Chapter 12

 জীৱৰ বংশবৃদ্ধি


১) কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয় ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


২) কিছুমান গোন্ধোৱা ফুলৰ নাম লিখা ?

ক) গোলাপ, জবা আৰু চম্পা

খ) তগৰ, গুটিমালি আৰু নাজী

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) তগৰ, গুটিমালি আৰু নাজী


৩) ফুলৰ কণিকাৰ দৰে কিছুমান বস্তু থাকে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৪) পিঁয়াজৰ তলত অংশটো টান আৰু শিপাযুক্ত এই অংশটোক কি বুলি কোৱা হয় ?

ক) কলম

খ) কাণ্ড

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) কাণ্ড


৫) গুটি আন এটা নাম কি ?

ক)বংশবৃদ্ধি

খ) বীজ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বীজ


৬) বংশবৃদ্ধি প্ৰাণী নাম লিখা ?

ক) মাছ, কাছ আদি

খ) কাউৰী, চিলনী আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) মাছ, কাছ আদি


৭) ফুল নুফুলা উদ্ভিদৰ নাম লি ?

ক) ঢেঁকীয়া

খ) মেটেকা

গ) লতা

Ans: ক) ঢেঁকীয়া


৮) কিছুনাম গছৰ গুৰিৰ পৰা নতুন পুলি ওলায় ?

ক) বাঁহ গছ

খ) শাল গছ

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: ক) বাঁহ গছ


৯) বাঁহৰ পৰা মানুহে কি খায় ?

ক) পাত

খ) গাজ

গ) ইয়াৰ ভঙিতৰতক এটাও নহয়

 Ans: খ) গাজ


১০) সকলো বীজৰ পৰা নতুন পুলি নগজে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: খ) অশুদ্ধ