বৰষুণ


১। বৰষুণ কবিতাটোৰ কবিৰ নাম কি?

1) সত্যনাথ বৰা

2) দুৰ্গেশ্বৰ শৰ্মা

3) বিনন্দচন্দ্ৰ বৰুৱা

Ans: বিনন্দচন্দ্ৰ বৰুৱা


২। কবিৰ জন্ম কিমান চনত হৈছিল?

1) ১৯০১

2) ১৯৯৪

3) ১৯৪০

Ans: ১৯০১


৩। কবিৰ জন্ম ক'ত হৈছিল?

1) নগাঁও জিলাত

2) যোৰহাট জিলাত

3) গুৱাহাটী জিলাত

Ans: যোৰহাট জিলাত


৪। কবিৰ কবিতা পুথিসমূহৰ নাম কি?

1) শংখধ্বনি

2) প্ৰতিধ্বনি

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


৫। নাট্যশিল্পৰ ক্ষেত্ৰত কবিৰ অৱদান কি?

1) পাৰ্থ-সাৰথি

2) শৰাইঘাট

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


৬। কবিৰ পুথি দুখনৰ নাম কি কি ?

1) মহাৰাজ নৰনাৰায়ণ

2) ৰাজস্থানৰ গল্প

3) ওপৰৰ দুয়োটাই হয়

4) ওপৰৰ এটাও নহয়

Ans: ওপৰৰ দুয়োটাই হয়


৭। কবিৰ মৃত্যু কিমান চনত হৈছিল?

1) ১৯০১

2) ১৯৯৪

3) ১৯২৫

Ans: ১৯৯৪


৮। কবিয়ে শংখধ্বনি নামৰ পুথিখন কিমান চনত লিখিছিল?

1) ১৯২৫

2) ১৯০১

3) ১৯৪০

Ans: ১৯২৫


৯। প্ৰতিধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?

1) ১৯৭৪

2) ১৯৪০

3) ১৯০১

Ans: ১৯৪০


১০। জয়ধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?

1) ১৯৯৪

2) ১৯৪০

3) ১৯৭৪

Ans: ১৯৭৪


১১। বৰষুণৰ আগমনত কি শব্দ হয় ?

1) টিপ টিপ টাপ টাপ

2) জুৰ জুৰ জাৰ জাৰ

3) ওপৰৰ এটাও নহয়

Ans: টিপ টিপ টাপ টাপ


১২। কি কালত পুখুৰী খাল বিল সকলো তৰাং হৈ?

1) বসন্ত

2) খৰালি

3) শীত

Ans: খৰালি


১৩। খৰালি কালত আকাশত কি ৰং হেৰাই যায়?

1) নীলা

2) বগা

3) ৰঙা

Ans: নীলা


১৪। খৰালি কালত গছ-বিৰিখৰ কি ৰূপ হেৰাই যায়?

1) নীলা

2) ৰঙা

3)সেউজীয়া

Ans: সেউজীয়া


১৫। কি কাল অহাৰ লগে লগে গছ-লতা সজীৱ হৈ পৰে আৰু ৰঙতে ফুলি উঠে ফুল?

1) শৰালিকাল

2) বাৰিষাকাল

3) বসন্তকাল

Ans: বাৰিষাকাল


১৬। খৰাং শব্দৰ অৰ্থ কি?

1) শুকান

2) নীৰস

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৭। তৰাং শব্দৰ অৰ্থ কি ?

1) অগভীৰ

2) বাম

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৮। বিৰিখ শব্দৰ অৰ্থ কি?

1) গছ-গছনি

2) হাবি-বননি

3) ওপৰৰ দুয়োটাই হয়

Ans: গছ-গছনি


১৯। গোটা শব্দৰ অৰ্থ কি?

1) নাইকিয়া হোৱা

2) সংগ্ৰহ কৰা

3) ওপৰৰ এটাও নহয়

Ans: সংগ্ৰহ কৰা


২০। পুনু শব্দৰ অৰ্থ কি?

1) আকৌ

2) পুনৰ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়

Type Susmita Kakati