিচ এগৰাকী কি আছিল ?

a) গ্ৰীক বিজ্ঞানী

b) বুৰঞ্জীত বিজ্ঞানী

c) বতৰ বিজ্ঞানী

Ans: a) গ্ৰীক বিজ্ঞানী


৩) Gৰ গৃহীত মান আছেনে ?

a) আছে

b) নাই

c) কেতিয়াবা থাকে কেতিয়াবা নাথাকে

Ans: a) আছে


৪) সমানুপাতিক ধ্ৰুৱ কোনতো ?

a) g

b) G

c) B

Ans:  b) G


৫) বিশ্বজনীন ধ্ৰুৱক বুলি কোনতোক কোৱা হয় ?

a) B

b) H

c) G

Ans: c) G


৬) আইজাক নিউটনে কি নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল ?

a) কলন গণিত

b) গোলক গণিত

c) এটাও নহয়

Ans: b) গোলক গণিত


৭) কিমান খ্ৰীঃৰ বহুতো জ্যোতিৰ্বিদে গ্ৰহবোৰৰ গতিৰ সম্পৰ্কত বহুতো তথ্য সংগ্ৰহ কৰিছিল ?

a) ১৭ খ্ৰীঃৰ

b) ১৮ খ্ৰীঃৰ

c) ১৬ খীঃৰ

Ans: c) ১৬ খীঃৰ


৮) পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ হয় নে ?

a) হয়

b) নহয়

Ans: b) নহয়


৯) তৰল কাক বোলে ?

a) সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে

b) সকলো গেচীয় পদাৰ্থকে তৰল বোলে

c) এটাও নহয়

Ans: a) সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে


১০) প্লাবিতা মানে কি ?

a) সকলো জুলীয়া পদাৰ্থকে প্লাবিতা বোলে

b) পৃথিৱীয়ে আকৰৰ্ষণ কৰা সকলো বস্তুকে প্লাবিতা বোলে

c) পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে

Ans: c) পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে


১১) সকলো বস্তুৱেই তৰলত ডুবালে কি বল অনুভৱ কৰে ?

a) প্লাবিতা বল

b) মধ্যাকৰ্ষণ বল

c) এটাও নহয়

Ans: a) প্লাবিতা বল


১২) ঘনত্ব কাক বোলে ?

a) সকলো বস্তু একক আয়তনৰ ভৰক ঘনত্ব বোলে

b) গেচীয় একক আয়তনৰ ভৰক ঘনত্ব বোলে

c) পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে

Ans: c) পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে


১৩) ঘনত্ব একক কিমান ?

a) ঘনমিটাৰ  প্ৰতি কিল'গ্ৰাম

b) কিল'গ্ৰাম প্ৰতি ঘনমিটাৰ

c) মিটাৰ প্ৰতি ছেকেণ্ড

Ans: b) কিল'গ্ৰাম প্ৰতি ঘনমিটাৰ


১৪) পদাৰ্থৰ চাৰিত্ৰিক ধৰ্মবোৰৰ এটা অন্যতম ধৰ্ম কি ? 

a) ঘনত্ব

b) প্লাবিতা

c) এটাও নহয়

Ans: a) ঘনত্ব


১৫) সোণৰ ঘনত্ব কিমান ?

a) 19300

b) 20400

c) 22859

Ans: a) 19300


১৬) পানীৰ ঘনত্ব কিমান ?

a) 3000

b) 2000

c) 1000

 Ans: c) 1000


১৭) নিউটনে এদিন গছৰ তলত বহি থাকোতে কি সৰি তেওঁৰ গাতে পৰিছিল ?

a) আম

b) আপেল

c) কমলা

 Ans: b) আপেল


Post ID: