বৰপেটা
১। বৰপেটা কবিতাটোৰ কবিৰ নাম কি?
1) সত্যনাথ বৰা
2) শৈলধৰ ৰাজখোৱা
3) ওপৰৰ এটাও নহয়
Ans: শৈলধৰ ৰাজখোৱা
২। কবিৰ কিমান চনত জন্ম হৈছিল?
1) ১৯৫৩
2) ১৯৮৭
3) ১৯৮০
Ans: ১৯৮০
৩। কবিৰ জন্ম ক'ত হৈছিল?
1) ডিব্ৰুগড়ৰত
2) নগাঁওত
3) গুৱাহাটীত
Ans: ডিব্ৰুগড়ৰত
৪। কবিয়ে কিমান চনত অৱসৰ গ্ৰহণ কৰে?
1) ১৯৬৮
2) ১৯৮৭
3) ১৯৮০
Ans: ১৯৮৭
৫। কিছুদিন ক'ৰ বিশ্ববিদ্যালয়ৰ কোষাধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল?
1) ডিব্ৰুগড়ত
2) নগাঁওত
3) গুৱাহাটীত
Ans: গুৱাহাটীত
৬। অসমীয়া সাহিত্যত নিজৰাৰ কবি, ৰূপে কোন খ্যাত?
1) শৈলধৰ ৰাজখোৱা
2) সত্যনাথ বৰা
3) ওপৰৰ দুয়োটাই হয়
Ans: শৈলধৰ ৰাজখোৱা
৭। কবিৰ প্ৰকাশিত পুথি কি কি?
1) নিজৰা
2) বিদ্যাৱতী
3) অতাতৰ সোঁৱৰণী
4) ওপৰৰ তিনিটাই হয়
Ans: ওপৰৰ তিনিটাই হয়
৮। কিমান চনত কবিৰ মৃত্যু হৈছিল?
1) ১৯৬৮
2) ১৯৮০
3) ১৯৮৭
Ans: ১৯৬৮
৯। কিমান তাৰিখে কবিৰ মৃত্যু হয়?
1) ২১ ডিচেম্বৰ
2) ১৭ ডিচেম্বৰ
3) ২৮ ডিচেম্বৰ
Ans: ১৭ ডিচেম্বৰ
১০। উৎসৱ -পৰ্ব, বিয়া-সবাহ, খেল-ধেমালি সকলোতে কেৱল কি?
1) বিয়া নাম
2) হৰিনাম
3) ওপৰৰ দুয়োটাই হয়
Ans: হৰিনাম
১১। নাৱৰীয়াৰ কৰ চাবে চাবে হৰিনাম?
1) পানীৰ
2) বঠাৰ
3) ওপৰৰ এটাও নহয়
Ans: বঠাৰ
১২। বৰপেটাৰ বিখ্যাত কি মাহত নাওখেল পতা হয়?
1) মাঘ মাহত
2) আহিন মাহত
3) ভাদ মাহত
Ans: ভাদ মাহত
১৩। বৰপেটা সত্ৰৰ প্ৰতিটো কি পৱিত্ৰ ?
1) ধূলিকণা
2) সত্ৰ
3) ওপৰৰ দুয়োটাই হয়
Ans: ধূলিকণা
১৪। এই মহামন্ত্ৰ জাপি সকলো পৱিত্ৰ হয়। এই কথাষাৰ কোনে কৈছে?
1) কবিয়ে
2) কবিৰ দেউতাকে
3) কবিৰ মাকে
Ans: কবিয়ে
১৫। কোনে আশা কৰিছে যে এই মহামন্ত্ৰ জাপি সকলো পৱিত্ৰ হয় বুলি ?
1) শ্ৰী শ্ৰী শংকৰদেৱে
2) শ্ৰী শ্ৰী মাধৱদেৱে
3) কবিয়ে
Ans: কবিয়ে
১৬। পৰাণ শব্দৰ অৰ্থ কি?
1) প্ৰাণ
2) অপ্ৰাণ
3) ওপৰৰ এটাও নহয়
Ans: প্ৰাণ
১৭। বিমল শব্দৰ অৰ্থ কি?
1) পৱিত্ৰ
2) নিৰ্মল
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
১৮। নিজান শব্দৰ অৰ্থ কি?
1) নিমাত
2) নিৰ্জন
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
১৯। শোক-তাপ শব্দৰ অৰ্থ কি?
1) দুখ-কষ্ট
2) মনৰ অশান্তি
3) ওপৰৰ দুয়োটাই হয়
4) ওপৰৰ এটাও নহয়
Ans: ওপৰৰ দুয়োটাই হয়
২০। পলা শব্দৰ অৰ্থ কি?
1) আঁতৰি যা
2) আঁতৰি লাযাবি
3) ওপৰৰ দুয়োটাই হয়
0 Comments