1. মাধৱ কন্দলি চতুৰ্দশ শতিকাৰ কোন?
(ক) সাহিতিক
(খ) নাট্য়কাৰ
(গ) কবি
উত্তৰ- (গ) কবি ।
2. কাব্য়কৃতিৰ ভিতৰত কি ৰামায়ণৰ অনুবাদ অন্য়তম?
(ক) বাল্মীকি
(খ) কিশোৰ উপনিষদ
(গ) মহৰ্ষি বাল্মীকিৰ
উত্তৰ- (গ) মহৰ্ষি বাল্মীকিৰ ।
3. কবিয়ে কি নামেৰে আন এখন কাব্য় ৰচনা কৰিছিল?
(ক) তেজীমলা
(খ) তুলা আৰু তেজা
(গ) দেৱজিত
উত্তৰ- (গ) দেৱজিত ।
4. শংকৰদেৱ কি যুগত কাব্য়চৰ্চা কৰিছিল?
(ক) সত্য়
(খ) আগৰ
(গ) কলী
উত্তৰ- (খ) আগৰ ।
5. জনক জীয়াৰী কোন?
(ক) সীতা
(খ) ৰামৰ মাক
(গ) সীতাৰ মাক
উত্তৰ- (ক) সীতা ।
6. স্ত্ৰী সমাৰ্থক শব্দ কি?
(ক) পত্নী, মহিলা
(খ) পুৰুষ
(গ) ল’ৰা
উত্তৰ- (ক) পত্নী, মহিলা ।
7. চৰণ সমাৰ্থক শব্দ কি?
(ক) ভৰি
(খ) হাত
(গ) চকু
উত্তৰ- (ক) ভৰি ।
8. গৰল শব্দ অৰ্থ কি?
(ক) গোহালি
(খ) বিষ
(গ) গৰাল
উত্তৰ- (খ) বিষ ।
9. গহ্বৰ শব্দ অৰ্থ কি?
(ক) গৰু
(খ) কুকুৰ
(গ) গুহা
উত্তৰ- (গ) গুহা ।
10 .শোণিত শব্দ অৰ্থ কি?
(ক) সোণ
(খ) সোনাপুৰ
(গ) তেজ
উত্তৰ- (গ) তেজ ।
11. মাধৱ কন্দলিয়ে কি নামেৰে এখন মহাকাব্য় ৰচনা কৰিছিল?
(ক) দেৱজিত
(খ) দেবুজিত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) দেৱজিত ।
12. মহাপুৰুষ শংকৰদেৱে কি কবি বুলি অভিহিত কৰি গৈছে?
(ক) প্ৰমাদী
(খ) অপ্ৰমাদী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) অপ্ৰমাদী ।
13. কাব্য়কৃতিৰ ভিতৰত কাৰ ৰামায়ণৰ অনুবাদ অন্য়তম?
(ক) মহৰ্ষি বাল্মীকিৰ
(খ) বাল্মীকি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মহৰ্ষি বাল্মীকিৰ ।
14. কণ্টক সমাৰ্থক শব্দ কি?
(ক) কাঁইত
(খ) হুল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কাঁইত ।
15. অৰুণ সমাৰ্থক শব্দ কি ? *
(ক) সূৰ্য
(খ) বেলি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) সূৰ্য ।
16. শয়ন সমাৰ্থক শব্দ কি? *
(ক) শোৱা
(খ) নোশোৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শোৱা ।
17. শোণিত সমাৰ্থক শব্দ কি? *
(ক) তেজ
(খ) ৰং
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) তেজ ।
18. সন্মতি বিপৰীত অৰ্থবোধক শব্দ কি? *
(ক) অসন্মতি
(খ) সন্মান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অসন্মতি ।
19. শাস্তি বিপৰীত অৰ্থবোধক শব্দ কি? *
(ক) নমস্কাৰ
(খ) পুৰস্কাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পুৰস্কাৰ ।
20. উদ্য়ম বিপৰীত অৰ্থবোধক শব্দ কি? *
(ক) উদ্য়ম হীন
(খ) উদ্য়ম হীনতা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- উদ্য়ম হীন ।