সময়


১। সময়ে কি দিব পাৰে ?

1) দুখ

2) শান্তি

3) ধন

Ans: ধন


২। ধনে কি দিব নোৱাৰে ?

1) ধন

2) সময়

3) দুখ

Ans: সময়

৩। এজন কৃপণ ধনীয়ে মৰাৰ সময়ত পুতেকক কি দি যায়?

1) উপদেশ

2) বহুত ধন

3) বহুত দুখ

Ans: উপদেশ


৪। বোলে বোপা ধনৰ কাকতখন ভালকৈ চাবি, এই কথাষাৰ কোনে কৈছে?

1) কৃপণ ধনী জনে

2) ধনীজনৰ পুতেকে

3) ওপৰৰ এটাও নহয়

Ans: কৃপণ ধনী জনে


৫। সময় কাৰ নিচিনা ?

1) সাগৰৰ

2) বনৰ

3) নদীৰ

Ans: নদীৰ


৬।  সকলো কামৰ বাবে কি ভাগ কৰি লব লাগে?

1) ধন

2) সময়

3) ওপৰৰ এটাও নহয়

Ans: সময়


৭। শোৱাৰ বাবে কিমান সময় ল'ব লাগে?

1) দুই-তিনি

2) ছয়-সাত

3) সাত-আঠ

Ans: সাত-আঠ


৮। ব্যায়াম বা ধেমালিৰ বাবে কিমান সময় ল'ব লাগে?

1) দুই-তিনি

2) চাৰি-পাঁছ

3) সাত-আঠ

Ans: দুই-তিনি


৯। কেনেকৈ কাম কৰিলে আমনি নালাগে?

1) একে এটা কামকে বাবে বাবে কৰি থাকিলে

2) এটাৰ পাছত আন এটা কাম কৰি থাকিলে

3) ওপৰৰ দুয়োটাই হয়

Ans: এটাৰ পাছত আন এটা কাম কৰি থাকিলে


১০। আমাৰ জীৱনৰো কিছুমান ভাগ আছে যেনে কি কি?

1) ল'ৰা-কাল

2) ডেকা-কাল

3) বুঢ়া-কাল

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়


১১। বিদ্যা-শিক্ষাৰ বাবে উপযুক্ত সময় কি?

1) লৰা-কাল

2) ডেকা-কাল

3) বুঢ়া-কাল

Ans: লৰা-কাল


১২। ল'ৰা-কালৰে পৰা নঘঁহিলে বুদ্ধি-বেছি কি হয়?

1) চোকা

2) ভোঁতা

3) ওপৰৰ এটাও নহয়

Ans: ভোঁতা


১৩। ডেকাকালত কি ৰিপুবিলাক বৰ দুৰ্দ্দন্ত হোৱাত শিক্ষাত বৰ বাধা হয়?

1) কাম, ক্ৰোধ,

2) লোভ,

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৪। দৈনিক কাকত শব্দৰ অৰ্থ কি?

1) দিন-লিপি

2) দিনত লিখা কাকত

3) ওপৰৰ এটাও নহয়

Ans: দিন-লিপি


১৫। মন্দ শব্দৰ অৰ্থ কি?

1) ভাল

2) বেয়া

3) ওপৰৰ দুয়োটাই হয়

Ans: বেয়া


১৬। ৰিপু শব্দৰ অৰ্থ কি?

1) শক্ৰ

2) অনিষ্টকাৰী ইচ্ছা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৭। যুগুত শব্দৰ অৰ্থ কি?

1) উচিত

2) প্ৰয়োজনীয়

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৮। ক্ৰোধ শব্দৰ অৰ্থ কি?

1) খং

2) ৰাগ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৯। নিমিত্তে শব্দৰ অৰ্থ কি?

1) অনুচিত

2) কাৰণে

3) উচিত

Ans: কাৰণে


২০। সময়ৰ কাকত শব্দৰ অৰ্থ কি?

1) সময়ৰ হিচাপ লিখি থোৱা কাকত

2) ধন-সম্পত্তিৰ হিচাপ লিখি থোৱা কাকত

3) ওপৰৰ এটাও নহয়

Ans: সময়ৰ হিচাপ লিখি থোৱা কাকত

Type Susmita Kakati