1. কাৰ যোগেদি উৎপাদনৰ উৎকৰ্ষ সাধন কৰিব পাৰি ?

a) পশুপালন আৰু কৃষিখণ্ড

b) উন্নত বীজ

c) উন্নত সাৰ

Ans: a) পশুপালন আৰু কৃষিখণ্ড


2. ভাৰতৰ জনসংখ্য়া কিমান ?

a) 100 কোটিতকৈ বেছি

b) 200 কোটি

c) 300 কোটি

Ans: a) 100 কোটিতকৈ বেছি


3. গাখীৰ (দুগ্ব) ৰ উভয়নদী কৰিব পৰা ব্য়ৱহাৰটোৰ নাম--

a) সেউজ বিপ্লৱ

b) পশুপালন

c) শ্বেত বিপ্লৱ

Ans: c) শ্বেত বিপ্লৱ


4. তৈলে বীজ হ'ল--

a) চয়াবীন, বাদাম

b) সৰিয়হ, তিচি

c) ওপৰৰ দুয়োটা

Ans: c) ওপৰৰ দুয়োটা


5. প্ৰয়োজনীয় চৰ্বী যোগান ধৰে---

a) মাংস, মাছ

b) সৰিয়হ চয়াবীন

c) ভাত আৰু ৰুটি

Ans: b) সৰিয়হ চয়াবীন


6. পশুধনৰ খাদ্য়---

a) ঘাঁহ আৰু খেৰ

b) বাৰচীম, চুদান ঘাঁহ

c) ওপৰৰ দুয়োটা

Ans: c) ওপৰৰ দুয়োটা


7. ৰবি শস্য় হ'ল---

a) ঘেঁহু, বুট

b) মগু, গোমধান

c) ওপৰৰ এটাও নহয়

Ans: a) ঘেঁহু, বুট


8. শস্য় উৎপাদনৰ উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়া কেইটা ?

a) চাৰিটা

b) তিনিটা

c) পাঁচটা

Ans: b) তিনিটা


9. কি পদ্ধতিৰ সহায়ত গুণবিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি ?

a) সেউউ বিপ্লৱ

b) বৰ্ণ সংকৰণ

c) শ্বেত বিপ্লৱ

Ans: b) বৰ্ণ সংকৰণ


10. কি অৱস্থাত খেতি কৰিব নোৱাৰি ?

a) পানী

b) বোকা, মাটি

c) ওপৰৰ এটাও নহয়

Ans: c) ওপৰৰ এটাও নহয়


11. গাখীৰত প্ৰটিন থাকে---

a) 4.00

b) 4.50

c) 0.70

Ans: a) 4.00


12. কণীত চৰ্বী থাকে---

a) 13.00

b) 16.00

c) 12.00

Ans: c) 12.00


13. মাংসত পানী থাকে--

a) 74.20 L

b) 77.20 L

c) 73. 20 L

Ans: a) 74.20 L


14. মীন পামত পালন কৰা হয়---

a) মীন

b) মিশ্ৰিত মৎস্য়

c) ওপৰৰ এটাও নহয়

Ans: b) মিশ্ৰিত মৎস্য়


15. শাৰী শাৰীকৈ কৰা কৃষিক----

a) অন্তৰাৱৰ্তী কৃষি

b) ঝুম কৃষি

c) ওপৰৰ এটাও নহয়

Ans: a) অন্তৰাৱৰ্তী কৃষি


16. ভাৰতবৰ্ষ এখন কি ৰাজ্য়?

a) জনসংখ্য়া কম

b) জনবহুল ৰাষ্ট্ৰ

c) ওপৰৰ দুয়োটা

Ans: b) জনবহুল ৰাষ্ট্ৰ


17. আমাৰ খাদ্যৰ প্ৰাণীজ প্ৰ'টিনৰ প্ৰধান উৎস কি ?

a) মাংস

b) কণী

c) মাছ

Ans: c) মাছ


18. উদ্ভিদৰ বাবে প্ৰায় কিমান বিধ অনুপোষকৰ প্ৰয়োজন ?

a) ১৬ বিধ

b) ১৭ বিধ

c) ১৮ বিধ

Ans: a) ১৬ বিধ


19. কিহৰ উৎপাদনৰ কাৰণে ঘৰচীয়া হাঁহ-কুকুৰ পালন কৰা হয় ?

a) কণী

b) মাংস

c) মাছ

Ans: a) কণী

 

20. জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হোৱা শস্য বোৰক কি শস্য বুলি কোৱা হয় ।

a) ৰবি শস্য়

b) খাৰিফ শস্য়

c) ওপৰৰ এটাও নহয়

 Ans: b) খাৰিফ শস্য়