১) তলৰ কোনবোৰ পদাৰ্থ গঠনৰ একো একোটা মূল গোট?

a) কেনেল ৰশ্মি আৰু প্ৰলম্বনবোৰ

b) অণু আৰু পদাৰ্থবোৰ

c) এটাও নহয়

Ans: b) অণু আৰু পদাৰ্থবোৰ


২) পৰমাণুত আধানযুক্ত কেন্দ্ৰ এটা থাকে আৰু সেইটোৰ নাম হ'ল-

a) ধনাত্মক আধানযুক্ত

b) ঋণাত্মক আধানযুক্ত

c) ঘণীভৱন আধানযুক্ত

Ans: a) ধনাত্মক আধানযুক্ত


৩) জে জে থমছনে উপপাৰমাণৱিক কণাবোৰক কি হিচাপে চিনাক্ত কৰিছিল?

a) পদাৰ্থ

b) ইলেক্ট্ৰন

c) এটাও নহয়

Ans: b) ইলেক্ট্ৰন


৪) পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল-

a) জ'ন ডেল্টন

b) জে জে থমছন

c) স্প্ৰিং গ্ৰ'ভ

Ans: b) জে জে থমছন


৫) জে জে থমছনৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

a) 1565 চনৰ 15 মে' তাৰিখে

b) 1758 চনৰ 2 নৱেম্বৰ তাৰিখে

c) 1856 চনৰ 18 ডিচেম্বৰ তাৰিখে

Ans: c) 1856 চনৰ 18 ডিচেম্বৰ তাৰিখে


৬) 1932 চনত কোনজন বিজ্ঞানীয়ে আন এবিধ উপ পাৰমাণৱিক কণা আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান-

a) নীয়েল ব'ৰে

b) জে জে থমছন

c) জে ছাডউইকে

Ans: c) জে ছাডউইকে


৭) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটোক কি বুলি কোৱা হয়?

a) পদাৰ্থ

b) অণু

c) নিউক্লিয়াছ

Ans: c) নিউক্লিয়াছ


৮) স্প্ৰিং গ্ৰ'ভ জন্মস্থান ক'ত লাভ কৰিছিল?

a) কোপেন হেগেনত

b) চিথাম হিল

c) এটাও নহয়

Ans: c) এটাও নহয়


৯) 1908 চনত ৰসায়ন বিজ্ঞানত ন'বেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?

a) জে জে থমছন

b) জে ছাডউইকে

c) স্প্ৰিং গ্ৰ'ভ

Ans: c) স্প্ৰিং গ্ৰ'ভ


১০) 1922 চনত পৰমাণুৰ গঠনৰ ওপৰত কৰা গৱেষণাৰ বাবে ন'বেল বঁটা কোনে পাইছিল?

a) ৰবাৰ্ত ব্ৰাউন

b) পাৰ্কিন্জি

c) এজনো নহয়

Ans: c) এজনো নহয়


১১) পদাৰ্থৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্য়া-

a) 4 টা

b) 5টা

c) 8 টা

Ans: c) 8 টা


১২) স্প্ৰিং গ্ৰ'ভ ৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

a) 1653 চনৰ 8 আগষ্টৰ তাৰিখে

b) 1770 চনৰ 25 আগষ্টৰ তাৰিখে

c) 1871 চনৰ 30 আগষ্টৰ তাৰিখে

Ans: c) 1871 চনৰ 30 আগষ্টৰ তাৰিখে


১৩) নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়?

a) নীয়েল ব'ৰক

b) জে জে থমছন

c) স্প্ৰিং গ্ৰ'ভ

Ans: c) স্প্ৰিং গ্ৰ'ভ


১৪) আয়ডিনৰ এটা সমস্থানিক কি ৰোগৰ চিকিৎসাত ব্য়ৱহাৰ কৰা হয়?

c) স্প্ৰিং গ্ৰ'ভ

b) কৰ্কট ৰোগত

c) কৰোণা মহামাৰী ৰোগত

Ans: c) স্প্ৰিং গ্ৰ'ভ


১৫) হাইড্ৰ'জেনৰ কিমানবিধ পৰমাণু আছে?

a) এবিধ

b) দুবিধ

c) তিনিবিধ

Ans: c) তিনিবিধ


১৬) পৰমাণু এটাৰ কোনটো অংশত প্ৰ'টন থাকে?

a) অণু পৰমাণু সংলগ্ন অংশত

b) নিউক্লিয়াছ অংশত

c) এটাও নহয়

Ans: b) নিউক্লিয়াছ অংশত


১৭)   জে জে থমছনে কিমান বছৰ ধৰি কেমব্ৰিজত থকা কেভেণ্ডিছ পৰীক্ষাগাৰক পথ নিৰ্দেশনা দি আহিছিল?

a) ১৯

b) ২৩

c) এটাও নহয়

Ans: c) এটাও নহয়

 

১৮) যোজ্য়তা হ'ল-

a) কিছুমান ৰাসায়নিক পদাৰ্থ

b) পৰমাণু এটাৰ যোজিত হ'ব পৰা ক্ষমতা

c) ওপৰৰ এটাও নহয়

Ans: b) পৰমাণু এটাৰ যোজিত হ'ব পৰা ক্ষমতা


১৯) ৰাডাৰ ফ'ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিস্কাৰ কৰিছিল?

a) পাৰমাণৱিক নিউক্লিয়াছ

b) ইলেক্ট্ৰন

c) প্ৰ'টন

d) নিউট্ৰন

Ans: b) ইলেক্ট্ৰন