লাচিত বৰফুকনৰ দেশভক্তি


১। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

1) ১৬৭১

2) ১২০১

3) ৫২৭৬

Ans: ১৬৭১


২। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ  মাজত হৈছিল?

1) অসম আৰু ভাৰতৰ মাজত

2) আহোম আৰু মোগলৰ মাজত

3) ওপৰৰ দুয়োটাই হয়

Ans: আহোম আৰু মোগলৰ মাজত


৩। এই যুদ্ধখন কি ঠাইত হৈছিল?

1) গুৱাহাটী

2) নগাঁও

3) শৰাইঘাট

Ans: শৰাইঘাট


৪। অসম দখল কৰিবলৈ অহা সেনাপতি জনৰ নাম কি?

1) ৰামসিংহ

2) লাচিত

3) স্বৰ্গদেউ

Ans: ৰামসিংহ


৫। কোনে মোগলক হৰুৱাই অসম ৰক্ষা কৰিছিল?

1) ৰামসিংহ

2) লাচিতে

3) ওপৰৰ এটাও নহয়

Ans: লাচিতে


৬। লাচিত বৰফুকনৰ অধীনত কিমান সৈন্য আছিল?

1) একলাখ

2) দুইলাখ

3) ওপৰৰ এটাও নহয়

Ans: একলাখ


৭। কোনে কাপোৰৰ আঁৰৰ পৰা কথা শুনি আছিল?

1) কামাখ্যা গোঁসানী

2) বৰকুঁৱৰীয়ে

3) ওপৰৰ দুয়োটাই হয়

Ans: বৰকুঁৱৰীয়ে


৮। কাৰ কথা মানি চলিলে যুদ্ধত জয়লাভ হ'ব?

1) কামাখ্যা গোঁসানীৰ

2) বৰকুঁৱৰীৰ

3) বৰফুকনৰ

Ans: বৰফুকনৰ


৯। স্বৰ্গদেৱৰ পৰা এনে আশ্বাস পাই লাচিতৰ কি বাঢ়িল?

1) মনোবল

2) দেশৰ প্ৰতি মমতা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১০। মোমায়েকে কাৰ কথা সহজভাৱে লব পৰা নাছিল?

1) লাচিতৰ

2) বৰকুঁৱৰীৰ

3) সৈন্যৰ

Ans: লাচিতৰ


১১। গড়ৰ কাম অসম্পূৰ্ণ কৰি ৰাখি মোমায়েকে নিশ্চিন্ত হৈ থকাৰ বাবে লাচিতৰ কি উঠিল?

1) হাঁহি উঠিল

2) খং উঠিল

3) ভয় লাগিল

Ans: খং উঠিল


১২। বৰফুকনে কাক ভীৰু, কাপুৰুষ বুলি কৈছে?

1) জনমভূমিক

2) মোমায়েকক

3) মাকক

Ans: মোমায়েকক


১৩। গাফিলতি শব্দৰ অৰ্থ কি?

1) অৱহেলা

2) নৱহেলা

3) ওপৰৰ এটাও নহয়

Ans: অৱহেলা


১৪। বিনাযুদ্ধে শব্দৰ অৰ্থ কি?

1) অৱহেলা

2) যুদ্ধ নকৰাকৈ

3) ওপৰৰ দুয়োটাই হয়

Ans: যুদ্ধ নকৰাকৈ


১৫। ব্ৰজকণ্ঠ শব্দৰ অৰ্থ কি?

1) বজ্ৰৰ দৰে কণ্ঠ

2) উচ্চস্বৰ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৬। মাতৃভূমি শব্দৰ অৰ্থ কি?

1) জন্মভূমি

2) স্বদেশ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৭। ভীৰু শব্দৰ বিপৰীত  অৰ্থ কি?

1) ভূৰা

2) সাহসি

3) ওপৰৰ এটাও নহয়

Ans: সাহসি


১৮। অনিচ্ছা  শব্দৰ বিপৰীত অৰ্থ কি?

1) নিচ্ছা

2) ইচ্ছা

3) ওপৰৰ দুয়োটাই হয়

Ans: ইচ্ছা


১৯। চাৰিওফালে কি শব্দ হয় ?

1) উঠ উঠ গড় বান্ধ

2) সকলোয়ে শুই থাক

3) ওপৰৰ দুয়োটাই হয়

Ans: উঠ উঠ গড় বান্ধ


২০। গড়টো আজিও কি নামেৰে জনাজাত?

1) মোমাই কটা গড়

2) শৰাইযঘাটৰ ৰণ

3) ওপৰৰ এটাও নহয়

Ans: মোমাই কটা গড়