শ্ৰীকৃষ্ণই পিপৰা গুচোৱা

১। কবিতাটোৰ ৰচক কোন ?

1) শ্ৰী শ্ৰী শংকৰদেৱ

2) শ্ৰী শ্ৰী মাধৱদেৱ

3) ওপৰৰ এটাও নহয়

Ans: শ্ৰী শ্ৰী মাধৱদেৱ


২। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন  আছিল ?

1) শংকৰদেৱৰ

2) মাধৱদেৱৰ

3) ওপৰৰ এটাও নহয়

Ans: মাধৱদেৱৰ


৩। শংকৰদেৱে অসমত ভক্তি ধৰ্মৰ সূচনা কৰিছিল কিন্তু ইয়াৰ চৌদিশে বিয়পাই দিয়া ব্যক্তিগৰাকী আছিল কোন ?

1) শংকৰদেৱৰ শিক্ষক

2) মাধৱদেৱ

3) ওপৰৰ দুয়োটাই হয়

Ans: মাধৱদেৱ


৪। মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?

1) মৰিগাঁও

2) নগাঁও

3) নাৰায়ণপুৰত

Ans: নাৰায়ণপুৰত


৫। মাধৱদেৱৰ পিতৃৰ নাম কি ?

1) সত্যনাথ বৰা

2) গোবিন্দগিৰি

3) নাৰায়ণ ৰাম

Ans: গোবিন্দগিৰি


৬। মাধৱদেৱৰ মাতৃৰ নাম কি ?

1) মাধৱী দেৱী

2) ৰমলা দেৱী

3) মনোৰমা দেৱী

Ans: মনোৰমা দেৱী


৭। শংকৰদেৱে মাধৱদেৱক মৰমতে কি বুলি সম্বোধন কৰিছিল ?

1) কমল

2) বৰাৰ পো

3) ওপৰৰ এটাও নহয়

Ans: বৰাৰ পো


৮। মাধৱদেৱে জন্মপুৰাণ নামৰ পুথিখন ভাঙনি কৰি  প্ৰকাশ কৰা পুথিখনৰ নাম কি ?

1) জন্ম-ৰহস্য

2) মৃত্যু-ৰহস্য

3) ওপৰৰ এটাও নহয়

Ans: জন্ম-ৰহস্য


৯। শংকৰদেৱে এখন কি পুথি লিখিবলৈ মাধৱদেৱক অনুৰোধ জনাইছিল ?

1) অভক্তিমূলক পুথি

2) ভক্তিমূলক পুথি

3) ওপৰৰ এটাও নহয়

Ans: ভক্তিমূলক পুথি


১০। মাধৱদেৱৰ গীতপ্ৰধান নাট খনক কি বোলা হয় ?

1) ঝুমুৰা

2) জুনুকা

3) ঝুমুৰ

Ans: ঝুমুৰা


১১। এই কবিতাটো কি ভাষাত লিখা হৈছে ?

1) অসমীয়া

2) ব্ৰজাৱলী

3) ওপৰৰ এটাও নহয়

Ans: ব্ৰজাৱলী


১২। ব্ৰজ কি গাঁওৰ ওচৰৰ এখন গোৱাল গাঁও ?

1) গোকুলৰ ওচৰৰ

2) মথুৰাৰ ওচৰৰ

3) ওপৰৰ দুয়োটাই হয়

Ans: মথুৰাৰ ওচৰৰ


১৩। ব্ৰজ গাঁওখন কি নামেৰে জনাজাত ?

1) গোকুল

2) মথুৰা

3) ব্ৰজ

Ans: গোকুল


১৪। মই পিপৰা গুচাবলৈহে হাত দিছোঁ বুলি কোনে কৈছে ?

1) গুৱালিনীয়ে

2) বনমালীয়ে

3) শ্ৰীকৃষ্ণই

Ans: শ্ৰীকৃষ্ণই


১৫। মাধৱদেৱৰ কিমান চনত মৃত্যু হৈছিল ?

1) ১৪১১

2) ১৫১৮

3) ১২০১

Ans: ১৫১৮


১৬। মাধৱদেৱৰ মৃত্যু কিমান বয়সত হৈছিল ?

1) ১০০ বছৰ ৭ মাহ

2) ১০২ বছৰ ৪ মাহ

3) ১০৭ বছৰ ৩ মাহ

Ans: ১০৭ বছৰ ৩ মাহ


১৭। লৱণু শব্দৰ অৰ্থ কি ?

1) লবণু

2) মাখন

3) ওপৰৰ এটাও নহয়

Ans: মাখন


১৮। টেণ্টন শব্দৰ অৰ্থ কি ?

1) টেটোন

2) ধূৰ্ত

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৯। কনিষ্ঠ শব্দৰ অৰ্থ কি ?

1) ডাঙৰ

2) সৰু ভায়েক

3) ওপৰৰ এটাও নহয়

Ans: সৰু ভায়েক


২০। ভাণ্ডিলা শব্দৰ অৰ্থ কি ?

1) ফাঁকি দিলে

2) ছল কৰিলে

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


Type Susmita Kakati