১) সৰলতম গতি কি?

a) স্থিতিশীল গতি

b) ৰৈখিক গতি

c) অৰৈখিক গতি

Ans: a) স্থিতিশীল গতি


২) গতি কি?

a) স্থানৰ পৰিৱৰ্তন

b) দূৰত্ব

c) সময়

Ans: a) স্থানৰ পৰিৱৰ্তন


৩) তলৰ কোনটো সৰল ৰৈখিক গতি?

a) গাড়ী এখন গতি কৰিলে

b) ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে

c) চৰাই এটা ওপৰলৈ গতি কৰিলে

Ans: b) ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে


৪) বস্তুৰ দ্ৰুতি কাক বোলে?

a) প্ৰতি একক সময়ৰ ত্বৰণক

b) সময়ৰ সাপেক্ষে গতি কৰিলে তাক বস্তুৰ দ্ৰুতি বুলি কোৱা হয়

c) প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক

Ans: c) প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক


৫) বস্তুৰ ত্বৰণ কি?

a) স্থানৰ পৰিবৰ্তন

b) প্ৰতি একক সময়ৰ বেগৰ পৰিবৰ্তন

c) এটাও শুদ্ধ নহয়

Ans: b) প্ৰতি একক সময়ৰ বেগৰ পৰিবৰ্তন


৬) বস্তু এটাৰ গতি বুলিলে কি বুজা?

a) বস্তু এটাৰ প্ৰতি একক সময়ত বেগৰ পৰিৱৰ্তন হোৱা জোখকে গতি বুলি কোৱা হয়

b) সময়ৰ লগত বস্তু এটাৰ অৱস্থান সলনি হোৱাকে গতি বুলি কোৱা হয়

c) এটাও নহয়

Ans: b) সময়ৰ লগত বস্তু এটাৰ অৱস্থান সলনি হোৱাকে গতি বুলি কোৱা হয়


৭) ঘড়ীৰ গতিক কেনেধৰণৰ গতি বুলি কোৱা হয়?

a) সৰল ৰৈখিক গতি

b) ৰৈখিক গতি

c) এটাও নহয়

Ans: c) এটাও নহয়


৮) তলৰ কোনটো বৃত্তিয় গতি?

a) চিলাই  মেচিনৰ  বেজীটোৰ গতি

b) দোলনাত  শিশু এটাই  কৰা গতি

c) বাইচাইকেলৰ চকাৰ  গতিটো

Ans: c) বাইচাইকেলৰ চকাৰ  গতিটো


৯) মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধক কি বুলি কোৱা হয়?

a) অড'মিটাৰ

b) ডেচিমিটাৰ

c) এটাও শুদ্ধ নহয়

Ans: a) অড'মিটাৰ


১০) S.I. একক পদ্ধতি কি?

a) কিল'মিটাৰ

b) মিঃলিঃ মিটাৰ

c) ওপৰৰ এটা শুদ্ধ নহয়

Ans: c) ওপৰৰ এটা শুদ্ধ নহয়


১১) সময়ৰ পূৰণফলে বস্তুৰ কি নিৰ্দেশ কৰে?

a) গতি

b) ত্বৰণ

c) সৰণ

 Ans: c) সৰণ


১২) কোনো বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক-

a) সৰল ৰৈখিক গতি বুলি কোৱা হয়

b) পৰ্যাবৃত্ত গতি বুলি কোৱা হয়

c) সুষম বৃত্তীয় গতি বুলি কোৱা হয়।

 Ans: c) সুষম বৃত্তীয় গতি বুলি কোৱা হয়।