পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 3
১) ট্ৰ'প'স্ফিয়েৰৰ ওপৰ স্তৰটোৰ নাম কি?
মেছ'স্ফিয়েৰ।
থাৰ্মোস্ফিয়েৰ
ষ্ট্ৰেট'স্ফিয়েৰ।
Answer: ষ্ট্ৰেট'স্ফিয়েৰ।
২) আয়ন'স্ফিয়েৰৰ ওপৰৰ অংশক কি বুলি কোৱা হয়?
অজ'ন স্তৰ।
এক্স'স্ফিয়েৰ।
ষ্ট্ৰেত'স্ফিয়েৰ।
Answer: এক্স'স্ফিয়েৰ
৩) ভূত্বক ঘাইকই কেইখন ফলকত বিভকি্ত?
বাৰখন।
তেৰখন।
সাতখন।
Answer: সাতখন।
৪) বায়ুমণ্ডল উষ্ণতাৰ প্ৰধান উৎস কি?
পৃথিৱী।
চন্দ্ৰ।
সূৰ্য।
Answer: সূৰ্য।
৫) বায়ুত থকা ওজনৰ হেঁচাক কি বুলি কোৱা হয়?
বায়ুৰ উষ্ণতা।
বায়ুৰ চাুপ।
বায়ুৰ উচ্চতা।
Answer: বায়ুৰ চাুপ।
৬) সূৰ্যৰ ৰশ্মি ভূ-পৃষ্ঠত পৰাক কি বুলি কোৱা হয়?
উত্তাপ।
আতপন।
তাপ।
Answer: আতপন।
৭) উৎপত্তি অনুযায়ী বৰষুণ কেইপ্ৰকাৰৰ?
২ প্ৰকাৰৰ।
৪ প্ৰকাৰৰ।
৭ প্ৰকাৰৰ।
Answer: ৪ প্ৰকাৰৰ।
৮) লু এবিধ স্থানীয় বতাহ।
শুদ্ধ
অশুদ্ধ
Answer: শুদ্ধ
৯) মৌছুমী বতাহ এবিধ সাময়িক বতাহ।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
১০) জলবায়ুয়ে বাসস্থানৰ ওপৰতো পি্ৰভাৱ পেলায়।
শুদ্ধ।
অশুদ্ধ।
ওপৰৰ এটাও নহয়
Answer: শুদ্ধ।
১১) পৃথিৱীৰ অভ্যন্তৰ ভাগ এতিয়াও কি অৱস্থাত আছে?
উত্তপ্ত।
অৰ্ধজুলীয়া।
গলিত।
Answer: উত্তপ্ত।
১২) নদীয়ে সৃষ্টি কৰা পলসুৱা ভূমিক কি বুলি কোৱা হয়?
প্ৰাকৃতিক বান্ধ।
শাখা নদী।
প্লাৱন ভূমি।
Answer: প্লাৱন ভূমি।
১৩) ভূ-পৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন
আভ্যন্তৰীণ শক্তি।
সৌৰশক্তি।
বাহ্যিক শক্তি।
Answer: বাহ্যিক শক্তি।
১৪) নদীৰ উপত্যকা ইংৰাজী কোনটো আখৰৰ দৰে হয়?
A
B
V
Answer: V
১৫) বৰষুণ বেছি হোৱা ঠাইবোৰত ঘৰৰ চালবোৰ কেনেকুৱা?
ওখ।
চাপ।
থিয় বা এঢলীয়া।
Answer: থিয় বা এঢলীয়া।
১৬) ঠাণ্ডা ঠাইৰ মানুহে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে?
পাটৰ।
কটনৰ।
ঊণৰ।
Answer : ঊণৰ।
১৭) নদীৰ কাষে কাষে থকা জলাশয়বোৰক কি বুলি কয়?
সাগৰ।
মহাসাগৰ।
বিল।
Answer: বিল।
১৮) বতাহ কেইপ্ৰকাৰৰ?
৫ প্ৰকাৰৰ।
৯ প্ৰকাৰৰ।
৩ প্ৰকাৰৰ।
Answer: ৩ প্ৰকাৰৰ।
১৯) গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমাৱ কিল'মিটাৰ?
প্ৰায় ২৫ কিল'মিটাৰ।
প্ৰায় ১০০ কিল'মিটাৰ
প্ৰায় ৩৩ কিল'মিটাৰ।
Answer: প্ৰায় ১০০ কিল'মিটাৰ।
২০) ছুনামিয়ে কোনটো অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে?
মালভূমি।
সমভূমি।
উপকুল।
Answer: উপকুল।
Type By- Lija Bora
0 Comments