পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

Chapter 3

১) ট্ৰ'প'স্ফিয়েৰৰ ওপৰ স্তৰটোৰ নাম কি?

মেছ'স্ফিয়েৰ।

থাৰ্মোস্ফিয়েৰ

ষ্ট্ৰেট'স্ফিয়েৰ।

Answer: ষ্ট্ৰেট'স্ফিয়েৰ।

২) আয়ন'স্ফিয়েৰৰ ওপৰৰ অংশক কি বুলি কোৱা হয়?

অজ'ন স্তৰ।

এক্স'স্ফিয়েৰ।

ষ্ট্ৰেত'স্ফিয়েৰ।

Answer: এক্স'স্ফিয়েৰ

৩) ভূত্বক ঘাইকই কেইখন ফলকত বিভকি্ত?

বাৰখন।

তেৰখন।

সাতখন।

Answer: সাতখন।

৪) বায়ুমণ্ডল উষ্ণতাৰ প্ৰধান উৎস কি?

পৃথিৱী।

চন্দ্ৰ।

সূৰ্য।

Answer: সূৰ্য।

৫) বায়ুত থকা ওজনৰ হেঁচাক কি বুলি কোৱা হয়?

বায়ুৰ উষ্ণতা।

বায়ুৰ চাুপ।

বায়ুৰ উচ্চতা।

Answer: বায়ুৰ চাুপ।

৬) সূৰ্যৰ ৰশ্মি ভূ-পৃষ্ঠত পৰাক কি বুলি কোৱা হয়?

উত্তাপ।

আতপন।

তাপ।

Answer: আতপন।

৭) উৎপত্তি অনুযায়ী বৰষুণ কেইপ্ৰকাৰৰ?

২ প্ৰকাৰৰ।

৪ প্ৰকাৰৰ।

৭ প্ৰকাৰৰ।

Answer: ৪ প্ৰকাৰৰ।

৮) লু এবিধ স্থানীয় বতাহ।

শুদ্ধ

অশুদ্ধ

Answer: শুদ্ধ

৯) মৌছুমী বতাহ এবিধ সাময়িক বতাহ।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।

১০) জলবায়ুয়ে বাসস্থানৰ ওপৰতো পি্ৰভাৱ পেলায়।

শুদ্ধ।

অশুদ্ধ।
    
ওপৰৰ এটাও নহয়

Answer: শুদ্ধ।

১১)  পৃথিৱীৰ অভ্যন্তৰ ভাগ এতিয়াও কি অৱস্থাত আছে?

উত্তপ্ত।

অৰ্ধজুলীয়া।

গলিত।

Answer:  উত্তপ্ত।

১২) নদীয়ে সৃষ্টি কৰা পলসুৱা ভূমিক কি বুলি কোৱা হয়?

প্ৰাকৃতিক বান্ধ।

শাখা নদী।

প্লাৱন ভূমি।

Answer: প্লাৱন ভূমি।

১৩) ভূ-পৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন

আভ্যন্তৰীণ শক্তি।
    
সৌৰশক্তি।

বাহ্যিক শক্তি।

Answer: বাহ্যিক শক্তি।

১৪) নদীৰ উপত্যকা ইংৰাজী কোনটো আখৰৰ দৰে হয়?

A

B

 V

Answer:
 
১৫) বৰষুণ বেছি হোৱা ঠাইবোৰত ঘৰৰ চালবোৰ কেনেকুৱা?

ওখ।

চাপ।

থিয় বা এঢলীয়া।

Answer: থিয় বা এঢলীয়া।

১৬) ঠাণ্ডা ঠাইৰ মানুহে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে?

পাটৰ।

কটনৰ।

ঊণৰ।

Answer : ঊণৰ।

১৭) নদীৰ কাষে কাষে থকা জলাশয়বোৰক কি বুলি কয়?

সাগৰ।

মহাসাগৰ।

বিল।

Answer: বিল।

১৮) বতাহ কেইপ্ৰকাৰৰ?

৫  প্ৰকাৰৰ।

৯ প্ৰকাৰৰ।

৩ প্ৰকাৰৰ।

Answer: ৩ প্ৰকাৰৰ।

১৯) গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমাৱ কিল'মিটাৰ?

প্ৰায় ২৫ কিল'মিটাৰ।

প্ৰায় ১০০ কিল'মিটাৰ

প্ৰায় ৩৩ কিল'মিটাৰ।

Answer: প্ৰায় ১০০ কিল'মিটাৰ।

২০) ছুনামিয়ে কোনটো অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে?

মালভূমি।

সমভূমি।

উপকুল।

Answer: উপকুল।

 
Type By- Lija Bora