বৰষুণ
১। বৰষুণ কবিতাটোৰ কবিৰ নাম কি?
1) সত্যনাথ বৰা
2) দুৰ্গেশ্বৰ শৰ্মা
3) বিনন্দচন্দ্ৰ বৰুৱা
Ans: বিনন্দচন্দ্ৰ বৰুৱা
২। কবিৰ জন্ম কিমান চনত হৈছিল?
1) ১৯০১
2) ১৯৯৪
3) ১৯৪০
Ans: ১৯০১
৩। কবিৰ জন্ম ক'ত হৈছিল?
1) নগাঁও জিলাত
2) যোৰহাট জিলাত
3) গুৱাহাটী জিলাত
Ans: যোৰহাট জিলাত
৪। কবিৰ কবিতা পুথিসমূহৰ নাম কি?
1) শংখধ্বনি
2) প্ৰতিধ্বনি
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
৫। নাট্যশিল্পৰ ক্ষেত্ৰত কবিৰ অৱদান কি?
1) পাৰ্থ-সাৰথি
2) শৰাইঘাট
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
৬। কবিৰ পুথি দুখনৰ নাম কি কি ?
1) মহাৰাজ নৰনাৰায়ণ
2) ৰাজস্থানৰ গল্প
3) ওপৰৰ দুয়োটাই হয়
4) ওপৰৰ এটাও নহয়
Ans: ওপৰৰ দুয়োটাই হয়
৭। কবিৰ মৃত্যু কিমান চনত হৈছিল?
1) ১৯০১
2) ১৯৯৪
3) ১৯২৫
Ans: ১৯৯৪
৮। কবিয়ে শংখধ্বনি নামৰ পুথিখন কিমান চনত লিখিছিল?
1) ১৯২৫
2) ১৯০১
3) ১৯৪০
Ans: ১৯২৫
৯। প্ৰতিধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?
1) ১৯৭৪
2) ১৯৪০
3) ১৯০১
Ans: ১৯৪০
১০। জয়ধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?
1) ১৯৯৪
2) ১৯৪০
3) ১৯৭৪
Ans: ১৯৭৪
১১। বৰষুণৰ আগমনত কি শব্দ হয় ?
1) টিপ টিপ টাপ টাপ
2) জুৰ জুৰ জাৰ জাৰ
3) ওপৰৰ এটাও নহয়
Ans: টিপ টিপ টাপ টাপ
১২। কি কালত পুখুৰী খাল বিল সকলো তৰাং হৈ?
1) বসন্ত
2) খৰালি
3) শীত
Ans: খৰালি
১৩। খৰালি কালত আকাশত কি ৰং হেৰাই যায়?
1) নীলা
2) বগা
3) ৰঙা
Ans: নীলা
১৪। খৰালি কালত গছ-বিৰিখৰ কি ৰূপ হেৰাই যায়?
1) নীলা
2) ৰঙা
3)সেউজীয়া
Ans: সেউজীয়া
১৫। কি কাল অহাৰ লগে লগে গছ-লতা সজীৱ হৈ পৰে আৰু ৰঙতে ফুলি উঠে ফুল?
1) শৰালিকাল
2) বাৰিষাকাল
3) বসন্তকাল
Ans: বাৰিষাকাল
১৬। খৰাং শব্দৰ অৰ্থ কি?
1) শুকান
2) নীৰস
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
১৭। তৰাং শব্দৰ অৰ্থ কি ?
1) অগভীৰ
2) বাম
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
১৮। বিৰিখ শব্দৰ অৰ্থ কি?
1) গছ-গছনি
2) হাবি-বননি
3) ওপৰৰ দুয়োটাই হয়
Ans: গছ-গছনি
১৯। গোটা শব্দৰ অৰ্থ কি?
1) নাইকিয়া হোৱা
2) সংগ্ৰহ কৰা
3) ওপৰৰ এটাও নহয়
Ans: সংগ্ৰহ কৰা
২০। পুনু শব্দৰ অৰ্থ কি?
1) আকৌ
2) পুনৰ
3) ওপৰৰ দুয়োটাই হয়