সূচনা

১) জাতীয় আয়  গণনাৰ  পদ্ধতি কেইটা ?

ক) ৩ টা

খ) ৮ টা

গ) ৬ টা

উত্তৰঃ ক) ৩ টা


২) আদাম স্মিথৰ গ্ৰন্থ খনৰ নাম কি ? 

ক)  'The Economic Consefluence  of the peace

খ) 'The General Theory of Employment

গ) 'An enduiry into the Nature and Causes of the wealth of Nations

উত্তৰঃ গ) 'An enduiry into the Nature and Causes of the wealth of Nations


৩) চূ়ড়ান্ত দ্ৰব্য়সমূহক কেইটা ভাগত ভগাব পাৰি ? 

ক) ৯টা

খ) ২টা

গ) ৪ টা

উত্তৰঃ খ) ২টা


৪) জন মেইনাৰ্ড কেইন্ছ  জন্ম কেতিয়া হৈছিল ? 

ক) ১৮৮৩ চনত

খ) ১৯১৯ চনত

গ) ১৭৪৯ চনত

উত্তৰঃ ক) ১৮৮৩ চনত


৫) আধুনিক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ? 

ক) বিপুল ৰহমান

খ) আদাম স্মিথ

গ) জন মেইনাৰ্ড

উত্তৰঃ খ) আদাম স্মিথ


৬) তীখাৰ পাটিবোৰ কত ব্য়ৱহাৰ কৰা হয় ?

ক) কেচাঁ সাম্ৰগীত

খ) অট'ম'বাইল কাৰখানাত

গ) ভৌতিক আহিলাত

উত্তৰ- খ) অট'ম'বাইল কাৰখানাত


৭) জন মেইনাৰ্ড কেইন্ছে কত শিক্ষাগ্ৰহণ কৰিছিল ?

ক) বিটেইনৰ(কেমব্ৰীজ) ত

খ) স্কটলেণ্ড

গ) ইউৰোপ

উত্তৰ- ক) বিটেইনৰ(কেমব্ৰীজ) ত


৮) সমষ্টিবাদী অৰ্থনীতি কেইটা খণ্ডত পোৱা যায় ?

ক) ২টা

খ)৪টা

গ) ১টা

উত্তৰঃ খ)৪টা


৯) উৎপাদন কাৰ্য চলাবলৈ উদ্য়োগীসকলৰ প্ৰয়োজন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদনটো কি ?

ক) অৰ্থবিজ্ঞান

খ) কেচাঁমাল

গ) মানুহৰ শ্ৰম

উত্তৰ- গ) মানুহৰ শ্ৰম


১০) আমেৰিকাত নিবনুৱাৰ হাৰ ৩ শতাংশৰ পৰা ২৫ শতাংশলৈ কিমান হাৰ বৃদ্ধি হৈছিল ?

ক) ১৪৬৪ চনৰ পৰা ৩৫৭৮ চনলৈ

খ) ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ

গ) ১৯৯৯ চনৰ পৰা ১৯৩৬ চনলৈ

উত্তৰ- খ) ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ

Type - Boby Bora