কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

১. মাধ্য়মিক শিক্ষা আয়োগ কিমান চনত গঠন হৈছিল?

(ক)১৯৪২ চনত

(খ)১৯৫২ চনত

(গ)১৯৮৬ চনত

উত্তৰঃ (খ)১৯৫২ চনত

২. কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? 

(ক)মাধ্য়মিক শিক্ষা

(খ)অৰ্থনৈতিক শিক্ষা

(গ)সামাজিক শিক্ষা

উত্তৰঃ (ক)মাধ্য়মিক শিক্ষা

৩. কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটি লিখক কোন? 

(ক)ড° নিৰ্মলপ্ৰভা বৰদলৈ

(খ)ড° দুলুমণি গোস্ৱামী

(গ)ড° স্ৱৰ্ণলতা দাস

উত্তৰঃ (গ)ড° স্ৱৰ্ণলতা দাস

৪. মানৱ জীৱনৰ কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি?

(ক)ৰূপান্তৰ কাল

(খ)সোণালী শৈশৱ কাল

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ৰূপান্তৰ কাল

৫. ড° স্ৱৰ্ণলতা দাস কিমান চনত জন্ম হয়?

(ক)১৯৪২ চনত

(খ)১৯৪৯ চনত

(গ)১৯৫২ চনত

উত্তৰঃ (খ)১৯৪৯ চনত

৬. কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্য়মিক স্তৰৰ পাঠ্য়ক্ৰমত কেইটা আছে?

(ক)তিনিটা

(খ)চাৰিটা

(গ)পাঁচটা

উত্তৰঃ (খ)চাৰিটা

৭. কৈশোৰ কালৰ সময়সীমা কি?

(ক)বাল্য়কাল

(খ)প্ৰাপ্তবয়স্কৰ

(গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (ক)বাল্য়কাল

৮. বাল্য়কাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা আন কি নামেৰে জনা যায়?

(ক)বয়ঃসন্ধি কাল

(খ)কৈশোৰ কাল

(গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (ক)বয়ঃসন্ধি কাল

৯. ভাৰত চৰকাৰে কি নীতি অনুসৰি শিক্ষাক বৃত্তিমুখী কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হৈছে?

(ক)ৰাষ্ট্ৰীয় শিক্ষা নীতি

(খ)মাধ্য়মিক শিক্ষাক নীতি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ৰাষ্ট্ৰীয় শিক্ষা নীতি

১০. মাধ্য়মিক শিক্ষানুষ্ঠানত কোন লৰা – ছোৱালীয়ে পঢ়ে?

(ক)প্ৰাপ্তবয়স্কৰ

(খ)কৈশোৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)কৈশোৰ

১১. কিমান চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাক বৃত্তিমুখীকৰণৰ ঘাষণা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?

(ক)১৯৫২ চনত

(খ)১৯৭৬ চনত

(গ)১৯৮৬ চনত

উত্তৰঃ (গ)১৯৮৬ চনত

১২. অলীক মানে কি?

(ক)অবাস্তৱ

(খ)মূৰ্তিহীন

(গ)অচিন্তনীয়

উত্তৰঃ (ক)অবাস্তৱ

১৩. পীড়ন শব্দ অৰ্থ কি?

(ক)দুখ

(খ)সৃষ্টি

(গ)ৰাজহুৱা

উত্তৰঃ (ক)দুখ

Type - Boby Bora