লংকাৰ সম্বাদ কি ?


১। ওচৰা-উচৰি কৈ থকা  গাঁও দুখনৰ নাম কি ?

1) বেনাৰ গাঁও

2) কুমাৰী গাঁও

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


২। গাঁও দুখনৰ মাজত মিল আছিল নে নাই ?

1) আছিল

2) নাছিল

3) ওপৰৰ এটাও নহয়

Ans: নাছিল


৩। গাঁৱৰ দৰা এজনলৈ কি গাঁৱৰ কন্যা এজনী দিয়াৰ বন্দৱস্ত হ'ল ?

1) কুমাৰ গাঁৱৰ

2) কুমাৰী গাঁৱৰ

3) ওপৰৰ এটাও নহয়

Ans: কুমাৰী গাঁৱৰ


৪। বেনাৰ গাঁৱৰ মানুহ দৰাৰ লগত নিশা বিয়ালৈ আহোঁতে, বাটতে কোনে আগচি ধৰিলে ?

1) কুমাৰীগঞা ডেকাবিলাকে

2) কুমাৰীগঞা ছোৱালীবিলাকে

3) ওপৰৰ দুয়োটাই হয়

Ans: কুমাৰীগঞা ডেকাবিলাকে


৫। ওচৰা-উচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি আছিল ?

1) বেনাৰ গাঁও , কুমাৰী গাঁও

2) সোনালী গাঁও , কুমাৰ গাঁও

3) ওপৰৰ দুয়োটাই হয়

Ans: বেনাৰ গাঁও , কুমাৰী গাঁও


৬। কুমাৰী গাঁৱৰ ডেকাহঁতে দৰাঘৰীয়া মানুহক কি প্ৰশ্ন কৰিছিল ?

1) সীতাৰ বিয়া কেতিয়া হৈছিল

2) ৰাম কেতিয়া বনলৈ গৈছিল

3) লংকাৰ সম্বাদ কি

Ans: লংকাৰ সম্বাদ কি


৭। প্ৰশ্নৰ উত্তৰ ক'ত দিয়া হ'ল ?

1) বাততে

2) সভাত

3) ওপৰৰ এটাও নহয়

Ans: সভাত


৮। লংকাখন কিহৰ আছিল ?

1) সোণৰ

2) মাটিৰ

3) শিলৰ

Ans: সোণৰ


৯। আহাঁ বোপাই আহাঁ, তুমিনৰলোকৰপৰা আহিছা, এই কথাষাৰ কোনে কৈছিল ?

1) ডেকাহতে

2) দৰাঘৰীয়া মানুহে

3) বীৰ হনুমানে

Ans: বীৰ হনুমানে


১০। বীৰ হনুমানৰ পো-নাতি কোন আছিল ?

1) লংকাৰ খবৰ কি বোলি কোৱা  মানুহ বোৰ

2) কুমাৰী গাঁৱৰ

3) বেনাৰ গাঁৱৰ

Ans: লংকাৰ খবৰ কি বোলি কোৱা  মানুহ বোৰ


১১। বীৰ হনুমানৰ ডিঙিত কি লগাই থৈছে ?

1) ৰছী

2) শিকলি

3) এপৰৰ এটাও নহয়

Ans: শিকলি


১২। পিছত কাৰ জঁয় পৰিল ?

1) কুমাৰী গাঁৱৰ

2) বেনাৰ গাঁৱৰ

3) কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল

Ans: কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল


১৩। আদহীয়া শব্দৰ অৰ্থ কি ?

1) মাজ বয়সীয়া

2) ডেকাও নহয়

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৪। হেঙাৰ শব্দৰ অৰ্থ কি ?

1) বাধা

2) হেঙা

3) ৰেঙা

Ans: বাধা


১৫। এচপৰা শব্দৰ অৰ্থ কি ?

1) এডোখৰ

2) তিনিডোখৰ

3) ওপৰৰ এটাও নহয়

Ans: এডোখৰ


১৬। বীৰ হনুমান কাৰ পুত্ৰ আছিল ?

1) পৱনৰ

2) বায়ুৰ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৭। বীৰ হনুমান কি যুগত ৰামচন্দ্ৰৰ নিষ্ঠাবান ভক্ত আছিল ?

1) সত্য যুগত

2) ত্ৰেতা যুগত

3) কলি যুগত

Ans: ত্ৰেতা যুগত


১৮। ত্ৰেতা যুগত শ্ৰীলংকাত কাৰ ৰাজ্য আছিল ?

1) ৰামৰ

2) সীতাৰ

3) ৰাৱণৰ

Ans: ৰাৱণৰ


১৯। ৰাৱণে কাক হৰণ কৰিছিল ?

1) সীতাক

2) ৰাধাক

3) কমলাক

Ans: সীতাক

 

২০। কি সেতু সাগৰৰ বুকুত আজিও বিৰাজমান ?

1) ৰাম সেতু

2) সীতা সেতু

3) ৰাধা সেতু

Ans: ৰাম সেতু


Type Susmita Kakati