আগতে নিজে নিকা হ'


১। কবিতাটোৰ কবিৰ নাম কি?

1) সত্যনাথ বৰা

2) সূৰ্যকোমাৰ বৰা

3) অম্বিকাগিৰি ৰায় চৌধুৰী

Ans: অম্বিকাগিৰি ৰায় চৌধুৰী


২। কবিৰ কিমান চনত জন্ম হৈছিল?

1) ১৮৮৫

2) ১৯০৭

3) ১৯৫০

Ans: ১৮৮৫


৩। কবিয়ে কিমান চনত বন্দিনী ভাৰত নাটক ৰচনা কৰি মঞ্চস্থ কৰে?

1) ১৮৮৫

2) ১৯০৭

3) ১৯৬৭

Ans: ১৯০৭


৪। কবিয়ে কিমান চনত গুৱীহাটী সংগীত বিদ্যালয়'ৰ প্ৰতিষ্ঠা কৰে?

1) ১৯২৭

2) ১৮৮৫

3) ১৯৬৬

Ans: ১৯২৭


৫। কবিৰ ৰচনা এখনৰ নাম কি

1) ডেকা-ডেকেৰীৰ বেদ

2) অসম কেশৰী

3) ওপৰৰ দুয়োটাই হয়

Ans: ডেকা-ডেকেৰীৰ বেদ


৬। অপৰিশোধিত মনেৰে অইনৰ মনৰ মলি আঁতৰাব পাৰি নে নোৱাৰি?

1) পাৰি

2) নোৱাৰি

3) ওপৰৰ এটাও নহয়

Ans: নোৱাৰি


৭। কবিৰ কিমান চনত মৃত্যু হয়?

1) ১৯৬৭

2) ১৯০৭

3) ১৩০১

Ans: ১৯৬৭


৮। নিকা শব্দৰ অৰ্থ কি?

1) পৰিষ্কাৰ

2) নিৰ্মল

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


৯। পখালি শব্দৰ অৰ্থ কি?

1) নিকা কৰা

2) অপোন

3) নিজৰ

Ans: নিকা কৰা


১০। আত্মিক শব্দৰ অৰ্থ কি?

1) আপোন

2) নিজৰ

3) কুটুম

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়

Type Susmita Kakati