1. মাধৱ কন্দলি চতুৰ্দশ শতিকাৰ কোন?

(ক) সাহিতিক

(খ) নাট্য়কাৰ

(গ) কবি

উত্তৰ- (গ) কবি ।


2.  কাব্য়কৃতিৰ ভিতৰত কি ৰামায়ণৰ অনুবাদ অন্য়তম?

(ক) বাল্মীকি

(খ) কিশোৰ উপনিষদ

(গ) মহৰ্ষি বাল্মীকিৰ

উত্তৰ- (গ) মহৰ্ষি বাল্মীকিৰ ।


3. কবিয়ে কি নামেৰে আন এখন কাব্য় ৰচনা কৰিছিল?

(ক) তেজীমলা

(খ) তুলা আৰু তেজা

(গ) দেৱজিত

উত্তৰ- (গ) দেৱজিত ।


4. শংকৰদেৱ কি যুগত কাব্য়চৰ্চা কৰিছিল?

(ক) সত্য়

(খ) আগৰ

(গ) কলী

উত্তৰ- (খ) আগৰ ।

5. জনক জীয়াৰী কোন?


(ক) সীতা

(খ) ৰামৰ মাক

(গ) সীতাৰ মাক

উত্তৰ- (ক) সীতা ।


6. স্ত্ৰী সমাৰ্থক শব্দ কি?

(ক) পত্নী, মহিলা

(খ) পুৰুষ

(গ) ল’ৰা

উত্তৰ- (ক) পত্নী, মহিলা ।


7. চৰণ সমাৰ্থক শব্দ কি?

(ক) ভৰি

(খ) হাত

(গ) চকু

উত্তৰ- (ক) ভৰি ।


8. গৰল শব্দ অৰ্থ কি?

(ক) গোহালি

(খ) বিষ

(গ) গৰাল

উত্তৰ- (খ) বিষ ।


9. গহ্বৰ শব্দ অৰ্থ কি?

(ক) গৰু

(খ) কুকুৰ

(গ) গুহা

উত্তৰ- (গ) গুহা ।


10 .শোণিত শব্দ অৰ্থ কি?

(ক) সোণ

(খ) সোনাপুৰ

(গ) তেজ

উত্তৰ- (গ) তেজ ।


11. মাধৱ কন্দলিয়ে কি নামেৰে এখন মহাকাব্য় ৰচনা কৰিছিল?

(ক) দেৱজিত

(খ) দেবুজিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) দেৱজিত ।


12. মহাপুৰুষ শংকৰদেৱে কি কবি বুলি অভিহিত কৰি গৈছে?

(ক) প্ৰমাদী

(খ) অপ্ৰমাদী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) অপ্ৰমাদী ।


13. কাব্য়কৃতিৰ ভিতৰত কাৰ ৰামায়ণৰ অনুবাদ অন্য়তম?

(ক) মহৰ্ষি বাল্মীকিৰ

(খ) বাল্মীকি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মহৰ্ষি বাল্মীকিৰ ।


14. কণ্টক  সমাৰ্থক শব্দ কি? 

(ক) কাঁইত

(খ) হুল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কাঁইত ।


15. অৰুণ সমাৰ্থক শব্দ কি ? *

(ক) সূৰ্য

(খ) বেলি

(গ) ওপৰৰ দুইটা হয়


উত্তৰ- (ক) সূৰ্য ।


16. শয়ন সমাৰ্থক শব্দ কি? *

(ক) শোৱা

(খ) নোশোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শোৱা ।


17. শোণিত সমাৰ্থক শব্দ কি? *

(ক) তেজ

(খ) ৰং

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) তেজ ।


18. সন্মতি বিপৰীত অৰ্থবোধক শব্দ কি? *

(ক) অসন্মতি

(খ) সন্মান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অসন্মতি ।


19. শাস্তি বিপৰীত অৰ্থবোধক শব্দ কি? *

(ক) নমস্কাৰ

(খ) পুৰস্কাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পুৰস্কাৰ ।


20. উদ্য়ম বিপৰীত অৰ্থবোধক শব্দ কি? *

(ক) উদ্য়ম হীন

(খ) উদ্য়ম হীনতা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- উদ্য়ম হীন ।