তৰা


১। তৰা কবিতাটোৰ কবিৰ নাম কি ?

1) সত্যনাথ বৰা

2)শ্ৰী শ্ৰী শংকৰদেৱ

3) লক্ষ্মীনাথ বেজবৰুৱা

Ans: লক্ষ্মীনাথ বেজবৰুৱা


২। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ প্ৰধান কি  আছিল ?

1) গুৰিধৰোঁতা

2) গুৰিনধৰোঁতা

3)ওপৰৰ এটাও নহয়

Ans: গুৰিধৰোঁতা


৩। কবিজন কিমান চনত সাহিত্য সভাৰ সভাপতি মনোনীত হৈছিল ?

1) ১৯৮৬

2) ১৯৪২

3) ১৯৫৩

Ans: ১৯৪২


৪। অ মোৰ আপোনাৰ দেশ সংগীতটো ৰচক কোন ?

1) লক্ষ্মীনাথ বেজবৰুৱা

2) সত্যনাথ বৰা

3) শ্ৰী শ্ৰী মাধৱদেৱ

Ans: লক্ষ্মীনাথ বেজবৰুৱা


৫। কবিৰ কবিতা পুথিৰ নাম  কি ?

1) পদুম কুঁৱৰী

2) কদমকলি

3) ওপৰৰ এটাও নহয়

Ans: কদমকলি


৬। কবিৰ উপন্যাস খনৰ নাম কি ?

1) পদুম কুঁৱৰী

2) কদমকলি

3) সুৰভি

Ans: পদুম কুঁৱৰী


৭। কবিৰ চুটি গল্প কি আছিল ?

1) সুৰভি

2) কেহোঁকলি

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


৮। কবিৰ ধেমেলীয়া নাটসমূহ কি কি ?

1) লিতিকাই

2) নোমল

3) চিকৰপতি-নিকৰপতি

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়


৯। সামান্য মানুহ মই নাই পোৱা ওৰ বোলি কোনে কৈছে ?

1) সত্যনাথ বৰা

2) শ্ৰী শ্ৰী শংকৰদেৱে

3) লক্ষ্মীনীথ বেজবৰুৱাই

Ans: লক্ষ্মীনীথ বেজবৰুৱাই


১০। পৃথিৱীত মানুহৰ মাজত থকা কি দেখি অন্তৰ দুখত গলি গৈছে ?

1) হিংসা-দ্বেষ

2) শঠতা, পাপ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১১। কবিয়ে কি ৰূপে চকুপানী টুকিছে ?

1) নিয়ৰৰ কণিকাৰূপে

2) পানীৰ টুপালৰ দৰে

3) ওপৰৰ এটাও নহয়

Ans: নিয়ৰৰ কণিকাৰূপে


১২। স্বৰ্গৰ উপবনত ফুলি থকা কি স্বৰ্গীয় ফুল ?

1) চিৰসুন্দৰ

2) অসুন্দৰ

3) এপৰৰ দুয়োটাই হয়

Ans: চিৰসুন্দৰ


১৩। জোনাক ৰাতি কি আনন্দৰ ৰাজ্যত সৌৰভ বিলাই আছে ?

1) চিৰ-প্ৰেমত

2) চিৰ-দুখত

3) ওপৰৰ এটাও নহয়

Ans: চিৰ-প্ৰেমত


১৪। আকাশীফুল ক'ত থাকে ?

1) মৰতত

2) স্বৰ্গ-উপবনে

3) ওপৰৰ এটাও নহয়

Ans: স্বৰ্গ-উপবনে


১৫। নিবিষ্ট শব্দৰ অৰ্থ কি ?

1) নিমগ্ন

2) ডুবিথকা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৬। ভোৰ শব্দৰ অৰ্থ কি ?

1) আপোন পাহৰা

2) অমগ্ন

3) ওপৰৰ এটাও নহয়

Ans:আপোন পাহৰা
 

১৭। ওৰ শব্দৰ অৰ্থ কি ?

1) অন্ত

2) শেষ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৮। আখিনীৰ শব্দৰ অৰ্থ কি ?

1) চকুলো

2) লোতক

3) চকুপানী

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়


১৯। সৌৰভ শব্দৰ অৰ্থ কি ?

1) সুগন্ধ

2) দুৰগন্ধ

3) ওপৰৰ এটাও নহয়

Ans: সুগন্ধ

 
২০ । লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক ৰচনাবোৰ কাৰ ছদ্মনামত লিখিছিল?

1) সত্যনাথ বৰা

2) লক্ষ্মীনাথ বেজবৰুৱা

3) কৃপাবৰ বৰবৰুৱা

Ans: কৃপাবৰ বৰবৰুৱা

Type Susmita Kakati