1. চিত্ৰকলা হ'ল  ৰং-ৰেখা আৰু কি খেল?

লুডু খেল

কাবাডি খেল

ছাঁ-পোহৰৰ খেল

2. মানুহ কি জীৱ?

সৌন্দৰ্য্য়পিয়াসী

জ্ঞানী

মূৰ্খ

3. কলাজগতৰ মূল আধাৰই হৈছে কি?

কৰ্ম

জ্ঞান

সৌন্দৰ্য্য়

4. অসমৰ চিত্ৰকলাৰ ইতিহাস হ'ল এক কি?

সুপ্ৰাচীন ইতিহাস

প্ৰাচীন ইতিহাস

শিলালিপি

5. মহাপুৰুষজনা এজন সুনিপুণ কোন আছিল?

গীতিকাৰ

প্ৰবন্ধক

চিত্ৰশিল্পী

6. অসমৰ পুথি চিত্ৰকলা কেইটা ভাগত ভগোৱা হৈছে?  

তিনিটা ভাগত

চাৰিটা ভাগত

দুইটা ভাগত

7. কি পুথিচিত্ৰসমূহ মুলতঃ ধৰ্মনিৰপেক্ষ বিষয়ৰ আছিল?

ৰজাঘৰীয়া

নামঘোষা

ধৰ্মীয়

8. শ্ৰীশংকৰদেৱৰ চিহ্নযাত্ৰ ভাওনাৰ বাবে সাত বৈকুণ্ঠ এখন কি পট আঁকিছিল?

ভাল

বেয়া

সুবৃহৎ

9.কোনে পুথি চিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে?

ৰচকসকলে

গীতিকাৰসকলে

অসমৰ চিত্ৰকৰসকলে

10.  হৰ্ষচৰিত কোনে ৰচনা কৰিছিল?

বাণভট্টই

অসমৰ চিত্ৰকৰসকলে

শ্ৰীশংকৰদেৱে

11. ডাঠ বিপৰীত শব্দ কি? 

পাতল

টান

ওপৰৰ এটাও নহয়

12. খ্ৰীষ্টীয় কিমান শ শতিকাত কামৰূপত ৰচিত এখন উপপুৰাণ?

১২শ

১১শ

ওপৰৰ দুইটা হয়

13. কিমান টা অধ্য়ায়ত মুঠতে ৯০০০টা শ্লোক আছে?

০৯টা

৯০টা

ওপৰৰ দুইটা হয়

14. ওচৰ বিপৰীত শব্দ কি?

বাহিৰত

দূৰৰ

ওপৰৰ এটাও নহয়

15. উজ্জ্বল বিপৰীত শব্দ কি?

কামনা

অনুজ্জ্বল

ওপৰৰ এটাও নহয়

16. ওখ বিপৰীত শব্দ কি?

দীঘল

চাপৰ

ওপৰৰ এটাও নহয়

17. ছাঁ বিপৰীত শব্দ কি?

ৰ'দ

পোহৰ

ওপৰৰ দুইটা হয়

18. শ্ৰী শংকৰদেৱে কি ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল?

চিহ্নযাত্ৰা

চিহ্নযত্ৰ

ওপৰৰ দুইটা হয়

19. কোন আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে?

মোগল

আহোম

ওপৰৰ দুইটা হয়

20. মহাপুৰুষজনা এজন সুনিপুণ কি আছিল?

নৃত্য়শিল্পী

চিত্ৰ শিল্পী

ওপৰৰ দুইটা হয়

 

21. মানুহ কি জীৱ? 

ৰূপৱতী জীৱ

সৌন্দৰ্য্য়পিয়াসী জীৱ

ওপৰৰ এটাও নহয়