ভূ-পৃষ্ঠত সময় গণনা
Chapter 1


১) কৌণিক দূৰত্ব কি?
নিৰ্দিষ্ট স্থানৰ দ্ৰাঘিমাংশ 
ঠাইখনৰ অক্ষাংশ।
অক্ষৰেখা।
Answer: ঠাইখনৰ অক্ষাংশ।


২) অক্ষৰেখা কি?
আন্তৰ্জাতিক তাৰিখ ৰেখা।
মান সময় গণনা কৰা ৰেখা।
বিষূৱৰ সমান্তৰালকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখা।
Answer  বিষূৱৰ সমান্তৰালকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখা।

৩) ৩৬০° অতিক্ৰম কৰিবলৈ পৃথিৱীক কিমান সময় লাগে?
১২ মিনিট।
৪৫ ঘন্টা।
২৪ ঘন্টা।
Answer: ২৪ ঘন্টা।

৪) বিষূৱৰেখাক কি নিৰ্ণয়ৰ আধাৰ হিচাপে ধৰি লোৱা হয়।
দ্ৰাঘিমাংশ নিৰ্ণয়ৰ।
অশাংক্ষ নিৰ্ণয়ৰ।
সময় নিৰ্ণয়ৰ।
Answer: অশাংক্ষ নিৰ্ণয়ৰ।


৫) মান সময় গণনা কৰা দ্ৰাঘিমাৰেখা ডালক কি বোলে?
বিষূৱ ৰেখা।
অক্ষৰেখা।
দ্ৰাঘিমাৰেখা।
Answer: দ্ৰাঘিমাৰেখা।


৬) গ্ৰীনিজ মান সময় কাক বোলে?
ক্ৰনমিটাৰক।
জি পি এছক।
প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক।
Answer: প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক।


৭) কৌণিক দূৰত্ব জোখৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয়?
ঘন্টা, মিনিট, চেকেণ্ড।
মিটাৰ, কিল'মিটাৰ, মিলিমিটাৰ।
ডিগ্ৰী, মিনিট, চেকেণ্ড।
Answer: ডিগ্ৰী, মিনিট, চেকেণ্ড।


৮) ১° দ্ৰাঘিমাংশ অন্তৰত সময়ৰ ব্যৱধান কিমান হয়?
৭ চেকেণ্ড।
২৮ ঘন্টা।
৪ মিনিট।
Answer: ৪ মিনিট।


 ৯) পৃথিৱীৰ উপৰিভাগত সময় গণনা কেনেদৰে কৰা হয়?
ঘড়ী চাই।
মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই।
ওপৰৰ এটাও নহয়।
Answer:মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই।
 
১০) ১ ঘন্টাত দ্ৰাঘিমাংশৰ ব্যৱধান কিমান হয়?
২৩°
১৮°
১৫°
Answer: ১৫°
 
১১) ৰে'লগাড়ী , বিমানত কেনেকুৱা ঘড়ী ব্যৱহাৰ কৰা হয়?
১২ ঘন্টীয়া।
২৪ ঘন্টীয়া।
ওপৰৰ এটাও নহয়।
Answer: ২৪ ঘন্টীয়া।
 
১২) কি গতিৰ ফলত পূবৰ ঠাইসমূহ প্ৰথমে সূৰ্যৰ মুখামুখি হয়?
আহ্নিক গতিৰ ফলত।
বাৰ্ষিক গতিৰ ফলত।
ওপৰৰ এটাও নহয়।
Answer: আহ্নিক গতিৰ ফলত।


১৩) দুখন ঠাইৰ স্থানীয় সময় জনা থাকিলে কি কৰিব পাৰি?
সূৰ্যাস্তৰ সময় জানিব পাৰি।
Cমধ্যাহ্ন সূৰ্যৰ অৱস্থান চাব পাৰি।
Answer: আহ্নিক গতিৰ ফলত।


১৪) অক্ষৰেখাৰ মান বা জোখক কি বোলে?
দ্ৰাঘিমাংশ।
অক্ষাংশ
বিষুৱৰেখা।
Answer: অক্ষাংশ


১৫) দ্ৰাঘিমাৰেখাই ৪ মিনিটত কিমান ডিগ্ৰী অতিক্ৰম কৰে?
৭ মিনিট দূৰত্ব অতিক্ৰম কৰে।
৯ চেকেণ্ড দূৰত্ব অতিক্ৰম কৰে।
১° দূৰত্ব অতিক্ৰম কৰে।
Answer: ৯ চেকেণ্ড দূৰত্ব অতিক্ৰম কৰে।


১৬) ৮২° ৩০ মিনিট পূব দ্ৰাঘিমাৰেখাডাল ক'ৰ পৰা গৈছে?
আমেৰিকাৰ পশ্চিমেদি।
চীনৰ দক্ষিণেদি।
ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি।
Answer: ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি।


১৭) প্ৰাথমিক দ্ৰাঘিমাৰেখাডালৰ স্থানীয় সময়ক কি বোলে?
ভাৰতীয় মান সময় বোলে।
গ্ৰীনিজ মান সময় বোলে।
ওপৰৰ এটাও নহয়।
Answer: গ্ৰীনিজ মান সময় বোলে।


১৮) ডিগ্ৰী একক ক'ত ব্যৱহাৰ কৰা হয়?
সময় গণনাৰ ক্ষেত্ৰত।
গোলাকাৰ অবয়ৱৰ পৃষ্ঠভাগত কৌণিক দূৰত্বৰ মান বুজাবলৈ।
ওপৰৰ এটাও নহয়।
Answer: গোলাকাৰ অবয়ৱৰ পৃষ্ঠভাগত কৌণিক দূৰত্বৰ মান বুজাবলৈ।


১৯) ক্ৰনমিটাৰ যন্ত্ৰৰ সহায়ত কি জানিব পাৰে?
সুৰ্যাস্তৰ সময় জানিব পাৰি।
পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰে।
সূৰ্যোদয়ৰ সময় জানিব পাৰি
Answer:  পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰে।


২০) ভাৰতীয় মান সময় কাক বোলে?
দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বোলে।
১০ বজাৰ সময়ত।
ওপৰৰ এটাও নহয়।
Answer: দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বোলে।