শিলৰ চোলা


১। কোন এটা শিলৰ মূৰ্তিৰ আগত থিয় দি আছে?

1) ৰাণী

2) মন্ত্ৰী

3) ৰজা শিলাদিত্য

Ans: ৰজা শিলাদিত্য


২। ৰজাৰ ওচৰত কোন আছিল?

1) ৰাণী

2) মন্ত্ৰী

3) ৰাজকোমাৰ

Ans: মন্ত্ৰী


৩। এই মূৰ্তিটো বাৰু ইয়াত কিমান দিনৰ পৰা আছে।  কথাষাৰ কোনে কৈছে?

1) ৰজাই

2) ৰাণীয়ে

3) মন্ত্ৰীয়ে

Ans: ৰজাই


৪। ৰজাজনৰ নাম কি?

1) কমল

2) বিমল

3) শিলাদিত্য

Ans: শিলাদিত্য


৫। পাঠটোৰ ৰচক কোন ?

1) সত্যনাথ বৰা

2) নৱকান্ত বৰুৱা

3) ওপৰৰ এটাও নহয়

Ans: নৱকান্ত বৰুৱা


৬। আজি ছদিন পাৰ হ'ল, মন্ত্ৰীয়ে দেথোন এতিয়ালৈকে চোলাটো নানিলেই। কথাষাৰ কোনে কৈছে?

1) ৰাণীয়ে

2) ৰজায়ে

3) মন্ত্ৰীয়ে

Ans: ৰজায়ে


৭। মন্ত্ৰীৰ জীয়েক দুৱাৰত ৰৈ আছেহি। কথাষাৰ কোনে কৈছে?

1) ৰজা

2) ৰাণী

3) দুৱৰী

Ans: দুৱৰী


৮। মন্ত্ৰীৰ জীয়েকৰ নাম কি?

1) কমলা

2) মনোমতী

3) বিমলা

Ans: মনোমতী


৯। এটা বস্তু পালেই পিতাদেউৰ কামটো সম্পূৰ্ণ হ'ব। কথাষাৰ কোনে কৈছে?

1) ৰাণীয়ে

2) মনোমতীয়ে

3) কমলায়ে

Ans: মনোমতীয়ে


১০। ৰজাই কাক শিলৰ চোলা বনাবলৈ কৈছে?

1) মন্ত্ৰীক

2) মনোমতীক

3) ৰাণীক

Ans: মনোমতীয়ে


১১। বাব শব্দৰ অৰ্থ কি?

1) পদবী

2) নদবী

3) ওপৰৰ দুয়োটাই হয়

Ans: পদবী


১২। পুথি-পাঁজি শব্দৰ অৰ্থ কি?

1) ৰণ

2) কিতাপ

3) ওপৰৰ এটাও নহয়

Ans: কিতাপ


১৩। সকাম শব্দৰ অৰ্থ কি?

1) প্ৰয়োজন

2) অপ্ৰয়েজন

3) ওপৰৰ এটাও নহয়

Ans: প্ৰয়োজন


১৪। মৃত্যু ঘটাবলৈ দিয়া আদেশ কি বোলে?

1) প্ৰাণদণ্ড

2) মৃত্যুদণ্ড

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৫। ভয়তে উশাহ ল'ব নোৱৰা অৱস্থাক কি বোলে?

1) উধাতু খোৱা

2) কথাকোৱা

3) ওপৰৰ এটাও নহয়

Ans: উধাতু খোৱা


১৬। ৰাজসভা শব্দৰ অৰ্থ কি?

1) ৰজাৰ সভা

2) ৰাণীৰ সভা

3) ওপৰৰ দুয়োটাই হয়

Ans: ৰজাৰ সভা

Type Susmita Kakati