১) উদ্ভিদ দেহত থকা সৰহখিনি কলাই হ'ল-

a) মৃত

b) জীৱিত

c) অৰ্থ মৃত

Ans: a) মৃত


২) জটিল স্থায়ী কলা হ'ল-

a) সৰল স্থায়ী কলা

b) স্থায়ী কলা

c) এটাও শুদ্ধ নহয়

Ans: b) স্থায়ী কলা


৩) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?

a) চাৰিটা কোষেৰে গঠিত

b) দুটা কোষেৰে গঠিত

c) এটা কোষেৰে গঠিত

Ans: a) চাৰিটা কোষেৰে গঠিত


৪) তলৰ কোনবিধ জটিল কলাৰ উদাহৰণ?

a) ফ্লোৱেম

b) ট্ৰেকিড্

c) ক'লেণকাইমা

Ans: a) ফ্লোৱেম 


৫) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?

a) দুবিধ

b) তিনিবিধ

c) চাৰিবিধ

Ans: c) চাৰিবিধ


৬) আচ্ছাদক কলা কি?

a) প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ

b) এবিধ বায়ুত ওপঙি থকা জীৱ

c) এবিধ ৰক্ত কোষ

Ans: a) প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ


৭) ট্ৰেকাইড আৰু নলীকাবিলাকৰ গঠন কেনেকুৱা?

a) বৃত্তাকৃতিৰ

b) চুঙাকৃতিৰ

c) আয়তাকৃতিৰ

Ans: b) চুঙাকৃতিৰ


৮) প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে?

a) গোটা আৰু গেছীয়

b) সংকোচন আৰু প্ৰসাৰণ

c) এটাও নহয়

Ans: b) সংকোচন আৰু প্ৰসাৰণ


৯) তলৰ কোনবিধ  এবিধ বিশেষধৰণৰ জুলীয়া সংযোজক কলা?

a) পানী আৰু তেল

b) তেজ বা ৰক্ত

c) এটাও নহয়

Ans: b) তেজ বা ৰক্ত


১০) তলৰ কোনদুবিধ আমাৰ শৰীৰত পোৱা কলা?

a) স্থায়ী কলা আৰু সৰল স্থায়ী কলা

b) পোশী আৰু তেজ

c) এটাও শুদ্ধ নহয়

Ans: b) পোশী আৰু তেজ


১১) তেজ হ'ল এবিধ-

a) স্থায়ী কলা

b) সৰল স্থায়ী কলা

c) এটাও শুদ্ধ নহয়

Ans: c) এটাও শুদ্ধ নহয়


১২) উদ্ভিদৰ পাতৰ বহিঃস্তকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয়?

a) জাইলেম

b) পত্ৰৰন্ধ্ৰ

c) ফ্লোৱেম

Ans: b) পত্ৰৰন্ধ্ৰ


১৩) উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয়?

a) অক্সিজেন গেছ

b)কাৰ্বন ডাই অক্সাইড গেছ

c) এটাও শুদ্ধ নহয়

Ans: b)কাৰ্বন ডাই অক্সাইড গেছ


১৪) উদ্ভিদৰ শিপাৰৰ বহিঃস্তকখনৰ কাম কি?

a) সূৰ্যৰ পৰা তাপ আহপৰণ কৰা

b) পানী শোষণ কৰা

c) এটাও শুদ্ধ নহয়

Ans: b) পানী শোষণ কৰা


১৫) পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষেৰে আগুৰি ৰাখে?

a) চাৰিটা

b) তিনিটা

c) দুটা

Ans: c) দুটা


১৬) পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষকেইটাক কি বুলি কোৱা হয়?

a) ৰক্ষীকোষ

b) ৰক্তকোষ

c) শ্বেত ৰক্ত কোষ

Ans: a) ৰক্ষীকোষ


১৭) মস্তিকত কি কলা থাকে?

a) জটিল কলা

b) স্থায়ী কলা

c) স্নায়ু কলা

Ans: c) স্নায়ু কলা


১৮) এটা কোষত কেইটা কোষকেন্দ্ৰ পোৱা যায়?

a) এটা

b) দুটা

c) তিনিটা

Ans: a) এটা


১৯) চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়?

a) মাকোসদৃশ পেশী

b) অৰেখিত পেশী

c) এটাও শুদ্ধ নহয়

 Ans: b) অৰেখিত পেশী


২০) হৃদযন্ত্ৰৰ বেৰ কেনেধৰণৰ পেশীকলাৰ দ্বাৰা গঠিত?

a) অৰেখিত পেশী

b) হৃদপেশী

c) স্থায়ী পেশী

 Ans: b) হৃদপেশী