পাৰ্থ-সাৰথি শ্ৰীকৃষ্ণ


১। এই পাঠটো কোনে ৰচনা কৰিছিল ?

1) সত্যনাথ বৰা

2) শ্ৰী শ্ৰী শংকৰদেৱ

3) পদ্মনাথ গোহাঞি বৰুৱা

Ans: পদ্মনাথ গোহাঞি বৰুৱা


২।  শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা কি ওলাল?

1) তেজ

2) পানী

3) সেনা

Ans: সেনা


৩। পিতৃ শ্ৰাদ্ধৰ কাৰণে কোনে বৰাহ চিকাৰ কৰিবলৈ গৈছিল?

1) দুৰ্যোধনে

2) অৰ্জুনে

3) শ্ৰীকৃষ্ণই

Ans:শ্ৰীকৃষ্ণই


৪। চিকাৰ কৰিবলৈ যাওতে  কাৰ সৈন্যই  তেওঁক অকলে পাই বেঢ়ি ধৰিলে?

1) জৰাসন্ধৰ

2) অৰ্জুনৰ

3) দুৰ্যোধনৰ

Ans: 

৫। শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা সেনাবিলাকৰ আন এটা নাম কি?

1) সেনা

2) সংসপ্তক

3) ওপৰৰ এটাও নহয়

Ans: সংসপ্তক


৬। কুৰুক্ষেত্ৰত কাৰ কাৰ মাজত যুদ্ধ হৈছিল?

1) শ্ৰী কৃষ্ণ আৰু অৰ্জুনৰ মাজত

2) কৌৰৱ অৰু পাণ্ডবৰ মাজত

3) ওপৰৰ দুয়োটাই হয়

Ans: কৌৰৱ অৰু পাণ্ডবৰ মাজত


৭। শেষত শ্ৰী কৃষ্ণ কাৰ ফলীয়া হল?

1) কৌৰৱৰ

2) পাণ্ডবৰ

3) ওপৰৰ এটাও নহয়

Ans: পাণ্ডবৰ


৮। দুৰ্যোধনক শ্ৰীকৃষ্ণই কি দি সন্তুষ্ট কৰিলে?

1) অলপ সোণ দি

2) এক অযুত নাৰায়ণী সেণা দি

3) ওপৰৰ এটাও নহয়

Ans: এক অযুত নাৰায়ণী সেণা দি


৯। উপনীত শব্দৰ অৰ্থ কি?

1) উপস্থিত

2) আহি পোৱা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১০। সমাচাৰ শব্দৰ অৰ্থ কি?

1) খবৰ

2) বাৰ্তা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১১। উলটি শব্দৰ অৰ্থ কি?

1) উভতি

2) আকৌ

3) ওপৰৰ এটাও নহয়

Ans: উভতি


১২। বাঞ্ছা শব্দৰ অৰ্থ কি?

1) ইচ্ছা

2) কামনা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৩। কৃষ্ণাগ্ৰজ শব্দৰ অৰ্থ কি?

1) কৃষ্ণৰ ককাযেক

2) কৃষ্ণৰ ভয়েক

3) ওপৰৰ এটাও নহয়

Ans: কৃষ্ণৰ ককাযেক


১৪। চৰাচৰ শব্দৰ অৰ্থ কি?

1) জগত

2) পৃথিৱী

3) এপৰৰ দুয়োটাই হয়

Ans: এপৰৰ দুয়োটাই হয়


১৫। অবাবতে শব্দৰ অৰ্থ কি?

1) অকৰণতে

2) বিনা কাৰণত

3) অযথা

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়


১৬। অনতি পলমে শব্দৰ অৰ্থ কি?

1) সোনকালে

2) শীঘ্ৰে

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৭। কালহৰণ শব্দৰ অৰ্থ কি?

1) সময়

2) নষ্ট

3) কালক্ষয়

Ans: কালক্ষয়


১৮। দিহা শব্দৰ অৰ্থ কি?

1) পৰামৰ্শ

2) নিৰ্দেশ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৯। চিত শব্দৰ অৰ্থ কি?

1) মন

2) উত্তৰ

3) ওপৰৰ এটাও নহয়

Ans: মন


২০। বিচলিত সব্দৰ অৰ্থ কি?

1) অস্থিৰ

2) লৰচৰ হোৱা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়

Type Susmita Kakati