বৰুণৰ প্ৰাত:ভ্ৰমণ


১। পাঠটোৰ ৰচক কোন?

1) সত্যনাথ বৰা

2) সূৰ্য কুমাৰ ভূঞা

3) ড° জয়কান্ত শৰ্মা

Ans: ড° জয়কান্ত শৰ্মা


২। আজি কোনে সোনকালে সাৰ পালে?

1) ৰবিনে

2) বৰুণে

3) পবিনে

Ans: বৰুণে


৩। সাধাৰনতে বৰুণ কিমান বজাত উঠে?

1) ছয় বজাত

2) চাৰি বজাত

3) আঠ বজাত

Ans: ছয় বজাত


৪। কালি আবেলি বৰুণ কাৰ লগত পাহাৰীয়া ৰাস্তাটোৰে ফুৰিবলৈ গৈছিল?

1) মাকৰ লগত

2) দেউতাকৰ লগত

3) ককাকৰ লগত

Ans: দেউতাকৰ লগত


৫। ৰাতিপুৱা পাঁচ বজাত বৰুণ দেউতাকৰ লগত কলৈ যাৱ?

1) পাহাৰলৈ

2) পথাৰলৈ

3) প্ৰাত:ভ্ৰমণলৈ

Ans: প্ৰাত:ভ্ৰমণলৈ


৬। কিমান সময়ত ফুৰিলে মানুহৰ দেহ-মন ভালে থাকে?

1) ৰাতিপুৱা

2) আবেলি

3) ৰাতি

Ans: ৰাতিপুৱা


৭। এটা নিৰ্দিষ্ট সময়ত শব্দ কৰি সংকেত দিয়াৰ ব্যৱস্থাক কি বোলে?

1) বহি

2) ঘড়ীৰ এলাৰ্ম

3) ওপৰৰ এটাও নহয়

Ans: ঘড়ীৰ এলাৰ্ম


৮। অকনো ইফাল-সিফাল নোহোৱাকৈ কৰা কাম কি বোলে?

1) আখৰে-আখৰে

2) বাহিৰে-বাহিৰে

3) ভিতৰে-ভিতৰে

Ans: আখৰে-আখৰে


৯। ৰাতিপুৱা বেলি ওলোৱাৰ আগতে আকাশত দেখা দিয়া পোহৰৰ ৰেঙনিক কি বোলে?

1) ফৰকাল

2) ঢলফাট

3) ওপৰৰ এটাও নহয়

Ans: ঢলফাট


১০। বৰুণৰ কিহৰ ভয়ে পালে?

1) হাতীৰ

2) বাঘৰ

3) বান্দৰৰ

Ans: বাঘৰ


১১। গুণ-গুণ কাৰ মাত ?

1) চৰাইৰ

2) ভোমোৰাৰ

3) হাতীৰ

Ans: ভোমোৰাৰ


১২। চীঁ-চিঁয়া কাৰ মাত?

1) হাতীৰ

2) চৰাইৰ

3) ভোমোৰাৰ

Ans: চৰাইৰ


১৩। গছ-বনৰ মাজেৰে বৈ অহা বতাহক কি বোলে?

1) শীতল বতাহ

2) ভয়ানক বতাহ

3) ওপৰৰ দুয়োটাই হয়

Ans: শীতল বতাহ


১৪। বাল্যকালত ৰাতিপুৱাতে শ্ৰীকৃষ্ণই কি চৰাবলৈ নিছিল?

1) গৰু

2) ছাগলী

3) হাতী

Ans: গৰু


১৫। শ্ৰীকৃষ্ণয়ে  ৰাতিপুৱাই গৰু চৰাবলৈ নিয়াকে  লৈ অনেক কি সৃষ্টি হৈছে?

1) বৰগীত

2) লোকগীত

3) সংগীত

Ans: লোকগীত


১৬। চূড়া শব্দৰ অৰ্থ কি?

1) টিঙ

2) ৰং

3) ওপৰৰ এটাও নহয়

Ans: টিঙ


১৭। বিতত শব্দৰ অৰ্থ কি?

1) বিচলিত

2) বিবুদ্ধি

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৮। ধেনু শব্দৰ অৰ্থ কি?

1) গৰুৰ পোৱালী

2) গাইগৰু

3) ওপৰৰ দুয়োটাই হয়

Ans: গাইগৰু


১৯। উম-ঘাম শব্দৰ অৰ্থ কি?

1) খা-খবৰ

2) অনুসন্ধান

3) ওপৰৰ দুয়োটাই হয়

 Ans: ওপৰৰ দুয়োটাই হয়


২০। মলি শব্দৰ অৰ্থ কি?

1) মল

2) ধূলি-মাকতি

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়

Type Susmita Kakati